50+ Assamese Whatsapp Status | Status In Assamese

Status in Assamese Language | Assamese Whatsapp Status

50+ Assamese Whatsapp Status | Status In Assamese

So you are searching for the Best Assamese WhatsApp status, right? In this post, I share 50 Assamese WhatsApp status with you. The Assamese status plays a big role to express your feelings to the people or your loved one. 

Best Assamese Status | Assamese Shayari For Whatsapp Status

assamese status | assamese shayari

পৰিয়ালৰ পোহ পালৰ বাবে ৰাতি ঠাণ্ডাত নিজৰ ৰিক্সাতে শেষ নিশ্বাস ত্যাগ কৰা বৃদ্ধৰ এক কৰুণ দৃশ্য। এয়াই চাগে জীৱন সংগ্ৰাম।

assamese shayari | whatsapp status assamese
ৰেষ্টোৰেণ্টত এডাল চাঁওমিনকে যে দুজন প্ৰেমিক প্ৰেমিকাই দুফালৰ পৰা চোবাই থকা দৃশ্যটো, একদম দুটা পাতিহাঁহে এডাল কেচু টানি থকা যেন দেখি।
assamese status |assamese sad status

ব্যস্ততাৰ কথা কি কম। কেইজনমানক পাহৰিব বিচাৰো কিন্তু সেই সময়খিনিও নাপাওঁ।
assamese sad shayari | assamese love shayari


প্ৰয়োজন আৰু অভ্যাস
প্ৰয়োজন অন্য কিবাৰেও পুৰণ কৰিব পাৰি, কিন্তু অভ্যাস সলনি কৰা ইমান সহজ নহয়। ঠিক যেনেকৈ তোমাৰ বাবে মই আছিলো প্ৰয়োজন আৰু তুমি আছিলা মোৰ অভ্যাস।
মাত্ৰ এয়াই পাৰ্থক্য আমাৰ মাজত। 

sad status assamese |assamese attitude status

I wish গভীৰ ৰাতি কোনোৱে ফোন কৰি কওক "বহত ভালপাওঁ তোমাক" 
sad assamese status |love status assamese


মাজনী কেকটো পাৰফেক্ট বনাই লাভ নাই যদিহে তুমি তিলপিঠাখন আৰু লাড়ুটো বনাব নাজানা। 

status assamese | assamese shayari sad

আগৰ দিনৰ মানুহে পুঁজি চাই ছোৱালী বিয়া দিছিল। কিয় জানেনে। 

love shayari assamese |sad shayari assamese

জীৱনটোক লৈ যদি আপোনাৰ কিবা অভিযোগ আছে তেন্তে এই ফটোখন এবাৰ চাওক। 

niribili assamese status | assamese shayari love
বিহু খাবলৈ কোনোৱে নামাতে সেয়ে বিহুৰ দিনাও মই শুই থাকো। 
new assamese status sad status in assamese

কিমান ধনী হলে sesame pitha, coconut pitha, coconut ball, tube pitha খাব পৰা হম।

niribili status assamese assamese status sad 

দেউতাকৰ সা সম্পত্তি নথকা ল'ৰা ছোৱালীবোৰে এনেকৈ জীৱনত ওপৰলৈ উঠিবলগীয়া হয়। এয়াই নিৰ্ঘাত সত্য আৰু বাস্তৱ। 

assamese motivational status assamese romantic shayari


মই কালিও তোমাৰেই ভক্ত আছিলো আজিও তোমাৰেই ভক্ত হৈ আছো। জয় হনুমান। 

assamese heart touching status assamese facebook status

লাহে লাহে সকলোৰে অপ্ৰিয় হৈ গৈ আছো। 

assamese fb status shayari in assamese

ডিপ্ৰেছন একমাত্ৰ প্ৰেম কৰিলে যে হয় সেয়া নহয়। 
বেকাৰ জীৱন, প্ৰিয় মানুহক হেৰুওৱাৰ ভয়, পৰিবাৰৰ চাপ, টকা পইচা, কেৰিয়াৰ, নিসংগতা, ভবিষ্যতক লৈ চিন্তাৰ বাবেও হয় 

assamese emotional status assamese breakup status

সিদ্ধান্ত ভালপোৱাৰ আগতেই লব লাগে। ভালপোৱাৰ পিছত যি লব লাগে সেয়া হল দায়িত্ব। 
fb status assamese assamese whatsapp dp

