Fix Bell Icon In Blogger Assamese tips And tricks | Assamese Tech Info
How To Fix Bell Icon In Blogger Assamese tips And tricks , Assamese blogger tips And Tricks , Assamese Best Blog
Fix Bell Icon In Blogger Assamese tips And tricks | Assamese Tech Info
বন্ধুসকল ভালে আছেনে? প্ৰায়ে বহুতে আমাৰ পোষ্টবোৰ তেওঁলোকৰ তাতো পঠিয়াবলৈ আমাক মেছেজ কৰি থাকে। কিন্তু ইমান মানুহৰ বাবে এয়া জানো সম্ভৱ। সেয়ে আমি বেল আইকন আমাৰ ব্লগত লগাইছো যাতে কোনোৱে আমাৰ পোষ্টবোৰ মিচ কৰিবলগীয়া নহয়। আপুনি বেল আইকনত ক্লিক কৰি আমাক চাবস্ক্ৰাইব কৰিলে ভবিষ্যতৰ সকলো পোষ্টৰ নটিফিকেশ্যন আপুনি নিজৰ ফোনত লাভ কৰিব। ইয়াত মন কৰিবলগীয়া কথাটো হৈছে যে ব্যক্তিগত ব্যস্ততাৰ বাবে সপ্তাহত দুই তিনিটা হে লিখা প্ৰকাশ কৰিবলৈ আমি সক্ষম।
কিন্তু ইয়াতে এক সমস্যা আহিছে বহুতে কম্পেইন কৰিছে যে সিহতৰ পৰা নটিফিকেশ্যন ব্লক হৈ আছে। তাৰ বাবে আমি সমাধান দিছো। আপুনিও বেল আইকনত ক্লিক কৰি চাওকচোন আপোনাৰে একে সমস্যা নে? তেন্তে তলত দেখুওৱা ধৰণে কৰক।
(এটা মন কৰিবলগীয়া কথা। আৰু বাৰু নেট কোনটো ব্ৰাউজাৰত কৰে? অপেৰা মিনি, uc browser, নে ফোনৰ ব্ৰাউজাৰত নে Google Chrome ব্ৰাউজাৰত।
Why Google Chrome Is The Best Browser In Assamese
গুগল ক্ৰম ব্ৰাউজাৰত নানা সুবিধা আছে। desktop mode কে ধৰি নানা ফিয়েচাৰ্ড। যিহেতু এয়া গুগলৰ নিজা ব্ৰাউজাৰ সেয়ে সকলো বোৰ ৱেব চাইটৰ চাপৰ্ট কৰে। কিছুমান চৰকাৰী চাকৰিৰ যেনে বেংকৰ এপ্লাইৰ বাবে ফোনৰ কোনটো ব্ৰাউজাৰত ৱেবছাইটো খোল নাখায় কিন্তু গুগল ক্ৰমত পাৰি। মোৰ ফোনত স্পেচ খালী নাই বাবে গুগুল ক্ৰমৰ বাহিৰে বাকী ব্ৰাউজাৰ ৰখা নাই। সেয়ে তলৰ পদ্ধতি বোৰ আপুনি গুগল ক্ৰমত আমাৰ ৱেবচাইটটো www.jonakaxom.in খুলি বেল আইকনটো এক্টিভ কৰিব পাৰে)
১ আপুনি প্ৰথমে বেল আইকনত ক্লিক কৰক।
২. যদি এনেকুৱা ওলাইছে তেন্তে ওপৰৰ বাঁওফালে থকা সেউজীয়া তলাটোত ক্লিক কৰক।
৩. তলত দেখুওৱাৰ দৰে নটিফিকেশ্যনত ক্লিক কৰক
৪. তলৰ sites ত jonak axom টো বিচাৰি তাত ক্লিক কৰক
৫. এতিয়া allow notification ত ক্লিক কৰক
৬. হৈ গ'ল এতিয়া আকৌ এবাৰ বেৱছাইট খুলি বেল আইকনত ক্লিক কৰক।
। তাৰ পিছত Allow ত ক্লিক কৰক।
এইবাৰ আপুনি সুকলমে চাবস্ক্ৰাইব কৰিব পাৰিব..
Join the conversation