Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

[For Exam]Assamese Letter Format For Students -How to Write Assamese Letter

[For Exam]Assamese Letter Format For Students -How to Write Assamese Letter

[For Exam]Assamese Letter Format For Students -How to Write Assamese Letter

In this post, we share the most demandable topic for the student. Assamese Letter Format.If you want to learn How to write Assamese Letter or অসমীয়া ভাষাত চিঠি পত্ৰ আবেদন পত্ৰ লিখাৰ নিয়ম than this post will help you to get the idea of letter writing in Assamese Language.

Before starting this topic we need to learn 10 tips before writing an Assamese letter.

10 Tips To Remeber Before Writing An Assamese Letter

পুৰণি কালৰ পৰাই চিঠি পত্ৰ বা আবেদন লিখাৰ এটা প্ৰথা চলি আহিছে।মাজতে এই চিঠি পত্ৰৰ ব্যৱহাৰ কমি গৈছিল যদিও বৰ্তমান সময়ত মোবাইল ফোনৰ সমানেই চিঠিয়ে গুৰুত্ব পাবলৈ সক্ষম হৈছে আজি কালি বিভিন্ন অফিচ কছাৰীত মোবাইল ফোনতকৈ চিঠিৰ ব্যৱহাৰ বেছিকৈ হোৱা দেখা যায়। চিঠি এখন লিখিবলৈ হলে বহুতো কথা চালি জাৰি চাই লব লাগে।বিভিন্ন ধৰণৰ চিঠি পত্ৰ লিখাৰ বেলেগ বেলেগ নিয়ম থাকে।সেয়ে ব্যক্তি বিশেষে চিঠি লিখাৰ ধৰণো বেলেগ হয়।
  • চিঠি লিখোঁতে সদায়  সহজ সৰল  সকলোৱে বুজি পোৱাকৈ সাধাৰণ ভাবে লিখিব লাগে।
  • চিঠিখনপৰিষ্কাৰ আৰু শুদ্ধ বানানত লিখিব লাগে।
  • চিঠি  লিখাৰ আগতে মূল আন এখন কাগজত টুকি লব লাগে যাতে মূল বিষয়বোৰ থাকি নাযায়।
  • চিঠি খনত লিখিব লগা নিয়মবোৰ মানি চলি উপযুক্ত স্থানত চিঠিখন লিখিব লাগে।

চিঠিখনৰ আৰম্ভণি অংশত দিব লগা নিয়ম বোৰ অথবা চিঠি এখন লিখাৰ নিয়ম

১, যদি বন্ধু বান্ধৱীলৈ চিঠি লিখা হয় তেতিয়া আৰম্ভণিতে লিখিব লাগে (মোৰ মৰমৰ বন্ধু/বান্ধৱী মৰম লবা।) আৰু সামৰণিত লিখিব লাগে ( ইতি তোমাৰ মৰমৰ বন্ধু/বান্ধৱী)

২. যদি বয়োজ্যেষ্ঠলৈ অথবা মাক দেউতাকলৈ লিখা হয় তেনেহলে আৰম্ভণিত লিখিব লাগে ( পৰম পূজনীয়/পূজনীয়া দেউতা/মা সেৱা লব/লবা) আৰু সামৰণিত (ইতি আপোনালোকৰ মৰমৰ ) বুলি লিখিব লাগে।

Assamese Letter Format For Students |দূৰৈত পঢ়ি থকা সন্তানে ঘৰলৈ লিখা চিঠি

পৰম পূজনীয়া 

দেউতা।

মোৰ সেৱা লব।আশা কৰোঁ আপোনালোক সকলো কুশলে আছে।মোৰ বৰ্তমান ভালেই।মা আৰু ভাইটি ভালে আছে নে? ভাইটি পঢ়া শুনা কেনেকুৱা চলিছে ? মোৰ পঢ়া শুনা বৰ্তমানলৈকে ঠিকেই চলি আছে। মায়ে দৰৱ পাতি নিয়মীয়া কৈ লৈ আছে নে? মই পৰীক্ষা শেষ কৰি ঘৰলৈ যাম। বিশেষ লিখিব লগীয়া একো নাই।

শেষত আপোনালোক দুজনক মোৰ সেৱা জনালোঁ।ভাইতিকো মোৰ মৰম জনালোঁ। 

ইতি 
আপোনালোকৰ 
ডাঙৰ সন্তান 
কুকী
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment