-->

Assamese Jokes : 15 Funny Assamese Caption To Impress Girl

assamese jokes, koutuk in assamese, funny assamese lines
Funny Assamese Caption To Impress Girl

Assamese Jokes : 15 Funny Assamese Caption To Impress Girl

তুমি এজনী ছোৱালী হয় ৷ দুৰ্গা পূজা আহি আছে ৷ এইবাৰ দুৰ্গা পূজাত তুমি মেখেলা চাদৰৰ বাহিৰে একো কাপোৰ কিনিব নালাগে ৷ কিয়নো দুদিন পিছত তোমাৰ বিয়া হ’ব ৷ যিহেতু বিয়াৰ পিছত মেখেলা চাদৰে পিন্ধিব লাগিব ৷ কুৰ্তা,জিনচ্ লংপেন্ট,ফ্ৰক,লেগিচ,টপ ইত্যাদি পোচাকবোৰ তোমাৰ ঘৰত এনে পৰি থাকিব ৷ অথচ সেইবোৰ নিগনীৰ আধাৰহে হ’ব ৷ নিগনীৰ আধাৰৰ কথা চিন্তা কৰিব নালাগে সিহঁতে বিনামুলীয়া চৰকাৰী চাউল খাই আছে গুদামত ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি দাঁত সদাই পতঞ্জলি টুথপেষ্টেৰে ব্ৰাছ কৰা উচিত ৷ কিয়নো পতঞ্জলিয়ে চিখৰ,বিমল খোৱা দাঁতও জাকত জিলিকা কৰি তুলে ৷ আৰু সেই জাকত জিলিকা দাঁত কেইতা উলিয়াই এন্ধাৰতো তুমি কোনো সমস্যাৰ সন্মুখিন হ’ব লগা নহয় ৷

A true love story in my life 2 যিদিনা দ্বিতীয় জনীক দেখিছিলো সিদিনা আছিল ৰবিবাৰ ৷ সিদিনা তাই এজন ল’ৰাৰ লগত গৈ আছিল , বাইকৰ পিছফালে উঠি ৷ ভাৱিছিলো টিউচন গৈছে ল’গৰ ল’ৰা হয় ৷ সিদিনাৰ পৰা দুইবছৰ দেখা পোৱা নাছিলো ৷ আজি দেখা পালো , মনতো উৎফুল্লতিত হৈ গ’ল ৷ তাইৰ কোলাত এটা পোৱালিওঁ আছিল ৷ ভাৱিছিলো বেলগ কাৰোবাৰ হ’য় ৷ কিন্তু যেতিয়া পোৱালিতোৱে কান্দিব ধৰিলে , তাই নিজৰ গাখীৰ খুৱালে ৷ তাৰ পিছত আৰু কি মাঁ তুজে চালাম ৷

≈ধৰ্মীয় প্ৰেম কাহিনী≈ G.f:- আজি মোক ল’গ কৰিব আহিবা ভঙা দলং খনৰ পিছফালে আৰু ফাৰ্মাচিৰ পৰা বস্তুতো লৈ হে আহিবা B.f:- লোৱা , এক পেকেটহে আছিল ৷ G.f:- অই মূৰ্খ ENO কোনে আনিব দিছিল বে ? B.f:- নহয় মানে তুমি যে মাজে মাজে গেছ এৰি দিয়া সচাকে মোৰ নাকতো কাতি পেলাম যেন লাগে ৷ G.f:- জধামূৰ্খ এই জংঘলৰ মাজত এজনী গাভৰু ছোৱালী অকলে আছে আৰু তই ENO হে আনিব পালি ৷ আনিলি আনিলি বাৰু এতিয়া ENO পেকেট মুতৰ লগত মিহলাই খাম নেকী পানী ক’ত


তুমি এজনী ছোৱালী হয় ৷ কোনোবা ল’ৰাই যদি তোমাক propose মাৰে তুমি তাক ধন্যবাদ দিয়াতো উচিত ৷ কিয়নো তুমি এদিন হ’লেওঁ মাঁ হ’বা ৷ তোমাৰ ল’ৰাই যদি ভৱিষ্যতে কোনোবা ছোৱালীক propose মাৰি চেণ্ডেৰৰ চৰ খাই গাল দুখন ফুলাই আহে তেতিয়া তাৰ গালত তুমিয়ে গৰম তেল লগাব লাগিব ৷ সেইবাবে এতিয়া যি কৰ্ম কৰিবা তাৰ ফল ভৱিষ্যতে এদিন হ’লেওঁ পাবা ৷

তুমি এজনী ছোৱালী হয় ৷ ছোৱালীয়ে পৰীক্ষাত ফেইল কৰিলে বোলে একো নাই ৷ বিয়া হৈ গুচি যাব ৷ আৰু বিয়া হোৱাৰ পিছত নিজৰ ল’ৰা ছোৱালীক কি শিকাব A মানে অমিতা B মানে ববিতা সেইবাবে শিক্ষা ল’লেহে শিক্ষা দিব পাৰিবা ৷ ফেচবুকত চেনী ল’লে নহয় ৷

তুমি এজনী ছোৱালী হয় ৷ ৰন্ধন গেছৰ প্ৰয়োজন অধিক তোমাৰ আছে ৷ কিয়নো এদিন হ’লেওঁ তুমি ৰান্ধনী হ’বা ৷ ৰন্ধন গেছৰ মূল্য ৮৬০ টকা হৈছে গ’ম পাইছা নে ? সেইবাবে তুমি প্ৰতিবাদ কৰা উচিত ৷ ল’ৰাবোৰে পেট্ৰল ডিজেলত লাগি আছে ৷ কিয়নো আজি কালি ছোৱালীবোৰে যে চাইকেলৰ পিছফালে নুঠে ৷

তুমি এজনী ছোৱালী হয় ৷ বিয়াৰ দিনা কান্দাতো তোমাৰ স্বাস্থ্যৰ কাৰনে ভাল ৷ কিয়নো কান্দিলে চকুৰ দৃষ্ট্ৰি শক্তি বাঢ়ে ৷ দৃষ্ট্ৰি শক্তি বাঢ়িলে বুঢ়া বয়সত চ'চমা পিন্ধাৰ প্ৰয়োজন নহয় ৷ সেইকাৰনে যিমানে কান্দিবা সিমানে জীৱনত আগুৱাই যাবা চ’চমা নিপিন্ধাকৈ ৷

তুমি এজনী ছোৱালী হয় ৷ বিয়াৰ পিছত তুমি Hawkins কুকাৰত ভাত বনোৱাতো উচিত ৷ কিয়নো Hawkins কুকুৰত ভাত অতি সোনকালে হয় ৷ তাৰফলত সময় ৰাহি হ’ব লগতে গেছওঁ ৰাহি হ’ব ৷ সেই ৰাহি হোৱা সময় আৰু গেছ খিনিৰে তুমি বেলেগ তৰকাৰী বনাব পাৰিবা ৷ যেনে- দালি বটা, আলু পিটিকা ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি সদাই ৰাতিপুৱাই দৌৰিবা ৷ মোৰ বিশ্বাস আছে তুমি হিমা দাস ন’হলেওঁ Lady police হ’ব পাৰিবা ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি সদাই ভাল পথত চলিবা ৷ বেয়া পথত চলিলে তোমাৰ ভৰি দুখন ফাটিব পাৰে ৷ যদি তোমাৰ চাইকেল বা স্কুতি নাই তেতিয়াহ’লে ৰিলাস্কো চেন্দেল পিন্ধি চলিবা বুলি আশা থাকিল ৷ কিয়নো ছোৱালীবোৰৰ ভৰি দুখন কমল ৷ সেইকাৰনে ৰিলাস্কো চেণ্ডেল পিন্ধি নিজৰ ভৰি দুখন সুৰক্ষাত ৰখাতো তোমাৰ দায়িত্ব ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি মুখত সদাই পতঞ্জলী ব্যৱহাৰ কৰা উচিত ৷ কিয়নো মুখৰ সুন্দৰ্য্য সদাই প্ৰকৃতিৰ ঘাঁহ বনেৰে তৈয়াৰী পতঞ্জলীয়ে দিয়ে ৷ ফেয়াৰ এন লাভলিয়ে নহয় ৷

তুমি এজনী ছোৱালী হয় ৷ জীৱনত আগুৱাই যাবলৈ অকল ধুনীয়া হ’লে ন’হব ৷ কাৰন এজন মহৎ ব্যক্তিয়ে কৈছিল ৰূপে নুখুৱাই হাতেহে খুৱাই ৷ তুমি জন্মগত ধুনীয়া হয় তোমাক মেক’আপৰ প্ৰয়োজন নাই ৷ সেইকাৰনে তুমি মেক’আপৰ নামত টকা খৰচ নকৰি সেই টকাৰে MOMO খাবা ৷ দেহাত লাগিব ৷ মেক’আপ অকল গালখনতহে লাগে ৷

ভাৱিলে কেনে লাগে ১০ বছৰ আগত তোমাক কোনেওঁ ৫০ পইচা চকলেটৰ বাহিৰে একো দিয়া নাচিল আৰু এতিয়া চেনীৰ বস্তা দিবলে বহুত বেপাৰী লাইন পাতি থাকে ৷

তুমি এজনী ছোৱালী হয় ৷ আজি স্বাধীনতা দিৱসৰ দিনা তুমি নিজৰ B.f ক চাধা , বিড়ি, চিগাৰেট আদি এৰাই সিহঁতক স্বাধীন কৰা উচিত ৷

আজি কালি সেই মহান ব্যক্তিবোৰওঁ নোহোৱা হৈছে যিয়ে G.F ক কৈছিল তোমাক এদিন দেখা নেপালে মোৰ টুপনী নাহে ৷ ইফালে সি ৰাতিতো ১০ জনীমান ছোৱালীৰ কথা ভাৱি কুম্ভুকৰ্ণৰ দৰে শুই থাকে

Credit- Assamese Girls Facebook Inbox


You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted