Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

10 Assamese Essay For Student - Assamese Essay Writing Tips

10+ Assamese Essay For Student - Assamese Essay Writing Tips

10 Assamese Essay For Student - Assamese Essay Writing Tips

Assamese essays are an important part for the students who are appearing on the HSLC /HS exam from the state of Assam.

Students have to write an Assamese essay on the examination of their Assamese Subject Paper.

In this post, we are sharing 10 Assamese Essay For Student - Assamese Essay Writing Tips which will help you to carry good marks on your exam paper. Before writing an Assamese essay you need to follow the simple tips which are given below in the Assamese language. 

How To Write Assamese Essay-Tips To Follow

ৰচনা এখন লিখোঁতে প্ৰথমে আৰম্ভণি লিখিব লাগে। আৰম্ভণিত ৰচনা খনৰ বিষয়ে থুল মূলকৈ লিখিব লাগে। তাৰ পিছত ৰচনা খনৰ বিষয় টু চাই আৰম্ভণি কৰিব লাগে। বিষয় ভেদে ৰচনা লিখাৰ প্ৰকাৰ বেলেগ বেলেগ হয়।তলত ৰচনা লিখাৰ নিয়ম বোৰ দিয়া হৈছে

  1. যিকোনো ঠাইৰ বিষয়ে যদি ৰচনা লিখা হয় তেনেহলে ৰচনাৰ আৰম্ভণি লিখাৰ পিছত ঠাই খনৰ পৰিচয় , কোন জিলাত অৱস্থিত আদি বোৰ লিখিব লাগে।
  2. তাৰ পিছত ঠাই খনৰ চাৰিসীমাটো লিখিব লাগে।
  3. যদি ৰচনা খন কোনোবা মহৎ ব্যক্তিৰ বিষয়ে লিখা হয় তেনেহলে আৰম্ভণি লিখাৰ পিছত সেই ব্যক্তি জনৰ জন্ম,শৈশৱ,শিক্ষা  আদিবোৰ লিখিব লাগে।
  4. তাৰ পিছত সেইব্যক্তি জনে লিখা কিতাপ,কবিতা পুথি,আত্মজীৱনী, (যদি লিখিছে)লিখিব লাগে।ইয়াৰ উপৰিও ব্যক্তি জন কিয় প্ৰিয় লিখিব লাগে।
  5. ব্যক্তি জনৰ বৈবাহিক জীৱনৰ কথা লিখিব লাগে।
  6. ব্যক্তিৰ কৰ্মৰাজিৰ ৰ বিষয়ে অলপ বহল কৈ লিখিব লাগে ।   
  7. ব্যক্তি জনৰ মৃত্যুৰ তাৰিখ,কেনেকৈ মৃত্যু হল সেইবোৰ লিখিব লাগে।
  8. শেষত সামৰণি টু লিখিব লাগে।।

10 অসমীয়া ৰচনা - Assamese Rosona - Asomiya Rosona - Assamese Essay For Student


কুকী মহন্ত

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment