List of Governor of Assam Till 2021 | অসমৰ আটাইবোৰ ৰাজ্যপালৰ তালিকা
governor of assam
governor of assam 2019
governor of assam 2019 name
governor of assam name
governor of assam at present
List of Governor of Assam Till 2021 - Assam Governor List
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল
Assam Rajyopal List: List of Governor of Assam Till 2020| অসমৰ আটাইবোৰ ৰাজ্যপালৰ তালিকা
- ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী -১৫ আগষ্ট ১৯৪৭-২৮ ডিচেম্বৰ ১৯৪৮
- ৰ'নাল্ড্ ফ্ৰান্সিছ ল'ড্জ্ -৩০ ডিচেম্বৰ ১৯৪৮–১৬ ফেব্ৰুৱাৰী ১৯৪৯
- শ্ৰী প্ৰকাশা -১৬ ফেব্ৰুৱাৰী ১৯৪৯-২৭ মে' ১৯৫০
- জয়ৰাম দাস দৌলতৰাম -২৭ মে' ১৯৫০-১৫ মে' ১৯৫৬
- ছৈয়দ ফজল আলি -১৫ মে' ১৯৫৬-২২ আগষ্ট ১৯৫৯
- চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা -২৩ আগষ্ট ১৯৫৯–১৪ অক্টোবৰ ১৯৫৯
- জেনেৰেল (অৱসৰপ্ৰাপ্ত) সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ - ১৪ অক্টোবৰ ১৯৫৯–১২ নবেম্বৰ ১৯৬০, প্ৰথম বাৰ
- বিষ্ণু সাহায় আই চি এছ (অৱসৰপ্ৰাপ্ত), ১২ নবেম্বৰ ১৯৬০–১৩ জানুৱাৰী ১৯৬১, প্ৰথম বাৰ
- জেনেৰেল (অৱসৰপ্ৰাপ্ত) সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ -১৩ জানুৱাৰী ১৯৬১–৭ ছেপ্টেম্বৰ ১৯৬২, দ্বিতীয় বাৰ
- বিষ্ণু সাহায় আই চি এছ (অৱসৰপ্ৰাপ্ত), ৭ ছেপ্টেম্বৰ ১৯৬২-১৭ এপ্ৰিল ১৯৬৮, দ্বিতীয় বাৰ
- ব্ৰজ্ কুমাৰ নেহৰু আই চি এছ (অৱসৰপ্ৰাপ্ত), ১৭ এপ্ৰিল ১৯৬৮–১৯ ছেপ্টেম্বৰ ১৯৭৩
- ন্যায়াধীশ পি. কে. গোস্বামী ৮ ডিচেম্বৰ ১৯৭০–৪ জানুৱাৰী ১৯৭১, নেহৰুৰ স্থানত কাৰ্যবাহী
- লাল্লান প্ৰসাদি সিং আই চি এছ (অৱসৰপ্ৰাপ্ত), ১৯ ছেপ্টেম্বৰ ১৯৭৩–১০ আগষ্ট ১৯৮১
- প্ৰকাশ চন্দ্ৰ মেহৰ'ত্ৰা ১০ আগষ্ট ১৯৮১–২৮ মাৰ্চ ১৯৮৪
- ন্যায়াধীশ টি. এছ্. মিশ্ৰ ২৮ মাৰ্চ ১৯৮৪–১৫ এপ্ৰিল ১৯৮৪
- ভীষ্ম নাৰায়ন সিং ১৫ এপ্ৰিল ১৯৮৪–১০ মে' ১৯৮৯
- হৰিদেউ জোশী ১০ মে' ১৯৮৯–২১ জুলাই ১৯৮৯
- ন্যায়াধীশ অনিছেত্তী ৰঘূৱীৰ ২১ জুলাই ১৯৮৯–২ মে' ১৯৯০
- ন্যায়াধীশ দেৱী দাস ঠাকুৰ ২ মে' ১৯৯০–১৭ মাৰ্চ ১৯৯১
- লোকনাথ মিশ্ৰ ১৭ মাৰ্চ ১৯৯১–১ ছেপ্টেম্বৰ ১৯৯৭
- লেফটেনেন্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) শ্ৰীনিবাস কুমাৰ সিনহা PVSM, ১ ছেপ্টেম্বৰ ১৯৯৭-২১ এপ্ৰিল ২০০৩
- অৰৱিন্দ্ দাৱে আই পি এছ্ (অৱসৰপ্ৰাপ্ত), ২১ এপ্ৰিল ২০০৩–৫ জুন ২০০৩
- লেফটেনেন্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) অজয় সিং - ৫ জুন ২০০৩–৪ জুলাই ২০০৮
- শিৱ চৰণ মাথুৰ - ৪ জুলাই ২০০৮—২৫ জুন ২০০৯
- কে শংকৰনাৰায়ণন -২৬ জুন্ ২০০৯–২৭ জুলাই ২০০৯
- ছৈয়দ ছিবটে ৰাযি ২৭ জুলাই ২০০৯ - ১০ নবেম্বৰ ২০০৯
- জানকী বল্লভ পাটনায়ক -১১ নবেম্বৰ ২০০৯ - ১১ ডিচেম্বৰ ২০১৪
- পদ্মনাভন বালকৃষ্ণ আচাৰ্য্য ১২ ডিচেম্বৰ ২০১৪ - ১৭ আগষ্ট ২০১৬
- বানৱাৰীলাল পুৰোহিত - ২২ আগষ্ট ২০১৬ - ৩০ ছেপ্টেম্বৰ ২০১৭
- জগদীশ মুখী - ৩০ ছেপ্টেম্বৰ ২০১৭ - বৰ্তমানলৈকে
যুগুতালে
Chandan Hazarika
Chandan Hazarika
1 comment