Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

KRISHNA JANMASHTAMI MESSAGES, SMS, WISHES IN assamese

KRISHNA JANMASHTAMI MESSAGES, SMS, WISHES IN assamese , Janmashtami status quotes and messages in Assamese,Cool Status For Janmashtami And Krishna Janmashtami Wishes Images With Status. latest Janmashtami status and Janmashtami whtsapp quotes in Assamese .

KRISHNA JANMASHTAMI MESSAGES, SMS, WISHES IN Assamese, Janmashtami status quotes and messages in Assamese 

Krishna Janmashtami festival is celebrated everywhere in India. Our Janmashtami status in Assamese and quotes messages will help you wish your friends and relatives a happy Janmashtami. Its celebrations are performed across the world by the lovers and followers of Shri Krishna. In 2019, Janmashtami will be celebrated on August 24. So, go ahead and send one of the new and latest Janmashtami statuses and Janmashtami WhatsApp quotes in Assamese.
Read And Share Best Wishes Status in Assamese For Janmashtami 2023. Find Great Collection Of Krishna Janmashtami Shayari in Assamese, New Sms On Krishna Janmashtami, Cool Status For Janmashtami, And Krishna Janmashtami Wishes Images With Status.   



প্ৰেম যদি কৰা ৰাধা কৃষ্ণৰ দৰে কৰা,
যিয়ে এবাৰ লগ পাই কেতিয়াও বিচ্ছেদ নহল।


প্ৰেমত দুটি আত্মাৰ এনেকৈয়ে মিলন হয় যিদৰে প্ৰেমত কৃষ্ণৰ নাম ৰাধা আৰু ৰাধাৰ নাম কৃষ্ণ বুলি কয়।


তোমাৰ কৃপাতেই মোৰ সকলো কাম হয়। কৰা তুমি আৰু নাম হয় মোৰ।


নন্দৰ ঘৰে আনন্দ, হাতী ঘোঁৰা পাল্কী, জন্মে কানাই লাল । শুভ জন্মাষ্টমী!

I wish you Happy Janmashtami and I pray to God for your prosperous life, May you find all the delights of life, May your all dreams come true.. My best wishes will always be with You. Happy Krishna Janmashtami friend
শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী, হে নাথ নাৰায়ন বাসুদেৱ, জয় শ্ৰী কৃষ্ণ।
May Lord Krishna come to your house and take away all your Makhan – Mishri with all your worries and sorrows. Happy Janmashtami…
ৰাধাৰ ভক্তি মুৰুলীৰ বাহীৰ মিঠা সুৰ।


গোকুলত যিয়ে কৰিলে নিবাস, তেৱে গোপীসকলৰ সৈতে ৰং ধেমালিৰে ৰচিলে ইতিহাস, দেৱী যশোদা যাৰ মাক, এয়াই আমাৰ কৃষ্ণ কানাই। শুভ জন্মাষ্টমী ! 

প্ৰেম কি ? পৃথিবীক যিয়ে কলে। হৃদয়েৰে সম্বন্ধ যিয়ে সজালে আজি সেই শ্ৰী কৃষ্ণৰ জন্মদিন। হেপী বাৰ্থডে শ্ৰী কৃষ্ণ।


কানাই অলপ প্ৰেম দিয়া, চৰণত মোক স্থান দিয়া। জয় শ্ৰী কৃষ্ণ

Krishna Janmashtami Quotes in assamese


কৃষ্ণ যাৰ নাম, গোকুল যাৰ ধাম, সেই কৃষ্ণক জনালো প্ৰণাম.। জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনালো।
rishna Janmashtami whatsapp status in Assamese


কানাইৰ মহিমা , কানাইৰ প্ৰেম , কানাইৰ ওপৰত শ্ৰদ্ধা , কানাই কৰক  সংসাৰৰ দুখ কষ্টৰ মোচন , আপোনাক জন্মাষ্টমীৰ শুভকামনা জনালো। ৰাধে ৰাধে।

ৰাধাৰ ভক্তি, বাহীৰ মিঠা সুৰ, মাখনৰ সোৱাদ আৰু গোপীসবৰ লগত ৰাস, এইবোৰৰ মিলিয়েই হয় জন্মাষ্টমী খাচ।


 মাখন চুৰি কৰি যিজনে খাইছিল, বাহীঁ বজাই যিজনে নচুৱাইছিল, যিজনে পৃথিৱীক প্ৰেমৰ পথ দেখুৱালে, তেওঁৰ ওপজা দিনৰ শুভেচ্ছা জনালো


আহা মিলি সজাওঁ নন্দলালক, আহা মিলি কৰোঁ তেওঁৰ গুণগান, যিজনে সকলোকে পথ দেখুৱাই আৰু সকলোৰে মংগল কৰে, তেওঁৱেই আমাৰ কৃষ্ণ গোঁসাই।
শুভ জন্মদিন


জন্মাষ্টমীৰ এই শুভক্ষণত, আমি এইটো প্ৰাৰ্থনা কৰোঁ যে, শ্ৰী কৃষ্ণৰ কৃপা আপোনা আৰু আপোনাৰ পৰিয়ালৰ ওপৰত সদায় থাকে।

যুগুতালে tripti deka


Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment