Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Insurance In Assamese | আপুনি Insurance বা বীমা কি জানেনে

আপুনি Insurance বা বীমা কি জানেনে essay on insurance in Assamese প্ৰিয় বন্ধু আপুনি Insurance কৰাৰ লাভালাভ বিষয়ে জানিবলৈ খোজেনে Why insurance is important for Assamese ? আপুনি এতিয়াও পৰিয়াল ,ঘৰ বা গাডীৰ Insurance কৰিছে নে Do u Know about insurance Assamese ? ইয়াৰ উত্তৰ যদিহে yes তেন্তে আপোনাৰ কাৰণে এইটো পোষ্টৰ আবশ্যকতা আছে ! পোষ্টটোৰ শেষত আপুনি জানিবলৈ পাৰিব What is Insurance in Assamese বা বীমা কৰাৰ প্ৰয়োজন কি ?
Insurance In Assamese | আপুনি Insurance বা বীমা কি জানেনে

Insurance In Assamese | আপুনি  Insurance বা বীমা কি জানেনে

প্ৰিয় বন্ধু আপুনি Insurance কৰাৰ লাভালাভ বিষয়ে জানিবলৈ খোজেনে Why insurance is important for Assamese ? আপুনি এতিয়াও পৰিয়াল ,ঘৰ বা গাডীৰ  Insurance কৰিছে নে Do u Know about insurance  Assamese ? ইয়াৰ উত্তৰ যদিহে yes তেন্তে আপোনাৰ কাৰণে এইটো পোষ্টৰ আবশ্যকতা আছে !  পোষ্টটোৰ শেষত আপুনি জানিবলৈ পাৰিব  What is Insurance in Assamese বা  বীমা কৰাৰ প্ৰয়োজন কি ?

বীমা কি বস্তু ? What is Insurance In Assamese ?

সাধাৰণ অৰ্থত বুজিবলৈ হলে আমি কব লাগিব  Insurance  হল এনে ব্যৱস্থা যত কোনো বীমা কোম্পানী (Insurance Company)আপোনাৰ যিকোনো প্ৰকাৰৰ লোকচান,দুৰ্ঘটনা, বেমাৰ বা মৃত্যুত ব্যয় হোৱা টকাখিনি ওভোটাই দিয়াৰ গেৰাণ্টি লয়।

আমাৰ জীৱনত কেতিয়া কাৰ কি হয় কোনোৱে নাজানে। দুখদায়ক পৰিস্থিতিত সকলোকে সহায় প্ৰয়োজন হয়  আৰু তাৰ বাবে আমাক INSURANCE ৰ প্ৰয়োজন হৈ পৰে। যদি আপুনি মূল্যবান বস্তুৰ সঠিক বীমা কৰি লয় তেতিয়া এইটোৱে আপোনাৰ Backup Help ৰ দৰে কাম কৰিব।

বীমাৰ প্ৰকাৰ আৰু লাভালাভসমূহ  Types of Insurance with Benefits in Assamese

ভিন্ন প্ৰকাৰৰ Insurance বা বীমাৰ ভিন ভিন লাভ । তলত কিছুমান IMPORTANT Insurance TYPES আৰু ইয়াৰ  Advantages ৰ বিবৰণ দিয়া হৈছে । product liability insurance/ insurance agency/

1 জীৱন বীমা যোজনা কি আৰু ইয়াৰ লাভালাভ (Life Insurance in Assamese )

জীৱন বীমা বা Life Insurance ত এক বিশেষ পৰিমাণ মুল্য জমা কৰি Policy  কৰা ব্যক্তিজনৰ মৃত্যু হলে সেই ব্যক্তিজনৰ Policy ৰ  Nominee ক কৰা Policy ৰ  নিয়ম  আৰু চৰ্ত (Terms and Condition) অনুসৰি টকা দিয়ে ।

এই পলিচি মানুহ প্ৰায়ে পৰিয়ালৰ বাবে থৈ যায়। কিয়নো দুদিনীয়া এই জীৱনটোৰ কেতিয়াও ভৰষা নাই সেয়ে বহুতো লোকে এই ইঞ্চুৰেঞ্চ Policy  কৰে যাতে তেওঁ নোহোৱা অৱস্থাত পৰিয়ালে কিছু অৰ্থিক সহায় পায়।

term life insurance/claim/online quotes insurance

2 দূৰ্ঘটনা বীমা যোজনা  (Personal Accident Insurance Hindi)

দূৰ্ঘটনা বীমা যোজনাAccidental Policy ত আপুনি কিছু নিৰ্দিষ্ট মূল্য জমা কৰি Policy কৰা ব্যক্তিৰ দুৰ্ঘটনা হলে সেই  Policyholder  ব্যক্তিজনক আঘাত বা বিকলাংগ হলে তেওঁ কৰা Policy ৰ নিয়ম  আৰু চৰ্তাবলী (Terms and Condition) অনুসাৰে হস্পিটেলৰ খৰছ বা মৃত্যু হলে এক নিৰ্দিষ্ট পৰিমানৰ ধনৰাশি আদায় দিয়ে।

Accidental Insurance Policy ৰ সকলতকৈ ডাঙৰ লাভ হল দুৰ্ঘটনা হোৱা পিছত আপোনাৰ কোনো প্ৰকাৰ খৰছ বহন কৰাৰ প্ৰয়োজন নহয় । Insurance Policy Company আটাইখিনি খৰচ নিজে বহন কৰে।  বিভিন্ন ধৰণৰ Policy ত নানা  terms and conditions থাকে বাবে সেয়া ভালদৰে পঢ়িহে Policy কৰাটো উচিত।

