Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

How To Remove Ads From Apps In Assamese | Assam Tech Info

How To Remove Ads From Apps In Assamese | Assam Tech Info

How To Remove Ads From Apps In Assamese | Assam Tech Info

আপোনাৰ ফোনৰ Screen ত Show হোৱা ads ৰ বাবে আপোনাৰ বেটাৰী শেষ হৈ আছে নেকি

আপোনাৰ ফোনৰ screen ত  show হোৱা ads ৰ বাবে  আপোনাৰ বেটাৰী শেষ হৈ আছে নেকি। আজি এইটো পোষ্টত আমি android phone t ads remove aru block korar tips and tricks জনাম। এই assamese tips and tricks ৰ জৰিয়তে আপুনি আপোনাৰ ফোনত show hoa pop up ads বা বিজ্ঞাপন সম্পূৰ্ণকৈ ৰিমভ কৰিব পাৰিব। . Internet connection on কৰাতেই যেতিয়া মোবাইলত ads আহিবলৈ ধৰে তেতিয়া মোৱাইলটো সঠিক ৰূপত চলাবলৈ সমস্যা হয়। আৰু লগতে বেটাৰীৰ ওপৰতো প্ৰভাব পৰে। যেনেদৰে android notifications আমাক সমস্যা কৰে তেনেকৈ ads বোৰেও প্ৰায়ে বিৰক্ত কৰে। . কিন্তু কৰিব কি এইবোৰ App monetization ৰ কাৰণে ব্যৱহাৰ কৰে। Screen ত show হোৱা  ads Google ads যিবোৰত scripts থাকে সেয়েহে স্ক্ৰীনত  pop up হয় . আপুনি যদি ads বোৰ ৰিমভ কৰি apps টো ব্যৱহাৰ কৰিব খোজে তেন্তে এই পোষ্টটোত মই তাৰ কিছুমান assamese tips and tricks কৈ আছো যিবোৰ follow কৰি আপুনি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে।

এন্ড্ৰইড ফোনত ads কিয় আহে Android phone t ads kio ahe?

How to remove ads from apps in Assamese

Android এনে এক OS যিটোত পৃথিৱীৰ বহুতে ব্যৱহাৰ কৰে। তথা পছন্দ কৰে। সেইবাবে ইয়াত applications ও লাখ লাখ আছে। যিবোৰ ভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে।  Malicious বা  FREE Apps download  কৰাৰ বাবে  Google ads আমাৰ ফোনত   show হয় . Google ads ৰ বাহিৰে third-party ads apps ত  pop-up হয় ।.  Android Mobile t Ads Bondho kora assamese tips মই  ১মে আপোনাক কবলৈ গৈ আছো।  যিটো সম্পুৰ্ণ free আৰু নিৰাপদ।

 1. ব্যৱহাৰ কৰক Ad Blocker Apps যদিহে আপুনি ফোনত আহি থকা অনাৱশ্যক  ad notifications aru pop-ups hompurno ruport bondho koribo khuje তেতিয়াহলে ad blocker app download কৰি লব পাৰে। . App download korar pisot,  display ত এটাও ad show হবলৈ নোৱাৰে . তলত কেইটামান এপ্লিকেচন বিষয়ে কোৱা হৈছে যিবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে।

a). DNS66 -

DNS66  app টো Android বা tablet ফোনত install কৰি লব পাৰে যিয়ে আপোনাৰ ফোনত সকলো ads বন্ধ কৰি দিয়ে। এইটো app বিভিন্ন  routes ৰ লগত connect হৈ VPN create কৰে . DNS66 এ কেবল mobile home screen ত  ads বন্ধ কৰাই নহয় লগতে আৰু application আৰু internet browser তো ads বোৰ ব্লক কৰি দিয়ে।. iPhone ব্যবহাৰকাৰী সকলে  Adblock Plus install কৰিব পাৰে .

b). AdClear

 যদি আপুনি গোটেই aap ৰ পৰা আৰু  browsers পৰা  ads বোৰ  disable কৰিব খোজে , তেন্তে AdClear সকলোতকৈ  best app . AdClear application download কৰাৰ পিছত আপোনাৰ mobile টো ad-free লৈ  সলনি কৰি দিয়ে . App download কৰাৰ পাছত , AdClear ত  ON  কৰিবলৈ নাপাহৰিব .

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment