10 Bihu Quotes In Assamese Language | Bohag Bihu Quotes | ৰঙালী বিহুৰ শুভেচ্ছা
Bihu Quotes In Assamese Language, Bohag Bihu Quotes, bohag bihu, rongali bihu, বিহুৰ শুভেচ্ছা, বিহু, assamese bihu shayari
10 Bihu Quotes In Assamese Language | Bohag Bihu Quotes | ৰঙালী বিহুৰ শুভেচ্ছা
ৰঙালী বিহু আহি আছে। আহকচোন আমি সকলোৱে বিহুৰ শুভেচ্ছা quote Share কৰো
Rongali bihu quotes In Assamese Language
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা সকলোলৈ থাকিল।শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহযোগিতাৰে আহক আমি নতুনক আদৰণি জনাওঁ
Assamese Bihu shayari | Assamese New Year Quote In Assamese
নতুন সূর্য, নতুন প্রান। নতুন সুৰ, নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত । নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, আহক হর্ষ। শুভ হওক নববর্ষ। সকলোকে নববর্ষৰ শুভেচ্ছা জনালো ।
“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।“
অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
Bihu 2020 Quotes | Bihu Shayari In Assamese | happy bihu quotes in assamese
অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।
bohag bihu quotes in assamese | Bohag Bihu Assamese whatsapp Status
বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন, এনোৱা বিহুটি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন।।" সমূহ ৰাইজলৈ পবিত্ৰ গৰু বিহু আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। এই ৰঙালীৰ ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰে কামনা কৰিলো।
Rangali Bihu Assamese Photo Quote | Assamese Bihu Quote
আজি ৰাতিপুৱাই ধোলৰ মাত, গাঁওৰ কোনোবাই ধোল বজাইছে,Tv এৰি বাহিৰলৈ ওলাই আহিলো, কিবা অদ্ভূত অনুভূতি মনত বিহু বিহু লাগিছে, দেউতাই মোৰ মূখলে চাই কলে " জান তোমাৰ ধোলটো আনি বজোৱা"
দিনবোৰ যেনেকৈ নহওক, ঠিকেই পাৰ হব । তাৰপিছতো কি লাভ, পুৰণি স্মৃতিৰ কথা কৈ । এই বছৰত পূর্ন হওক ,তোমাৰ সকলো আশা। নববর্ষত এয়াই মোৰ প্রত্যাশা। শুভ নববর্ষ!!
দেখক আপুনি নতুন স্বপ্ন ,
পাহৰি যাওক সকলো পুৰণি কষ্ট।
আজি কৰক সকলো নতুন কল্পনা,
পাহৰ যাওক সকলো পুৰণি যন্ত্রনা।
আজিৰ পৰা আৰম্ভণি হওঁক নতুন জীৱন,
সুখৰ হওঁক প্রতিটো ক্ষণ।
এয়েই কামনা কৰি জনালো সকলোকে নতুন বছৰৰ শুভেচ্ছা ।
দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক | লাও খা , বেঙেনা-খা, বছৰে বছৰে বাঢ়ি যা! মাৰে সৰু , বাপেৰ সৰু তই হবি বৰ গৰু!!! সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো!!!
চেনেহৰ বিহুটি আহি পালেহি গাতে ঐ তৰনি নাই !
সদৌ অসমৱাসী ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন
ৰঙালীবিহু অাৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো।