Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Jokes : 15 Funny Assamese Caption To Impress Girl

assamese jokes, koutuk in assamese, funny assamese lines
Funny Assamese Caption To Impress Girl

Assamese Jokes : 15 Funny Assamese Caption To Impress Girl

তুমি এজনী ছোৱালী হয় ৷ দুৰ্গা পূজা আহি আছে ৷ এইবাৰ দুৰ্গা পূজাত তুমি মেখেলা চাদৰৰ বাহিৰে একো কাপোৰ কিনিব নালাগে ৷ কিয়নো দুদিন পিছত তোমাৰ বিয়া হ’ব ৷ যিহেতু বিয়াৰ পিছত মেখেলা চাদৰে পিন্ধিব লাগিব ৷ কুৰ্তা,জিনচ্ লংপেন্ট,ফ্ৰক,লেগিচ,টপ ইত্যাদি পোচাকবোৰ তোমাৰ ঘৰত এনে পৰি থাকিব ৷ অথচ সেইবোৰ নিগনীৰ আধাৰহে হ’ব ৷ নিগনীৰ আধাৰৰ কথা চিন্তা কৰিব নালাগে সিহঁতে বিনামুলীয়া চৰকাৰী চাউল খাই আছে গুদামত ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি দাঁত সদাই পতঞ্জলি টুথপেষ্টেৰে ব্ৰাছ কৰা উচিত ৷ কিয়নো পতঞ্জলিয়ে চিখৰ,বিমল খোৱা দাঁতও জাকত জিলিকা কৰি তুলে ৷ আৰু সেই জাকত জিলিকা দাঁত কেইতা উলিয়াই এন্ধাৰতো তুমি কোনো সমস্যাৰ সন্মুখিন হ’ব লগা নহয় ৷

A true love story in my life 2 যিদিনা দ্বিতীয় জনীক দেখিছিলো সিদিনা আছিল ৰবিবাৰ ৷ সিদিনা তাই এজন ল’ৰাৰ লগত গৈ আছিল , বাইকৰ পিছফালে উঠি ৷ ভাৱিছিলো টিউচন গৈছে ল’গৰ ল’ৰা হয় ৷ সিদিনাৰ পৰা দুইবছৰ দেখা পোৱা নাছিলো ৷ আজি দেখা পালো , মনতো উৎফুল্লতিত হৈ গ’ল ৷ তাইৰ কোলাত এটা পোৱালিওঁ আছিল ৷ ভাৱিছিলো বেলগ কাৰোবাৰ হ’য় ৷ কিন্তু যেতিয়া পোৱালিতোৱে কান্দিব ধৰিলে , তাই নিজৰ গাখীৰ খুৱালে ৷ তাৰ পিছত আৰু কি মাঁ তুজে চালাম ৷

≈ধৰ্মীয় প্ৰেম কাহিনী≈ G.f:- আজি মোক ল’গ কৰিব আহিবা ভঙা দলং খনৰ পিছফালে আৰু ফাৰ্মাচিৰ পৰা বস্তুতো লৈ হে আহিবা B.f:- লোৱা , এক পেকেটহে আছিল ৷ G.f:- অই মূৰ্খ ENO কোনে আনিব দিছিল বে ? B.f:- নহয় মানে তুমি যে মাজে মাজে গেছ এৰি দিয়া সচাকে মোৰ নাকতো কাতি পেলাম যেন লাগে ৷ G.f:- জধামূৰ্খ এই জংঘলৰ মাজত এজনী গাভৰু ছোৱালী অকলে আছে আৰু তই ENO হে আনিব পালি ৷ আনিলি আনিলি বাৰু এতিয়া ENO পেকেট মুতৰ লগত মিহলাই খাম নেকী পানী ক’ত


তুমি এজনী ছোৱালী হয় ৷ কোনোবা ল’ৰাই যদি তোমাক propose মাৰে তুমি তাক ধন্যবাদ দিয়াতো উচিত ৷ কিয়নো তুমি এদিন হ’লেওঁ মাঁ হ’বা ৷ তোমাৰ ল’ৰাই যদি ভৱিষ্যতে কোনোবা ছোৱালীক propose মাৰি চেণ্ডেৰৰ চৰ খাই গাল দুখন ফুলাই আহে তেতিয়া তাৰ গালত তুমিয়ে গৰম তেল লগাব লাগিব ৷ সেইবাবে এতিয়া যি কৰ্ম কৰিবা তাৰ ফল ভৱিষ্যতে এদিন হ’লেওঁ পাবা ৷

তুমি এজনী ছোৱালী হয় ৷ ছোৱালীয়ে পৰীক্ষাত ফেইল কৰিলে বোলে একো নাই ৷ বিয়া হৈ গুচি যাব ৷ আৰু বিয়া হোৱাৰ পিছত নিজৰ ল’ৰা ছোৱালীক কি শিকাব A মানে অমিতা B মানে ববিতা সেইবাবে শিক্ষা ল’লেহে শিক্ষা দিব পাৰিবা ৷ ফেচবুকত চেনী ল’লে নহয় ৷

