40+ Assamese Shayari Image | New Assamese Love And Sad Shayari Collection
This post is a huge collection of Assamese Love Shayari, Assamese Sad Shayari For Assamese People
Love is the beautiful creation of God and Assamese Love Shayari brings out the inner feelings and emotions of a person. To show love together with his beloved an individual express his feelings through Love Shayari in Assamese and also Assamese Romantic Shayari.
Here on this page, we have a large collection of beautiful Love Shayri In Assamese with images and amazing quotes. Some feel hesitation to express their love with whom they loved the most.
Then they search for some beautiful quotes in Assamese Love Shayari and share them with their beloved.
Again sometimes we feel sad and need to precise our sadness. So Sad Assamese Shayari is that the best choice to precise your inner sadness on social networks such as Facebook Instagram WhatsApp.
Here we are having a large collection of Sad Shayari in Assamese on this page. You can choose or select all sort of Shayari consistent with your mood and share it where you would like.
40+ Assamese Love Shayari, SMS | Assamese Love Status and Quotes | Assamese Status for Love
তিনিটা বস্তু কেতিয়াও নাভাঙিবা,
১.বিশ্বাস
২.প্রতিজ্ঞা
৩.হৃদয়।
কিয়নো এইবােৰ যেতিয়া ভাগে,
গােটেই পৃথিৱীখনৰ প্ৰতিয়েই মােহ ভংগ হয়।
মোৰ ভালপােৱাত ক্রটি নাছিল, ক্রটি আছিল তােমাৰ বিশ্বাসত
মাজে মাজে ভাবো । মানুহৰ লগত মিঠা কথা কবলৈ নিশিকিলাে। চেনি দিয়া এন্ড খােৱাটোও ফান্টু যেন লাগে। সেয়েই কিজানি এইখন পৃথিবীত মােক ভালপােৱা মানুহৰ সংখ্যাও কম।
হৃদয়ৰ চাৰিওফাল যেতিয়া ইগ, স্বাৰ্থ আৰু অহংকাৰৰ দেৱালেৰে আবদ্ধ হৈ থাকে। সেই দেৱাল ভাঙি নিদিয়া পর্যন্ত প্রিয়জনৰ অনুভুতিয়ে হৃদয় চুবলৈ লোৱাৰে।
গােটেই বছৰটো ইডাল সিডাল গছ কাটি চাফা কৰা মানুহজনেও আজি দেখুৱাই এডাল গছ ৰুব। গছ ৰােৱক, চেলফিও উঠক । কিন্তু যােৱাবছৰত ৰােৱা গছডালৰ খবৰ ৰাখিছেনে?
বিৰক্তিকৰ কোনাে মানুহেই তােমাৰ মন ভাঙিব নােৱাৰে, এই পৃথিবীত আটাইবােৰ প্ৰতাৰকৰেই আহে
মানুহ আকর্ষণ কৰিব পৰাকৈ একো একোটা ইন্টাৰেস্টিং কেৰেষ্টাৰ।
দূৰত্বই কেতিয়াও প্রাচীৰ ৰূপত থিয় নিদিয়ে। কিছুমান মানুহ দূৰত থকা পিছতাে। নিচেই কাষত থাকে
তোমাৰ প্ৰেমত পৰা আৰু আকাশৰ জোনটোৰ প্ৰেমত পৰা কথা একেটাই। মনৰ ইচ্ছামতে চাব পাৰো কিন্তু আপােন কৰি ল'ব নােৱাৰো
Also Read 20 Assamese Books You Must Read Before You Die | Assamese Popular Books You Should Not Miss
Need More Assamese Shayari Image | Some Assamese Love And Sad Shayari Follow our facebook/ instagram page for daily new updates.