3 চিকিৎসা আৰু স্বাস্থ্য বীমা যোজনা Medical and Health Insurance

চিকিৎসা আৰু স্বাস্থ্য বীমা যোজনা Medical and Health Insurance ত আপুনি এক নিৰ্দিষ্ট পৰিমাণৰ টকা জমা কৰি Policy কৰা  ব্যক্তিজনৰ স্বাস্থ্য সম্বন্ধীয় সকলো বিষয়তে যেনে হস্পিটেলৰ বিল ঔষধৰ বিল, অপাৰেচনৰ খৰচ আদি  Insurance Provider কোম্পানীয়ে কৰে।

পৰিয়ালৰ কোনো নহয় কোনো ব্যক্তিৰ শাৰিৰীক সমস্যাই দেখা দিয়াটো স্বাভাৱিক। সেয়ে এই বীমা Policy ৰ আৱশ্যকতা বহুত বেছি। এনেকুৱা Policy company এ এবছৰত কিছুমান Regular CheckUp ৰ খৰচো বহন কৰে । আজিকালি ফাৰ্ষ্টফুড জাংকফুড খোৱা লোৱাৰ বাবে শৰীৰ কেতিয়া বেয়া হৈ যায় তাৰ কোনোৱে গেৰান্টি দিব নোৱাৰে সেয়ে Health Insurance Policy Assam বহুত সহায়কাৰী হব পাৰে

4 যান বাহন বীমা  (Vehicle Insurance Assamese )

আপোনাৰ সৈতে থকা গাড়ী মটৰ চাইকেল বা অন্য বাহনৰ বীমা কৰাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এনে Insurance Policy  য়ে আপোনাৰ বাহনখন দুৰ্ঘটনা বা চুৰি হলে ইয়াত Insurance Claim কৰিব পাৰে

কিন্তু কিছুমান বীমা যোজনাত  Third Party পলিচীও কৰা হয় যত গাড়ী চলোৱাজন বা পথচাৰীৰো Insurance Claim কৰাৰ সুবিধা পোৱা যায়

আমাৰ ঘৰৰ মূল্যবান বস্তুৰ মাজত বাহনখনৰ বাবে এই পলিছী বহুত আৱশ্যকীয়। আজিকালি সৰু সুৰা দুৰ্ঘটনা হৈয়েই থাকে আৰু তাৰ বাবে বাহনতো বহুত খৰছ হয়। যদি আপোনাৰ বাহনত  Policy Insured  আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। বাহনৰ সৰু সুৰা ক্ষতিৰ বাবে   Insurance Policy  দিয়া  কোম্পানীত Claim কৰিব পাৰে।

5 ঘৰৰ বীমা বা গৃহ বীমা (Home Insurance Hindi) renters insurance

ঘৰৰ বীমা বা Home Insurance ত যি  Insurance কৰা হয়  তাত আপোনাৰ ঘৰৰ Building ৰ বস্তৰ Structure ৰ মতে  Policy বনোৱা হয়। এই ক্ষেত্ৰত Insurance Company এ ঘৰটো বা ঘৰৰ সম্পদ নষ্ট হলে তাৰ খৰচ বহন কৰে ।

6 যাত্ৰা বীমা (Travel Insurance Assamese )

যদি আপুনি অকলে বা নিজৰ পৰিবাৰৰ সৈতে কৰবাত Travel কৰে , তেতিয়াহলে যাত্ৰা বীমা বা Travel Insurance কৰা ভাল । ইয়াৰপৰা যাত্ৰাত হব পৰা দুৰ্ঘটনাত বা cancel হোৱা পিছত ज Insurance Company এ লোকচান হোৱা টকা বহন কৰে।

7 শস্য বীমা যোজনা (Crop Insurance Assamese) or Farmer Insurance

যদি আপুনি এজন কৃষক তেতিয়াহলে প্ৰতি বছৰ আপুনি আপোনাৰ শস্যৰ বীমা কৰাটো প্ৰয়োজন। বতৰৰ কি ভৰষা, বৰষুণ নহবও পাৰে বা বানপানীৰ ফলত গোটেই শস্য নষ্ট হব পাৰে। কিন্তু যদি আপুনি সেই শস্যৰ বীমা কৰি লয় তেতিয়া বিনা কোনো চিন্তাত খেতি কৰিব পাৰে । যদি শস্য নষ্ট হয় বা অন্য কোনো দুৰ্যোগ আহে তেতিয়া  Insurance Company তাৰ ক্ষতিপূৰণ দিয়ে।

8 অন্য প্ৰকাৰৰ বীমা (Other type Insurance Plan)

  1. Pet Insurance ঘৰচীয়া জন্তুৰ বাবে বীমা
  2. Political Risk Insurance ৰাজনৈতিক বীমা
  3. Marriage Insurance বিবাহৰ বাবে বীমা
  4. direct insurance, standard Rd life insurance

আপোনাৰ যদি Insurance বা বীমাৰ লগত জড়িত এই কথাখিনি ভাল লাগিল তেন্তে কমেন্ট বক্সত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব 

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

2 comments

  1. ধন্যবাদ, নজনা কথা জানিলো কলিতা
  2. Thank you .. please share it with your friends