Best Assamese Poem In 2022: Cute Assamese Love Poem And Status
অসমীয়া কবিতা | Assamese Whatsapp Status | Assamese Whatsapp Status Post | Assamese Heart Broken Status
Romantic Assamese Poem | New Assamese Poem
মই তোমাৰ অনুৰাগী Moi Tumar Onuragi Assamese Love Story Status Assamese Story Books
বহু খিনি সজতেই পাইছে তাই সেয়ে চাগে অবহেলা ! আনকি সোনৰো মূল্য নাই ! তাই সোণৰ লগত মৰমৰ তুলনা কৰিছে হয়তো ! মৰম মৰমেই সোণ সোণেই ! মৰম টকা পইছাৰে কিনিব নাপায় ! কিন্তু সোণ তো পাই ! এই বিলাক ভাবি সি একান্ত মনে শুই পৰিছে নিদ্ৰা দেবীৰ কোলাত ! অভিজিতে আহি মাত লগালে তাক ! আৰে তই শুই আছ যে !! গাৰ্লফ্রেণ্ডক লাত মাৰ.. ব'ল পাৰ্টি আছে ! মাল খাবি চব ঠিক হৈ যাব ! বিকৃত হাঁহি মাৰি ইশান্তে কৈছিল মদেও মৰম পাহৰাই ?? আৰে.. তই খাই চা তাৰ পিচত কবি !
একমত হৈছিল সি একমাত্ৰ প্ৰিয়াংসীক পাহৰিবৰ বাবে ! কোনোদিন মদৰ সুবাস নোপোৱা ইশান্তই ধোক ধোক কৈ এটা হাফ খাই পেলালে লগতে কিং চাইজ চিগাৰেট.. ধোৱা হৈ উৰি গ'ল প্রিয়াংসীৰ মৰম কিছুসময়ৰ বাবে !
মদৰ নিচাত ভাত খাব নাজানিলে ভাত খাম বুলি ভাবিও ভাতৰ পাতত পানী হে ধালিলে! পেটত আৰম্ভ হল ভুমিকম্প.. চাইলেন বমি ওলাই আহিল তাৰ মুখেৰে লগতে পচা পচা ভাতৰ গোন্ধ ! বিচনাত কোনে আনি থলে সি গমেই নাপালে ! মৰম কেনেকুৱা বস্তু এবাৰ ভাবি চাওক...।
নিশা 2:34 হ'ল... লাহে লাহে তাৰ নিচা ফাটি আহিল ! আকৌ মনত পৰিল তাৰ প্রিয়াংসীলৈ ! জানে তাই তেতিয়া ঘোৰ নিদ্ৰাত ! আকৌ এটা মেচেজ দিছিল সি তাইক ! মৰমৰ প্ৰিয়াংসী, নতুন বছৰৰ আকৌ ওলগ জনালো ! নাজানো তুমি গ্ৰহন কৰা নে নাই ? কিন্তু মই তোমাক হৃদয়ৰ পৰা দিছোঁ ! তোমাক মই সদায় মিচ কৰো ! তোমাৰ মৰমৰ মাত এষাৰি পালেও মই জীয়াই থকাৰ প্ৰেৰণা পাওঁ ! তোমাৰ বেয়া মই কনোদিন চিন্তা নকৰো ! তোমাৰ সদায় মংগল কামানা কৰা মইও এজন আছিলোঁ ! তুমি মোক অবহেলা নকৰিবা.. ।
মই তোমাৰ অনুৰাগী.....
-ইশান্ত গোস্বামী.