আপুনিৰ পৰা তুমি হোৱাৰ গল্পটো মধুৰ হলেও তুমিৰ পৰা আপুনি হোৱাৰ গল্পটো ভীষণ যন্ত্ৰণাদায়ক। 

breakup status assamese assamese life status

এদিন মইও গুচি যাম তোমাক নোকোৱাকৈয়ে। চুপচাপ। 
emotional status assamese assamese status for fb sad assamese shayari assamese love story shayari

চুটি চাপৰ ছোৱালীৰ জন্মই হয় ওখ পাখ লৰাবোৰৰ হাৰ্টবিট কঁপাবলৈ
assamese new status assamese friendship status assamese status for love

না কাৰোবাৰ ফোন আহে না কাৰোবাৰ মেছেজ আহে। মাজে মাজে এনে লাগে যেন হাতত ফোন নহয় কেলকুলেটৰ হে লৈ ফুৰো মই। 
assamese sad whatsapp status sad shayari in assamese

যদি এতিয়াও তেওঁৰ ফটো তুমি লুকাই লুকাই নোচোৱা, তেন্তে তুমি তেঁওক ভাল পোৱাই নাই। 
assamese sad love status assamese breakup shayari

যদি ব্লক লিষ্টত থকাৰ পিছতো তেওঁৰ নাম বাৰে বাৰে search কৰা নাই তেন্তে তুমি তেওঁৰ মায়াত পৰাই নাই।
assamese status love romantic assamese status

যদি ডাৱৰীয়া দিনত তেওঁৰ কথা মনত পৰি তোমাৰ মনটো ভীষণ বেয়া নহয় তেন্তে sorry সেয়া তোমাৰ মোহ আছিল। এতিয়া আৰু নাই। 
life status assamese assamese tragedy status assamese attitude shayari

যদি তেওঁ তোমাৰ দু স্বপ্নত নাহে 
sad love status assamese attitude status assamese assamese status new

যদি নিসংগ সময়ত তেওঁক অনুভৱ নকৰা তেন্তে সচাকৈয়ে তুমি তেওঁক ভালপেৱাই নাই। 
assamese shayari dp assamese motivational shayari

মন বেয়া নকৰিবা বুলি কয় সকলোৱে। কিন্তু মন ভাল কৰি দিয়া মানুহৰ অভাব। 

assamese heart touching shayari assamese friendship shayari

কব খুজিও একো কবলৈ নোৱাৰা বা কোৱাৰ পিছত বুজাবলৈ নোৱাৰা পৰিস্থিতিবোৰ খুবেই শ্বাসৰুদ্ধকৰ। 
sad status for whatsapp assamese assamese funny whatsapp status

সম্পৰ্কৰ নাম যিয়েই নহওক কিয়, বিপদৰ সময়ত যিজন আপোনাৰ কাষত থাকিব তেওৱেই আচল। 

breakup shayari assamese facebook assamese status

মধ্যবিত্ত পৰিয়ালৰ বাদে কোনেও এই অনুভুতি বুজিব নোৱাৰে 

Assamese Whatsapp Status | Status In Assamese

নতুন কিতাপখন হাতত পৰাৰ দিনাই দেউতাই পুৰণি কেলেণ্ডাৰখন কাটি কভাৰ লগাই দিছিল। মই কাষত বহি বহি চাই আছিলো। পৃথিৱীৰ সকলোতকৈ সুন্দৰ হস্তশিল্প। 

assamese quotes | Status In Assamese

মিছা কলে কি হব ভাল ধুনীয়া লৰা কেইটাক চালাক কেইজনীয়ে আগতেই পটাই থয়।
Assamese meme pic | funny Axomiya pic 

বহতে ভাবে গুৱাহাটীত থকিলে মানুহ শকত আৰু বগা  হয়। কি আচৰিত ধৰণৰ কথা 

কালিও তোমাৰ ভক্ত হৈ আছিলো। আজিও মই তোমাৰ ভক্ত হৈ আছো।
Love Flirt Assamese Pic | Assamese Seni Pic 

হাম তুম এক কমৰেমে বন্ধ হো, তাৰ পিছত চাবিপাত মই নিজেই পেলাই দিম। 

assamese status video | Assamese love lines

বহু পুৰণি ফটোকেইখনত প্ৰিয় মানুহজনৰ কমেন্টবোৰ থাকি যায়। হেৰাই যায় মাথো তেওঁ। 

Assamese jokes image | meme photo in Assames

আগৰ কালত মানুহে খং উঠিলে খোৱা বোৱা বন্ধ কৰিছিল। এতিয়া হোৱাটচএপৰ ডিপি সলনি কৰি অফলাইন হৈ যায়। 

assamese caption | assamese love status

চকৰিটো হলে দেউতাক আৰু কাম কৰিবলৈ নিদিও। এনেকুৱা এটা সপোন বুকুৰ মাজত লৈ বাচি আছে হাজাৰ মধ্যবিত্ত পৰিয়ালৰ সন্তান । 

assamese whatsapp status | assamese dialogue

এই ৰাতিও গাৰুটো তিয়াই যিয়ে সাৰে আছে। বিশ্বাস কৰক তেওঁলোকৰ জীৱনত এদিন এটা ধুনীয়া অতীত আছিল। 

assamese attitude status | assamese sad quotes

আপুনি যিমানেই দুৰৱস্থাত লালিত পালিত নহওকঁ কিয়, আপোনাৰ মা দেউতা বৃদ্ধাৱস্থাত ধনী হোৱা প্ৰয়োজনীয়।এয়া হল আপোনাৰ দায়িত্ব। 

assamese status download heart touching | assamese whatsapp status video download

ওঁঠত ওঁঠ থৈ ক্ষণিকৰ চাহিদা পুৰণ কৰা মানুহজন নহয়, হাতত হাত ধৰি গোটেই জীৱন কাষত থকা মানুহজনক বিচাৰো। 

assamese status image | assamese dukhor status

যিজনে নিজক শান্তনা দিবলৈ জানে তেওঁ শেষ সময়লৈ টিকি যায়। তুমি কান্দিলে সকলো সময়তে তোমাক কোনোবাই আহি মুৰত হাত বুলাই নিদিয়ে। সেয়ে নিজৰ সংগী নিজেই হোৱা। 

niribili assamese status | assamese whatsapp status video download

শীতকাল মানেই বিবাহিত সকলৰ লেপৰ তলত পত্নী, চিংগল সকলৰ লেপৰ তলত মোবাইল ফোন। 
assamese sad picture | assamese shayari sad

ডু নট ট্ৰাষ্ট মাই স্মাইল। কাৰণ মই বহুত কষ্টত থাকিলেও হাঁহিব জানো। 

assamese heart touching quotes | assamese sad status

ভুল এটাই। আপোনৰ পৰা পৰ হৈ গলো। কিন্তু স্বাৰ্থপৰ হবলৈ নোৱাৰিলো। 

assamese shayari photo | assamese whatsapp status video download

অৱশেষত নিউটনৰ পত্নীক বিচাৰি পোৱা গল। 
assamese status | assamese shayari

শ্বেয়াৰ কৰা যদিও তুমিও সৰুতে এনেকুৱা কৰি তোমাতকৈ সৰুবোৰক ভয় খুৱাইছিলা 

assamese caption for fb | assamese caption for instagram

সময়ৰ লগত মানুহ আপোন পৰ হয়। যদি আপোনাৰ ভাল সময় চলে সকলোৱে আপোন। যদি বেয়া সময় চলে সকলো পৰ হৈ যায়। 
assamese quotes for whatsapp | new assamese status

যাক তুমি ভালপোৱা তেওঁক এৰি দিয়া। যদি তোমাক ভালপায় নিশ্চয় ঘুৰি আহিব। কিছুদিন পিছত, আই লাভ ইউ চো মাস্ট বেবী

অসমীয়া status | Assamese status sad

তুমি মোৰ সেই শূন্যতা, যি গোটেই পৃথিৱীখন মিলিও পূৰ্ণতা নাপায়। 

Assamese life status | Assamese Facebook status

গাৰ্লফ্ৰেণ্ড - তোমাৰ বুকুত শুম। বয়ফ্ৰেণ্ডৰ বুকু। খা বাপ্পেকে ভীমকলটো। 

assamese shayari | assamese status

অসমৰ সকলোৰে ঘৰে ঘৰে কিবা থাকক বা নাথাকক, নেটৰ প্ৰব্লেম কিন্তু থাকিবই।