Graphene Aerogel In Assamese বায়ুতকৈয়ো ৭ গুন কম ওজনৰ পদাৰ্থ
Graphene Aerogel In Assamese বায়ুতকৈয়ো ৭ গুন কম ওজনৰ পদাৰ্থ
বিশ্বৰ আটাইতকৈ পাতল গোটা পদাৰ্থবিধ হ'ল গ্ৰেফেন এৰোজেল ৷ 2013 চনত চীনৰ জেজিয়াং বিশ্ববিদ্যালয়ৰ 'পলিমাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং' গবেষনাগাৰৰ গৱেষক সকলে বায়ুতকৈও সাত গুণ কম ওজনৰ বিশ্বৰ এই আটাইতকৈ পাতল পদাৰ্থবিধ আৱিষ্কাৰ কৰে ৷ ইয়াৰ ওজন ইমানেই কম যে এক ঘন চেন্টিমিটাৰ গ্ৰেফেন এৰোজেলৰ টুকুৰা এটা এডাল ঘাঁহ বা এপাহ ফুলৰ ওপৰত অতি সহজে থৈ দিব পাৰি..
-Alakesh Bhagawati
Join the conversation