50+ Assamese Whatsapp Status | Status In Assamese
In this post you read most popular assamese whatsapp status, Assamese caption
50+ Assamese Whatsapp Status | Status In Assamese
So you are searching for the Best Assamese WhatsApp status, right? In this post, I share 50 Assamese WhatsApp status with you. The Assamese status plays a big role to express your feelings to the people or your loved one.
Best Assamese Status | Assamese Shayari For Whatsapp Status
পপৰিয়ালৰ পোহ পালৰ বাবে ৰাতি ঠাণ্ডাত নিজৰ ৰিক্সাতে শেষ নিশ্বাস ত্যাগ কৰা বৃদ্ধৰ এক কৰুণ দৃশ্য। এয়াই চাগে জীৱন সংগ্ৰাম।
ৰেষ্টোৰেণ্টত এডাল চাঁওমিনকে যে দুজন প্ৰেমিক প্ৰেমিকাই দুফালৰ পৰা চোবাই থকা দৃশ্যটো, একদম দুটা পাতিহাঁহে এডাল কেচু টানি থকা যেন দেখি।
ব্যস্ততাৰ কথা কি কম। কেইজনমানক পাহৰিব বিচাৰো কিন্তু সেই সময়খিনিও নাপাওঁ।
প্ৰয়োজন আৰু অভ্যাস
প্ৰয়োজন অন্য কিবাৰেও পুৰণ কৰিব পাৰি, কিন্তু অভ্যাস সলনি কৰা ইমান সহজ নহয়। ঠিক যেনেকৈ তোমাৰ বাবে মই আছিলো প্ৰয়োজন আৰু তুমি আছিলা মোৰ অভ্যাস।
মাত্ৰ এয়াই পাৰ্থক্য আমাৰ মাজত।
I wish গভীৰ ৰাতি কোনোৱে ফোন কৰি কওক "বহত ভালপাওঁ তোমাক"
মাজনী কেকটো পাৰফেক্ট বনাই লাভ নাই যদিহে তুমি তিলপিঠাখন আৰু লাড়ুটো বনাব নাজানা।
আগৰ দিনৰ মানুহে পুঁজি চাই ছোৱালী বিয়া দিছিল। কিয় জানেনে।
জীৱনটোক লৈ যদি আপোনাৰ কিবা অভিযোগ আছে তেন্তে এই ফটোখন এবাৰ চাওক।
বিহু খাবলৈ কোনোৱে নামাতে সেয়ে বিহুৰ দিনাও মই শুই থাকো।
কিমান ধনী হলে sesame pitha, coconut pitha, coconut ball, tube pitha খাব পৰা হম।
দেউতাকৰ সা সম্পত্তি নথকা ল'ৰা ছোৱালীবোৰে এনেকৈ জীৱনত ওপৰলৈ উঠিবলগীয়া হয়। এয়াই নিৰ্ঘাত সত্য আৰু বাস্তৱ।
মই কালিও তোমাৰেই ভক্ত আছিলো আজিও তোমাৰেই ভক্ত হৈ আছো। জয় হনুমান।
লাহে লাহে সকলোৰে অপ্ৰিয় হৈ গৈ আছো।
ডিপ্ৰেছন একমাত্ৰ প্ৰেম কৰিলে যে হয় সেয়া নহয়।
বেকাৰ জীৱন, প্ৰিয় মানুহক হেৰুওৱাৰ ভয়, পৰিবাৰৰ চাপ, টকা পইচা, কেৰিয়াৰ, নিসংগতা, ভবিষ্যতক লৈ চিন্তাৰ বাবেও হয়
সিদ্ধান্ত ভালপোৱাৰ আগতেই লব লাগে। ভালপোৱাৰ পিছত যি লব লাগে সেয়া হল দায়িত্ব।
আপুনিৰ পৰা তুমি হোৱাৰ গল্পটো মধুৰ হলেও তুমিৰ পৰা আপুনি হোৱাৰ গল্পটো ভীষণ যন্ত্ৰণাদায়ক।
এদিন মইও গুচি যাম তোমাক নোকোৱাকৈয়ে। চুপচাপ।
চুটি চাপৰ ছোৱালীৰ জন্মই হয় ওখ পাখ লৰাবোৰৰ হাৰ্টবিট কঁপাবলৈ
না কাৰোবাৰ ফোন আহে না কাৰোবাৰ মেছেজ আহে। মাজে মাজে এনে লাগে যেন হাতত ফোন নহয় কেলকুলেটৰ হে লৈ ফুৰো মই।
যদি এতিয়াও তেওঁৰ ফটো তুমি লুকাই লুকাই নোচোৱা, তেন্তে তুমি তেঁওক ভাল পোৱাই নাই।
যদি ব্লক লিষ্টত থকাৰ পিছতো তেওঁৰ নাম বাৰে বাৰে search কৰা নাই তেন্তে তুমি তেওঁৰ মায়াত পৰাই নাই।
যদি ডাৱৰীয়া দিনত তেওঁৰ কথা মনত পৰি তোমাৰ মনটো ভীষণ বেয়া নহয় তেন্তে sorry সেয়া তোমাৰ মোহ আছিল। এতিয়া আৰু নাই।
যদি তেওঁ তোমাৰ দু স্বপ্নত নাহে
যদি নিসংগ সময়ত তেওঁক অনুভৱ নকৰা তেন্তে সচাকৈয়ে তুমি তেওঁক ভালপেৱাই নাই।
মন বেয়া নকৰিবা বুলি কয় সকলোৱে। কিন্তু মন ভাল কৰি দিয়া মানুহৰ অভাব।
কব খুজিও একো কবলৈ নোৱাৰা বা কোৱাৰ পিছত বুজাবলৈ নোৱাৰা পৰিস্থিতিবোৰ খুবেই শ্বাসৰুদ্ধকৰ।
সম্পৰ্কৰ নাম যিয়েই নহওক কিয়, বিপদৰ সময়ত যিজন আপোনাৰ কাষত থাকিব তেওৱেই আচল।
মধ্যবিত্ত পৰিয়ালৰ বাদে কোনেও এই অনুভুতি বুজিব নোৱাৰে
নতুন কিতাপখন হাতত পৰাৰ দিনাই দেউতাই পুৰণি কেলেণ্ডাৰখন কাটি কভাৰ লগাই দিছিল। মই কাষত বহি বহি চাই আছিলো। পৃথিৱীৰ সকলোতকৈ সুন্দৰ হস্তশিল্প।
মিছা কলে কি হব ভাল ধুনীয়া লৰা কেইটাক চালাক কেইজনীয়ে আগতেই পটাই থয়।
বহতে ভাবে গুৱাহাটীত থকিলে মানুহ শকত আৰু বগা হয়। কি আচৰিত ধৰণৰ কথা
কালিও তোমাৰ ভক্ত হৈ আছিলো। আজিও মই তোমাৰ ভক্ত হৈ আছো।
হাম তুম এক কমৰেমে বন্ধ হো, তাৰ পিছত চাবিপাত মই নিজেই পেলাই দিম।
বহু পুৰণি ফটোকেইখনত প্ৰিয় মানুহজনৰ কমেন্টবোৰ থাকি যায়। হেৰাই যায় মাথো তেওঁ।
আগৰ কালত মানুহে খং উঠিলে খোৱা বোৱা বন্ধ কৰিছিল। এতিয়া হোৱাটচএপৰ ডিপি সলনি কৰি অফলাইন হৈ যায়।
চকৰিটো হলে দেউতাক আৰু কাম কৰিবলৈ নিদিও। এনেকুৱা এটা সপোন বুকুৰ মাজত লৈ বাচি আছে হাজাৰ মধ্যবিত্ত পৰিয়ালৰ সন্তান ।
এই ৰাতিও গাৰুটো তিয়াই যিয়ে সাৰে আছে। বিশ্বাস কৰক তেওঁলোকৰ জীৱনত এদিন এটা ধুনীয়া অতীত আছিল।
আপুনি যিমানেই দুৰৱস্থাত লালিত পালিত নহওকঁ কিয়, আপোনাৰ মা দেউতা বৃদ্ধাৱস্থাত ধনী হোৱা প্ৰয়োজনীয়।এয়া হল আপোনাৰ দায়িত্ব।
ওঁঠত ওঁঠ থৈ ক্ষণিকৰ চাহিদা পুৰণ কৰা মানুহজন নহয়, হাতত হাত ধৰি গোটেই জীৱন কাষত থকা মানুহজনক বিচাৰো।
যিজনে নিজক শান্তনা দিবলৈ জানে তেওঁ শেষ সময়লৈ টিকি যায়। তুমি কান্দিলে সকলো সময়তে তোমাক কোনোবাই আহি মুৰত হাত বুলাই নিদিয়ে। সেয়ে নিজৰ সংগী নিজেই হোৱা।
শীতকাল মানেই বিবাহিত সকলৰ লেপৰ তলত পত্নী, চিংগল সকলৰ লেপৰ তলত মোবাইল ফোন।
ডু নট ট্ৰাষ্ট মাই স্মাইল। কাৰণ মই বহুত কষ্টত থাকিলেও হাঁহিব জানো।
ভুল এটাই। আপোনৰ পৰা পৰ হৈ গলো। কিন্তু স্বাৰ্থপৰ হবলৈ নোৱাৰিলো।
অৱশেষত নিউটনৰ পত্নীক বিচাৰি পোৱা গল।
শ্বেয়াৰ কৰা যদিও তুমিও সৰুতে এনেকুৱা কৰি তোমাতকৈ সৰুবোৰক ভয় খুৱাইছিলা
সময়ৰ লগত মানুহ আপোন পৰ হয়। যদি আপোনাৰ ভাল সময় চলে সকলোৱে আপোন। যদি বেয়া সময় চলে সকলো পৰ হৈ যায়।
যাক তুমি ভালপোৱা তেওঁক এৰি দিয়া। যদি তোমাক ভালপায় নিশ্চয় ঘুৰি আহিব। কিছুদিন পিছত, আই লাভ ইউ চো মাস্ট বেবী
তুমি মোৰ সেই শূন্যতা, যি গোটেই পৃথিৱীখন মিলিও পূৰ্ণতা নাপায়।
গাৰ্লফ্ৰেণ্ড - তোমাৰ বুকুত শুম। বয়ফ্ৰেণ্ডৰ বুকু। খা বাপ্পেকে ভীমকলটো।
অসমৰ সকলোৰে ঘৰে ঘৰে কিবা থাকক বা নাথাকক, নেটৰ প্ৰব্লেম কিন্তু থাকিবই।
Post a Comment