30 Hilarious Beharbari Outpost Assamese Serial Photo Status

30 Hilarious Beharbari Outpost Assamese Serial Photo Status

Hey friends, are you looking for the best Assamese tv serial meme. In this post, I share some of the most popular memes from a popular Assamese tv serial.

Beharbari outpost 2021 meme |

What is Beharbari Outpost Assamese Serial

Beharbari Outpost is One of the most popular Assamese tv serial which is loved by most of the Assamese people. It is also known as the longest-running tv serial in Assam.

First Show of Beharbari Outpost

The first show of the Beharbari Outpost tv serial was telecast on 7 October 2013.

Here is our list of Top Beharbari Outpost Assamese Serial Memes:

Beharbari Outpost meme No 1


Beharbari Outpost Assamese Serial Photo Status
ফেচবুক,ইন্স্টাগ্ৰাম,ৱাটছ এপ সকলোতে crush এ block কৰাৰ পাছত


Beharbari Outpost Assamese Serial Photo Status
বন্ধু: দুই বাজিল,জুবিনদা মঞ্চত উঠাই নাই,যাওগৈ বল
মই:


Beharbari Outpost Assamese Serial Photo Status
যেতিয়া মই ১৫-১৬ বছৰীয়া ল'ৰা ছোৱালীক প্ৰেম কৰি থকা দেখোঁ

শিৱৰাত্ৰিৰ দিনা এচিলিম মৰাৰ পাছত মোৰ বন্ধু-

যেতিয়াই মোৰ বন্ধুৰ break up হয়

মাঘ বিহুত ঘৰৰ পৰা যেতিয়া ১০ ১৫ টা নাৰিকলৰ লাড়ু নোহোৱা হয়

১০ বছৰ আগত মোৰ best friend-পঢ়া শুনা নকৰিলেও একো নহয়। ১০ বছৰ পাছত-

যেতিয়া মই পৰীক্ষাগৃহত প্ৰথম বেঞ্চত পৰোঁ

উৰুকাৰ ৰাতি দুপেগ মৰাৰ পাছত মোৰ বন্ধুৰ অৱস্থা-

31 ডিচেম্বৰৰ দিনা মই: কি খবৰ
মোৰ বন্ধু:

কুলজিৎ বৰ্মন