The Most Inspiring Quotes From Mahabharata In Assamese| Religious Quote
mahabharat quotes images
mahabharat quotes in gujarati
mahabharata quotes in malayalam
mahabharat quotes in telugu
mahabharata quotes in sanskrit
mahabharata quotes in kannada
The Most Inspiring Quotes From Mahabharata In Assamese| Religious Quote
mahabharata quotes in tamil
bhagavad gita quote
The Most Inspiring Quotes From Mahabharata In Assamese| Religious Quote
সৰুৰে পৰাই টিভিত বহু কেইখন "মহাভাৰত Mahabharat " চাইছোঁ । তাৰ ভিতৰত Star Plus ত দিয়া Swastik Production প্ৰডাকচনৰ "মহাভাৰত" খন বিশেষ ভাৱে ভাল পাওঁ ইয়াৰ সংলাপ সমূহ Mahabharat Quotes Images বাবে । এতিয়া লৈকে দিয়া খণ্ড সমূহৰ মোৰ ভাল লগা কেইটিমান সংলাপৰ শাৰী আগবঢ়ালোঁ । পঢ়ি চাব চোন ।
Mahabharata Quotes In Assamese
৩) শুকান মৰুভুমিক জীপাল কৰিবলৈ কেৱল দুচপৰা ডাৱৰেই যথেষ্ট নহয়, তাৰ বাবে নদীও বোৱাব পাৰিব লাগিব ।
৭) যি সন্মান আনক কষ্ট দি ৰক্ষা কৰিব লাগে, সেয়া সন্মান নহয় অহংকাৰ হে ।
৯) নিয়তিক নিমন্ত্ৰণ দিব নালাগে ।
২) আকাশত মেঘ থাকিলেই যে বৰষুণ পৃথিৱীত পৰিব তেনে নহয়, মেঘকতো বতাহেও আঁতৰাব পাৰে । অধিকাৰো ঠিক তেনেকুৱাই । সেইবাবে সময়ৰ পূৰ্বে অধিকাৰৰ প্ৰদৰ্শন নকৰাই ভাল ।
১) মাটিৰ পাত্ৰত যদি ঘিঁউ ৰখা হয়, তেন্তে পাত্ৰই সেয়া শুহি লয়, সেই পাত্ৰও কাৰো কামত নাহে আৰু ঘিঁউ খিনিও ।
৪) সোণৰ পাত্ৰত ভোজন খাব পাৰি, কিন্তু ভোজন তৈয়াৰ কৰিব নোৱাৰি ।
৫) অসমৰ্থ লোকে প্ৰতিজ্ঞা কৰাত সদায়েই আগত থাকে ।
৬) হাতৰ তলুৱাত শস্য গজাব নোৱাৰি ।
৮) ধৰ্মৰ পথত চলা মানুহৰ লগতে আটাইতকৈ বেছি অধৰ্ম কৰিব পৰা যায় ।
১০) নদীক ভেটিবলৈ চেষ্টা কৰা পাহাৰ সদায় খহিয়েই পৰে, নদীত অধিকাৰ কেৱল সাগৰৰ হে থাকে ।
Written by - কৌশিক নন্দন বৰা
Join the conversation