Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Love story 2022 | Beautiful Assamese Love Stroy For Couple

Assamese Love story 2021 | Beautiful Assamese Love Stroy For Couple

Assamese Love story 2022 | Beautiful Assamese Love Stroy For Couple

তাইৰ বিয়াৰ আজি এবছৰ হল ৷ মই তিনিআলিৰ দোকানখনত ৰৈ আছো ৷ সেই দিনা যিদিনা তাইক 1ম লগ পাইছিলো এই দোকানখনতেই মই আদ্দা দি আছিলো ৷ যত ৰৈ আছে মোৰ অযুত স্মৃতি

7 বছৰ আগত ৷ সাধাৰনতে তিনিআলিটোত মই আদ্দা দিবলৈ নাহো ৷ ৰাজে এদিন মোক লৈ আহিল ৷ কাৰণটো এয়াই তাৰ ভাললগা ছোৱালীজনী এইটো ৰাস্তাৰে যায় ৷ দুপৰীয়াৰ সময় ৷ শীতৰ দিন ৷ ৰ'দটো বেচ আমেজপুৰণ ৷ ঠাইখিনি সিমান ভাল লগা নাছিল যদিও মোৰ বাবে উপাই নাই ৷ যথাসময়ত ডিম্পী আহিল ৷ (ৰাজৰ ভাল লগা জনী) তাই দোকানখনলৈ আহিল ৷ ৰাজে কথা পাতিলে ৷ মই বহি থাকিলো ৷ একেবাৰে বৰিং সময় মোৰ বাবে ৷ হঠাৎতে মন কৰিলো ডিম্পীৰ লগৰজনীও মোৰ দৰে অন্যফালে চাই আছে ৷হয়তো তাইয়ো মোৰ দৰে বৰিং ফিল কৰিছে ৷ নজানো কিয় মোৰ ভাল লাগি গল ৷ মই তাইৰ এইবাৰে সময় মিলাই তাইক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিলো ৷ এবাৰ তাইয়ো ঘুৰি চালে ৷ মই চকু আতৰাই দিলো ৷ যথা সময়ত সিহত গুচি গল ৷ সেইদিনা যদিও মই উভতি আহিছিলো ৷মোৰ মন ব্যাকুলহৈ পৰিছিল তাইক আকৌ এবাৰ চাবলৈ ৷ তাইৰ মুখখনতে যেন পুৰনিমাৰ জোনটো আছে ৷ 2য় দিনাও একে অবস্হা মই মাতো নামাতোকৈ মাতিলো ৷ তাইয়ো ধুনীয়াকৈ উওৰ দি গল ৷ স্মিতাক্ষী তাইৰ নাম

1 ম দিনাৰ দৰে দিনবোৰ আৰু বৰিং নাছিল ৷ কেতিয়াবা কেতিয়াবা এনে লাগিছিল দোকানখনতেই কটাই দিও নেকি ৰাতিটো, যাতে পিছদিনা পুৱা আকৌ তাইক দেখা পাম ৷ দুপৰীয়া লগ পাম ৷ এনেকৈয়ে দিনবোৰ গ'ল ৷ ৰাজেও সুযোগ বুজি ডিম্পীক প্ৰপোজ কৰিলো ৷তাই এচেপ্ত কৰিলে ৷ সেই সময়ত স্মিতাৰ লগত মোৰ বন্ধুত্বও তীব্ৰ হৈ গল ৷ এদিন মইয়ো তাইক কওঁ নকওকৈ কৈ দিলো মনৰ কথাবোৰ ৷ হয়তো সেই সময়ত তাই অপ্ৰস্তত আছিল ৷ তাই একো নোকোৱাকৈ গুচি গৈছিল ৷ মই ভাবিছিলো সব খতম ৷ দোকানখনলৈ যোৱাটোও বাদ দিলো ৷ তিনিদিন পিছত ৰাজে কৈছিল মইও যাব লাগে তাৰ লগত ৷ স্মিতাৰ কিবা কব লগা আছে ৷ সাধাৰনতে এনে সময়ত আমিবোৰে নিগেটিভ ভাবো ৷ মইও তাৰ ব্যতিক্ৰম নহয় ৷ মই গৈছিলো তাই আহিছিল ৷ লাহেকৈ তাই কৈছিল "আই লাভ ইয়ু টু " ৷ মোৰ এনে লাগিল যেন গোটেই দোকানখনেই গিফট দি দিও নেকি . সেই সময় খিনিৰ পিছত মোৰো এজনী ধুনীয়া মৰমলগা gf হৈছিল ৷ স্মিতা ৷ মই দিয়া নাম ৷ মই তাইক ভালপাও ৷ আচৰিত ভাবে ৷ হয়তো মইও নাজানো কিমান ৷

আজি 7 বছৰ হল ৷ মই স্মিতাক দেখিছো তাই ওলাই আহিছে ৷ কোলাত তাইৰ দৰেই ধুনীয়া মৰমলগা কেচুৱাটো ৷তাই মোৰ কাষলৈ আহিল আৰু কলে
" ৰিণি ক আপুনিয়েই লওকচোন"
পাণটো মুখত ভৰাই মই তাইক কোলাত লৈ ললো ৷

আজিকালি মোৰ ভাললগা ছোৱালী এজনীৰ সংখ্যা বাঢ়ি ল ৷ ৰিণি মোৰ সন্তান ৷ স্মিতা মোৰ পত্নী ৷

ভালপোৱাটো হয়তো ইমান ধুনীয়া নহলেই হয় ৷ যদিহে এইখিনি ঠাইত দোকানখন নাথাকিল হয়
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment