Sad Love and Life Status in Assamese | Sad Assamese Love Quotes | Assamese Heart Touching Quotes

Sad Emotional Shayari in Assamese Top Cool Status in Assamese with images Top Best Love Status in Assamese for FB With images Motivational Story in Assamese for Students | Inspirational Story Love Story in Assamese | Romantic Love Story in Real Life assamese sad shayari assamese sad status assamese quotation assamese sad love message assamese status for love assamese status for facebook assamese love image assamese love quotes assamese sad picture assamese quotes on love assamese shayari photos sad status for you

Sad love and life Status in Assamese | Sad Assamese Love Quotes |Assamese Heart Touching Quotes

Hello, friends, this is the collection of all the best sad love status in Assamese. These are all new year new sad status. so please read and share them in your friends' circle. And if you have any questions then also comment in the comment box below. here you can find Best Whatsapp Status in Assamese 2020,  Bewafa Status in Assamese 2020, and Sad Love Shayari in Assamese 2020, Assamese heart touching quotes, and much more on Assamese life status for WhatsApp and Facebook

Assamese status No 1

assamese sad status quotes | Status In Assamese Language

প্ৰিয় মানুহজনে এৰি থৈ গলেও ইমান কষ্ট নহয়,
যিমান কষ্ট আপোন মানুহজন সলনি হলে হয়।

Assamese WhatsApp status No 2

assamese sad quotes pic |Sad love and life Status in Assamese | Sad Assamese Love Quotes | Assamese Heart Touching Quotes
assamese sad quotes pic
কাজিয়াৰ পিছতো ৯৫ শতাংশ সম্পৰ্ক ভাঙি নহলহেঁতেন যদি তাৰ মাজত কোনো তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেতেন
assamese sad quotes photo| assamese quotes on love
assamese sad quotes photo
প্ৰক্টিকেল হবলৈ নিশিকিলো সেয়েইতো অলপ কথাতে কান্দি দিওঁ

Very Sad Quotes In Assamese

assamese sad love quotes image | assamese quotes about life
assamese sad love quotes image
অতৃপ্ত পৃথিৱীত আজি যিমান আয়োজন তাৰে আধা মিছা মায়া আধা প্ৰয়োজন।

Assamese love status No 5

best assamese sad quotes | Assamese quotes for whatsapp
best assamese sad quotes
বৰষুণৰ দিনবোৰত তোমালৈ মনত পেলাম আৰু অকলে তিতিম।
assamese very sad quotes | assamese love quotes for her

বাৰে বাৰে তুমি বিশ্বাস ভাঙি শিকাই দিছা কিদৰে অবিশ্বাস কৰা হয়

assamese sad quotes about life | assamese picture quotes


জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে। খুৱ ভাল লাগে। কিন্তু দ্ৰুতভাবে হেৰাই যায়।

Sad Love Quotes In Assamese Language

assamese sad quotes download |whatsapp status assamese

দেউতা নামৰ বট গছডালৰ ছাঁ যিজনৰ মুৰৰ ওপৰত নাই তেঁওহে বুজে ৰ'দৰ উত্তাপ কিমান প্ৰখৰ।

assamese sad quotes image | assamese facebook status

যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা ।

Assamese sad quotes with pictures

assamese sad quotes with pictures | assamese status for whatsapp
এই পৃথিৱীখনত ক্ষমতাশালী মানুহবোৰৰ মৰণ নহয়, মৰণ মাথোঁ জীৱনৰ সৈতে সংগ্ৰাম কৰি জীয়াই থকা বোৰৰ।

friendship Sad Quotes in Assamese 

Best Whatsapp Status in assamese 2021 |assamese status for whatsapp
এদিন ভাবিছিলোঁ, এই গধুৰ বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম, আজি বুজি পাইছোঁ, গধুৰ বুলি ভবা সেই বোজাবোৰ আছিল আজিৰ বোৰতকৈ বহুত পাতল।
sad quotes on love assamese
sad love status in assamese | love status assamese

প্ৰথম উশাহটো দেউতাকৰ ঘৰত আৰু শেষৰটো নিশ্বাস স্বামীৰ ঘৰত লবলগীয়া হয়,ছোৱালীৰ জীৱনটো কি অদ্ভুত নহয়নে?

love sad status in assamese |status assamese

কাৰো আশাক হত্যা নকৰিব,কি থিক , হয়তো সেই আশাই আছিল তেওঁৰ শেষ সম্বল।

love sad status in Assamese

Status on Sad Mood In Assamese | status assamese
তুমি জানানে, ছাতি আৰু মোৰ মাজৰ সম্পৰ্কটো কি? আমাক দুয়োকে মানুহে প্ৰয়োজনৰ সময়তহে ব্যৱহাৰ কৰে।
 sad love status in assamese
sad love status in assamese | assamese status for fb

ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল কবতো পাৰিলাহেতেনে তুমি পুৰণি হৈ গৈছা

sad quotes on life in Assamese | Assamese sad status quotes


assamese status for fb | whatsapp assamese status

কি আজব দুনীয়া,মন্দিৰ মছজিদত আমি ভগৱান- আল্লাৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ ।অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিক্ষাৰীজনক ঘুৰিয়েই নাচাও।


Emotional Assamese Stauts | Assamese Status
হস্পিতালৰ বিছনাখনো একোটা জীৱন্ত ডায়েৰী। প্ৰতিখন বিচনাই সাঁচি ৰাখে অলেখ কাহিনী।
হাঁহি, কান্দোন, সমাপ্তি, আৰম্ভ।

whatsapp sad status in assamese

খুব কষ্ট হয় তেতিয়া,যেতিয়া কোনো ভূল নকৰিলেও মই তোমাক ১মে sorry কৈ দিওঁ, একমাত্ৰ আমাৰ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে।
Also Read:32 Life Changing Motivational Thoughts in Assamese | জীৱন সলনি কৰিব পৰা ৩২ টা অসমীয়া বাণী

sad whatsapp status
যাৰ মন নাই,যাৰ মন বুজাৰ ক্ষমতা নাই,কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হল এই মনটো বাৰে বাৰে তেওঁৰ কাষলৈ গুচি যায়।
sad whatsapp status in assamese
sad whatsapp status in assamese
মই সকলোৰে মন ভালে ৰখাৰ চেষ্টা কৰোঁ,
কিন্তু, সকলোৱে পাহৰি যায়
মোৰো যে এটা মন আছে।

Sad Status About life in Assamese

সকলোৰে ভালপোৱা সফল নহয়, কিছুমানৰ ভালপোৱা ধৰ্ষিত হয় এখন নতুন ঘৰতে বৈধ ভাৱে।
Sad Status Images in Assamese 
Sad Status Images in Assamese | fb status assamese

আমি মধ্যবিত্ত,নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।

true love sad status in assamese | whatsapp status in assamese

ক'লা ছোৱালীৰ প্ৰশংসা সকলোৱে কৰে,

ক'লা ছোৱালী এজনীৰ জীৱন সংগী হবলৈ কোনোৱে নিবিচাৰে। 
True Sad Status in assamese
true sad status in assamese | love status in assamese

Care সকলোৱে কৰে,
কোনোবাই take care
আৰু কোনোবাই don't care ...

Sad Status in Assamese in One line | assamese status for fb

এই পৃথিৱীত মুখতকৈও মুখাৰ সংখ্যা বেছি।

ego sad status in assamese
তেওঁ এৰি যোৱা সময়ত এবাৰো নাভাবিলে,
কিয়নো যিজনৰ কাষত বহুজন থাকে,
তেওঁ এজনক হেৰোওৱা দুখ কি বুজিব!!


Very heart touching sad quotes in assamese

প্ৰতিবছৰে আমি নিজৰ মৃত্যুবাৰ্ষিকী পালন কৰো,
মাত্ৰ সেই দিনটো কোনদিনা সেইয়াহে নাজানো।


sad love relationship status in assamese

"একো চিন্তা নকৰিবা, মই আছোঁটো"
বুলি কোৱা মানুহজনৰো আজিকালি সময়ত খবৰ নোহোৱা হল।

assamese status for fb | assamese whatsapp status

যেতিয়া কোনোবা অসহায় হৈ পৰে,
গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ হৈ যায়।


sad relationship status in assamese

আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে,
কেতিয়া ফিউজ যায় কোনোৱে কব নোৱাৰে।

sacha pyar sad status in assamese

জীৱনত কিছু অধ্যায় থাকে,
কিছু অধ্যায় ৰঙীন,
আকৌ কিছু অধ্যায় ক'লা বগা দেৱালত বন্দী।

Sad relationship status in assamese | Love Status In Assamese


sad relationship status in assamese | Love Status In Assamese

সকলো একেদৰে থাকি গ'ল
বাঢ়ি গল মাথোঁ দূৰত্ব
Also Read The Story Zubeen Garg And Hiren Bhattacharya Every Assamese Should Read

Need More Assamese Quotes, Follow Our Facebook Page
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog