32 Life Changing Motivational Thoughts in Assamese That Change Your Life
To achieve success , you've got to use every day as a chance to enhance , to be better, to urge a touch bit closer to your goals. it'd sound sort of a lot of work—and with a busy schedule, next to impossible. But the simplest part is, the more you accomplish, the more you’ll want to try to to , the upper you’ll want to succeed in . So as long as you've got the hunger for fulfillment , you'll always have the facility within you to realize it.Today I am going to share some Inspirational Assamese Shayari for Success In Life And Some Best Inspirational Quotes in Assamese.All This Quote Are Published In Assamese Facebook Page . If You want To Send Assamese Meme/Assamese shairy Than Visit our Facebook Page or contact us .
Motivational assamese Quote 1
![]() |
quotes in assamese about life
|
আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন ।
হওঁক সেয়া সুখৰ নতুবা দুখৰ ।
![]() |
quotes in assamese for life |
মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই কেৱল "মা" আছে
![]() |
assamese quote about life
|
বৃদ্ধকালত মা দেউতা যাতে কোনো অভাৱৰ সন্মুখীন নহয়
তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰো।
![]() |
best quote in assamese
|
![]() |
motivate thought
|
ডাকৰ বচন -পুত্ৰক চিনিবা বিয়াৰ পিছত কন্যাক যৌৱনত
স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত।
বন্ধুৰ পৰিচয় বিপদত পাবা ,ভাইৰ পৰিচয় পাবা কাজিয়াত।
শেষত সন্তানক চিনাৰ উপায়,একমাত্ৰ তোমাৰ বৃদ্ধাৱস্থাত ।
![]() |
assamese quotations
|
![]() |
quotes for success in assamese
|
![]() |
positive thoughts in assamese
|
বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ।
![]() |
successful quotes in assamese
|
নিজেই নিজৰ প্ৰসংশা কৰাটো ব্যৰ্থ। কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে!
![]() |
quotation for success in assamese
|
কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয় এটা ভাল মনৰ হে প্ৰয়োজন।
![]() |
inspiration thoughts in assamese
|
আমৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে। কেতিয়া ফিউজ যায় কোনেওঁ কব নোৱাৰে।
![]() |
inspirational thoughts assamese
|
এক বৃদ্ধ দম্পতিক সোধা হল "আজি কালিৰ সম্পৰ্কবোৰ ইমান সোনকালে ভাঙি যায়, আপোনালোকে ৫০ বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে " আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিল ।"
![]() |
best assamese quote
|
মানুহৰ ওঁঠৰ হাঁহিটোৱে এই পৃথিৱীৰ শ্ৰেষ্ঠ চুম্বন।
![]() |
inspiring quotes in assamese
|
এলাৰ্ম ক্লক নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক শুৱাপাটী এৰিবলৈ বাধ্য কৰায়।
![]() |
inspirational assamese
|
![]() |
assamese thought on life
|
বিনয়ী হোৱা মানে সৰু হৈ যোৱা নহয়, আৰু বেছি ডাঙৰ হোৱা।
![]() |
thoughts about life in assamese
|
মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্টৰ আৰু ইঞ্জিনিয়াৰেই সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ ৯০% মাৰ্কৰ প্ৰয়োজন নাই।একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক। সফলতা লাভ কৰিবই।
![]() |
quotes on attitude in assamese
|
জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে জীৱনৰ শেষ মূহুৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটো হে ডাঙৰ কথা।
![]() |
best motivational quotes in assamese
|
জীৱনত বহুত ভুল এইকাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে,সেইবোৰত আমি ভাবুক হৈ পৰো।আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ।
![]() |
assamese story motivation
|
জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে। সময়ৰ সময় হলে সময়ে নিজেই সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ তোমাক দিব।
কাৰোবাৰ উপদেশত সঠিক ৰাষ্টা বিচাৰি পাব পাৰে। কিন্তু গন্তব্য স্থান নিজৰ কষ্টৰ বলত হে পোৱা যায়।
সেইসকল মানুহে দুখত থাকে যিসকল মানুহে হিচাপ কৰি থাকে তেওঁলোকৰ ওচৰত ইটো নাই সিটো নাই, এইজনে ঠগালে সেইজনে এৰি গল।সেই সকল সুখত থাকে যাৰ ওচৰত বিশেষ একো নহলেও যিখিনি আছে তাৰ হিচাপ ৰাখে।
বগা হওঁক বা ক'লা ই হওঁক। প্ৰত্যেক জনী ছোৱালীয়ে একোজনী লক্ষ্মী।
![]() |
positivity quotes in assamese
|
মনুৰ্ভৱ:বেদত উল্লেখ নাই আপুনি ভাল হবলৈ হিন্দু মুছলমান বা অন্য ধৰ্মৰ হব লাগিব। কিন্তু উল্লেখ আছে মনুৰ্ভৱ : (ঋকবেদত) অৰ্থাৎ মানুহ হবলৈ
![]() |
life thoughts in assamese
|
ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকে চিনি পায়।
![]() |
motivation status in assamese
|
নিজে ভালে থাকিলেহে আনকো ভালে ৰখা সম্ভৱ সেয়ে নিজক ভালে ৰখাটো অত্যন্ত জৰুৰী।
![]() |
best motivation quote in assamese
|
দেউতাৰ চকুত সকলো সন্তান ৰাজপুত্ৰ হলেও সকলো ৰাজপুত্ৰই দেউতাক সঠিক সন্মান কৰিব নোৱাৰে।
![]() |
motivation lines assamese
|
সৎ হলেই নহব। তাক প্ৰতিষ্ঠাৰ বাবে যোদ্ধা ও হব লাগিব। সেয়েহে ঋষিমুনিৰ এখন হাতত জলপান আৰু আনহাতে আছিল উদ্যত ত্ৰিশূল।
attitude quotes and inspirational status
Motivational Quote in Assamese
Attitude Quotes and Whatsapp Status in Assamese