Assamese poem collection New, Shayari Assamese Photo Shayari, Best Assamese Quote Poem for Whatsapp Status
তুমি জানো মোৰ হবা
ৰঙীন সপোনবোৰ যেতিয়া দেখিবলৈ লৈছিলো ভাবিছিলো সচাকৈয়ে এদিন দিঠক হব
৷ সপোনবোৰ সঁচা হব ৷ কিমান যে আশা আকাংক্ষা আছিল এইবোৰক লৈ ৷ সেয়েই
কিজানি আকাশ চুৱলৈও দুহাত মেলিছিলো ৷ গধুলিৰ জোনাকতেই জীৱনৰ মাদকতা
বিচাৰি পাইছিলো ৷ জীৱন ইমান সহজ নাছিল মই ভবাৰ দৰে ৷ সেয়েই হয়তো
মেঘচপৰাকো অবজ্ঞা কৰিছিলো যিটুকুৰাই অহৰহ সৰুবাই আছিল ভালপোৱাৰ
বৰষাজাক ৷ সেই ফাগুনী পচোৱাজাক, যিয়ে কঢিয়াই আনিছিল ভালপোৱাৰ নিত্য
নতুন বতৰাবোৰ ,মই কাণসাৰ কৰা নাছিলো ৷ আকাশ, জোনাকৰ বাবেই যে মাতাল আছিলো
৷
আজি সুধিছে মঘচপৰাই , আতৰি যাম বুলিয়েই কলে নতুন লক্ষ্যহীন ঠিকণা লৈ
৷ মই বুকু ফালি দেখুৱাই দিলো সেই বৰষাজাকৰ বাবে বুকুত লহপহকৈ বাঢি
অহা ভালপোৱাৰ সেউজী শস্যডৰা …
ক্ৰমশ মই বৰষাজাকৰ বাবে লিখিবলৈ লৈছো,
ক্ৰমশ: পচোৱাজাকৰ বাবেই মাতাল হব লৈছো ৷
এয়াচোন অজানা অনুভুতি …
এক প্ৰতিশ্ৰুতি…
সদায়েই ৰক্ষা কৰাৰ…
ASSAMESE LOVE LETTER | ASSAMESE STATUS FOR BROKEN PEOPLE | Break Up Assamese Sms, Assamese Message Collection For Broken Love
বিষাদে মনটোক বহুত দুখ দি থাকে আজিকালি ।কেতিয়াবা কলিজাটোৱে ডিঙি চেপি ধৰিব খোজে। বিষাদে হত্যা কৰে মোক ,মোৰ সহানুভুতিক । বিষাদ আজিকালি মোৰ প্ৰিয় শব্দৰ ভিতৰত এটা নতুন শব্দহৈ ধৰা দিছে।তুমি যিদিনাখন আঁতৰি গৈছিলা মোৰ মনৰ প্ৰাচীৰ ভাঙি, সেই ভঙা খিনিয়েদি বিষাদ বোৰ পাৰ হৈ আহিছিল মোৰ হৃদয়ৰ মজিয়ালৈ । তুমি দিয়া দুখ ,বেদনা ,কান্দোনকে বৰ মৰমৰে সাবটো আজিকালি ।এই বোৰৰে সপোন গুঠো মোৰ অপূৰ্ণ জীৱনত ৷ এই বোৰ কৰি কি পাওঁ নাজানো কিন্তু গুচি যাওঁ.... হয়তো মনৰ তাগিদাতে কৰো...।
তোমাৰ মৰম ভালপোৱা নোপোৱাতো নিয়তিৰ বিচাৰ বুলি ধৰিলো কিন্তু কেতিয়াবা এই নিয়তি, এই ভাগ্যৰ বিচাৰ সব মোহাৰি ফালি ছিৰি জোৰকৈ হলেও মোৰ বুকুলৈ তোমাক আজুৰি আনিব মন যায়.... হয়তো নিয়তিৰ হাত দুখন মোৰ হাত দুখনতকৈ বেছি দীঘল সেয়ে মই বাৰে বাৰে হাৰি যাওঁ; হিয়া ঢাকুৰি কান্দো আজিকালি
আকাশ থাকে মানে মই তৰা গনিম ASSAMESE STORY AND POEM Assamese love story video status
মাকে এইবাৰ খেদি আহিলে তাৰ ওচৰলৈ ! নিশব্দ হৈ সি শুই আছে বিচনাত ! আকৌ মাতিলে তাক অভি ? তোৰ হৈছে কি ? এনেকৈ থাকিলে আমি জানো সুখী হম ! ঘৰখনত মুঠেই আমি চাৰি টা প্ৰাণী, তাতে তই এনেকৈ থকা ! আহচোন আজি ভাত মুঠি একেলগে খাওঁ ! আৰে মা মই গৈ আছোঁ ! মোৰ একো নাই হোৱা.. তোমালোকে এনেই চিন্তা কৰি থাকা ! ব'ল ব'ল আজি আমি একেলগেই খাম !
ভাত তাৰ পেটলৈ নাজায় ! পূৰবীক নোপোৱাৰ বেদনাই তাৰ ভোক কেতিয়াবাই হেৰুৱাই পেলাইছে !
বিষাদ ASSAMESE LOVE LETTER ASSAMESE STATUS FOR BROKEN PEOPLE
একেখন কলেজত থাকি প্ৰেমত পৰা পুৰবী আজি আনৰ হৈ গ'ল ! সেয়া আছিল সময়ৰ দোষ ! সেই সময়ত অভিয়ে তাক বিবাহৰ প্ৰস্তাব দিব নোৱাৰে ! কাৰণ তাৰ তেতিয়া তাইক সুখী কৰিৱ পৰাকৈ একো এটা হাতত নাছিল ! দেউতাকে সিহঁতৰ ঘৰখনকে নিয়মিয়াকৈ চলাব পৰা নাই ! পূৰবীৰ কথা ক'ব গ'লে তাই এই অভিজিতক প্ৰেমত পেলাইছিল ! প্ৰেম কৰিব নজনা অভি আজি এক মহান প্ৰেমিক হৈ পৰিছে ! দৰিদ্ৰতাৰ অভাবত সি তাইক বিয়া কৰিব নাপালে ! তাই কিন্তু ৰাজি আছিল আহিবলৈ ! বিয়াৰ দিনাও তাই কান্দি কান্দি ফোন কৰিছিল অভিক ! সিও পাগল হৈ গৈছিল পাই হেৰুৱা বেদনাত ! কেনেকৈ তাইক সি নিজৰ কৰি আনিব ! এটাই ঘৰ সিহঁতৰ ! তাকো ৰাতি ধুনীয়াকৈ আকাশৰ তৰা গনিব পৰা ! পাগল হৈ সি তাইক সুখী হবা বুলি আশীৰ্বাদ দিছিল !!
এদিন আকৌ হাঁহিম। প্ৰাণ খুলি হাঁহিম Axomiya Status For Facebook Axomiya Whatsapp Status Axomiya Status For Facebook Axomiya Whatsapp Status you can use. Assamese onuvuti Line
মই ভাবো বহুত দুখ দেখিছো | বহু দুখৰ যাতনাই মোক দুৰ্বল কৰি তুলিছিল | হঠাৎ এদিন লগ পালো তেওঁক |প্ৰহেলিকাময় জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ অন্তত তেওঁ আজি অনন্যা | বৃষ্টি, মই দিয়া নাম | তেওঁ মোক হাঁহিবলৈ শিকালে | তেওঁৰ ওপৰত হিংসা হয়, তুমি প্ৰাণখুলি কেনেকৈ হাঁহিব পাৰা? মই পৰা নাই, চেষ্টা কৰিছো | মোৰ দুখবোৰ তেনেই সৰু যেন লাগিল তেওঁৰ তুলনাত | হয় মই দুখী, কিন্ত তেওঁ.... অনন্ত দুখৰ ভাৰ গ্রহণ কৰিও হাঁহিছে তেওঁ | মইও ঠিৰাং কৰিছো, হহোঁৱাই ভাল পোৱা লৰাটোৱে আকৌ হাঁহিব | অন্ততঃ তেওঁৰ কাৰনে হাঁহিব |
-ঈশান্ত