তুমি এজনী ছোৱালী হয় ৷ ৰন্ধন গেছৰ প্ৰয়োজন অধিক তোমাৰ আছে ৷ কিয়নো এদিন হ’লেওঁ তুমি ৰান্ধনী হ’বা ৷ ৰন্ধন গেছৰ মূল্য ৮৬০ টকা হৈছে গ’ম পাইছা নে ? সেইবাবে তুমি প্ৰতিবাদ কৰা উচিত ৷ ল’ৰাবোৰে পেট্ৰল ডিজেলত লাগি আছে ৷ কিয়নো আজি কালি ছোৱালীবোৰে যে চাইকেলৰ পিছফালে নুঠে ৷

তুমি এজনী ছোৱালী হয় ৷ বিয়াৰ দিনা কান্দাতো তোমাৰ স্বাস্থ্যৰ কাৰনে ভাল ৷ কিয়নো কান্দিলে চকুৰ দৃষ্ট্ৰি শক্তি বাঢ়ে ৷ দৃষ্ট্ৰি শক্তি বাঢ়িলে বুঢ়া বয়সত চ'চমা পিন্ধাৰ প্ৰয়োজন নহয় ৷ সেইকাৰনে যিমানে কান্দিবা সিমানে জীৱনত আগুৱাই যাবা চ’চমা নিপিন্ধাকৈ ৷

তুমি এজনী ছোৱালী হয় ৷ বিয়াৰ পিছত তুমি Hawkins কুকাৰত ভাত বনোৱাতো উচিত ৷ কিয়নো Hawkins কুকুৰত ভাত অতি সোনকালে হয় ৷ তাৰফলত সময় ৰাহি হ’ব লগতে গেছওঁ ৰাহি হ’ব ৷ সেই ৰাহি হোৱা সময় আৰু গেছ খিনিৰে তুমি বেলেগ তৰকাৰী বনাব পাৰিবা ৷ যেনে- দালি বটা, আলু পিটিকা ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি সদাই ৰাতিপুৱাই দৌৰিবা ৷ মোৰ বিশ্বাস আছে তুমি হিমা দাস ন’হলেওঁ Lady police হ’ব পাৰিবা ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি সদাই ভাল পথত চলিবা ৷ বেয়া পথত চলিলে তোমাৰ ভৰি দুখন ফাটিব পাৰে ৷ যদি তোমাৰ চাইকেল বা স্কুতি নাই তেতিয়াহ’লে ৰিলাস্কো চেন্দেল পিন্ধি চলিবা বুলি আশা থাকিল ৷ কিয়নো ছোৱালীবোৰৰ ভৰি দুখন কমল ৷ সেইকাৰনে ৰিলাস্কো চেণ্ডেল পিন্ধি নিজৰ ভৰি দুখন সুৰক্ষাত ৰখাতো তোমাৰ দায়িত্ব ৷

তুমি এজনী ছোৱালী হয় ৷ তুমি মুখত সদাই পতঞ্জলী ব্যৱহাৰ কৰা উচিত ৷ কিয়নো মুখৰ সুন্দৰ্য্য সদাই প্ৰকৃতিৰ ঘাঁহ বনেৰে তৈয়াৰী পতঞ্জলীয়ে দিয়ে ৷ ফেয়াৰ এন লাভলিয়ে নহয় ৷

তুমি এজনী ছোৱালী হয় ৷ জীৱনত আগুৱাই যাবলৈ অকল ধুনীয়া হ’লে ন’হব ৷ কাৰন এজন মহৎ ব্যক্তিয়ে কৈছিল ৰূপে নুখুৱাই হাতেহে খুৱাই ৷ তুমি জন্মগত ধুনীয়া হয় তোমাক মেক’আপৰ প্ৰয়োজন নাই ৷ সেইকাৰনে তুমি মেক’আপৰ নামত টকা খৰচ নকৰি সেই টকাৰে MOMO খাবা ৷ দেহাত লাগিব ৷ মেক’আপ অকল গালখনতহে লাগে ৷

ভাৱিলে কেনে লাগে ১০ বছৰ আগত তোমাক কোনেওঁ ৫০ পইচা চকলেটৰ বাহিৰে একো দিয়া নাচিল আৰু এতিয়া চেনীৰ বস্তা দিবলে বহুত বেপাৰী লাইন পাতি থাকে ৷

তুমি এজনী ছোৱালী হয় ৷ আজি স্বাধীনতা দিৱসৰ দিনা তুমি নিজৰ B.f ক চাধা , বিড়ি, চিগাৰেট আদি এৰাই সিহঁতক স্বাধীন কৰা উচিত ৷

আজি কালি সেই মহান ব্যক্তিবোৰওঁ নোহোৱা হৈছে যিয়ে G.F ক কৈছিল তোমাক এদিন দেখা নেপালে মোৰ টুপনী নাহে ৷ ইফালে সি ৰাতিতো ১০ জনীমান ছোৱালীৰ কথা ভাৱি কুম্ভুকৰ্ণৰ দৰে শুই থাকে

Credit- Assamese Girls Facebook Inbox


Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment