Google Pay দ্বাৰা 5,000 to 10,000 টকা পাওক | 101 Referral Reward

Make Money Online in google pay, Google pay secret tips for Assamese.You will learn most secret tips to earn a lot of reward by referring google pay
In this post, you will learn how to earn money with the google pay app, Google Pay Earning tips, By following this method you can easily earn  5,000 to 10,000. if you do some intelligent work then you can earn more than you think. for this, Read the Full Post

Google Pay tips 2021 | how to make money with google pay

Referral Code n1xt78  To Earn Money
  • 1. ১মে আপুনি Google Pay App  download কৰক | 
  • বেংক ডিটেইল Add কৰক |
  • Rs 1 টকা পেমেন্ট কৰি দিয়ক Apunar Friend Google pay ত।
  • লগে লগে 21 টকা Instant Bonus পাব।
  • তাৰ পিছত আপুনি friends and relatives ক invite কৰিব । যদি তেওলোকে download কৰি first payment কৰে  Rs 101  Referral Bonus আপুনি পাব .

Google Pay Details in Assamese

Google pay ৰ দ্বাৰা টকা উপাৰ্জন কৰাৰ আগতে জানি লওক ই কেনেকৈ কাম কৰে আৰু আপোনাৰ কি লাভ হব

1 Google Pay কি? What is Google Pay in Assamese

Google pay App হল google ৰ  Official Payment Application যাৰ সহায়ত আপুনি যিকোনো  Online Payment আৰু Recharge চিধা চিধি আপোনাৰ Bank Account ৰ দ্বাৰা কৰিব পাৰে। Google pay Best Online Payment App বুলি বহুতে কব খোজে যিয়ে আপোনাক  PhonePe, paytm নতুবা  BHIM App তকৈও বেছি  Security দিয়ে । আপুনি google pay app বহুত কামত কৰিব পাৰে

  • Mobile Recharge
  • Dishtv Recharge
  • Online Money Transfer
  • Bill Payment (কাৰেন্টৰ বিল পৰিশোধ)
  • Use For Business
  • Buy Play Store app
  • ইত্যাদি

Google Pay Setup আপুনি কেনেকৈ কৰিব ?

Google pay দ্বাৰা টকা পাবলৈ আপুনি ১মে তাক এক্টিভেট কৰিব লাগিব। ইয়াৰ বাবে তলত দিয়া ষ্টেপবোৰ চাওক

[Note: মনত ৰাখিব যাতে আপুনি ১টা ষ্টেপ যদি  Skip কৰে তেন্তে হয়তো আপোনাৰ বনাচ নিমিলিবও পাৰে। গতিকে আটাইবোৰ ষ্টেপ ভালদৰে চাই লওক।

How to Active Google Pay in Assamese –


Step 1: ১মে আপুনি Google Pay App download কৰক |

Step 2: পিছত Install কৰি , app টো Open কৰি লওক

Step 3: এতিয়া সকলোতকৈ আগতে ভাষা নিৰ্বাচন কৰক



Step 4: পিছত বেংক সৈতে লিংক থকা Register Mobile Number বহুৱাওক –



Step 5: Next ত ক্লিক কৰাৰ লগে লগে  Gmail ID Select কৰিবলৈ কব |

Step 6: তাৰ পিছত আপুনি এটা OTP পাব, যিটো আপুনি Verify কৰিব লাগিব

Step 7: ইয়াৰ পিছত Security ৰ কাৰণে Google Pin Create এটা create কৰক

Step 8: ইয়াৰ পিছত কিছুমান Permissions ক Allow কৰি Bank Account Add যোগ কৰক |

Step 9: বেংক ডিটেইল দিবলৈ Add Bank Account ত ক্লিক কৰক



Step 10: যেতিয়া আপুনি বেংক নামটো চিলেক্ট কৰিব , আপোনাৰ ফোনত SMS এটা আহিব

Step 11: যদি মোবাইল নম্বৰটো বেংকৰ সৈতে লিংক আছে তেন্তে গুগল পে ত চিধাই আপোনাৰ বেংক একাউন্ট লিংক হৈ যাব

Step 12: ইয়াৰ পিছত আপোনাৰ Debit Card ৰ শেষ  6 Digit Number Enter কৰিৰ লাগিব  –



Step 13: আৰু এটা  UPI PIN Create কৰিব লাগিব, যিটো প্ৰত্যেক বাৰ পেমেন্ট কৰাৰ সময়ত কামত আহিব

Step 14: এনেকুৱা কৰাৰ পিছত Google Pay সম্পূৰ্ণ হৈ পৰিব। ইয়াৰ পিছত আপুনি ব্যৱহাৰ কৰিব পাৰে।

#3 Google Pay ৰ দ্বাৰা কেনেকৈ উপাৰ্জন কৰিব? How to Earn Money With Google Payment App


যেতিয়া আপোনাৰ Google Pay Account এক্টিভেট হৈ যায় তাৰ পিছত 1st Payment কৰি , টকা পাব

1. ১মে Google Pay এই link পৰা ডাউনলোড কৰক

( link টোৰ জৰিয়তে App ডাউনলোড কৰাৰ বাবে টকা পাব)

2. ওপৰত দেখুওৱা ধৰণে তাক Setup কৰক |

3. এতিয়া আপুনি New Payment ত ক্লিক কৰক।

4. পিছত UPI ID ৰ OPTION ত চিলেক্ট কৰক

5. তাৰ পিছত  UPI ID Enter কৰক |

6. আপুনি UPI টো Scan কৰিবও পাৰে


6. কৰা হোৱাৰ পিছত n1xt78 Code বহুৱাই দিয়ক 

( Code লিখাৰ অপচন কেতিয়াবা নাহিবও পাৰে)

7.তাৰ বাবে UPI PIN  দি কৰিব |

8. ইয়াৰ পিছত লগে লগে আপুনি Rs. 21 টকা পাব।

Referral Bonus ৰ জৰিয়তে কেনেকৈ পাব –How to earn with referral bonus in google pay


এতিয়া আপুনি শিকিব ৰেফাৰেল কৰি ৫ ৰ পৰা  10 হাজাৰ কেনেকৈ পাব। তাৰ বাবে–

1. Home Page ত সকলোতকৈ ওপৰৰ Right Side ত  আপোনাৰ Profile ত  Click কৰক

2. এতিয়া Invite and Earn ত আপুনি Referral Code পাব

3. আপুনি সেইটো আপোনাৰ Friends আৰু Relatives ৰ সৈতে Share কৰিব

4. ইয়াৰ পিছত যিয়ে আপুনি দিয়া লিংকত গৈ গুগল pay app টো ডাউনলোড কৰিব , আৰু ১ম পেমেন্ট কৰিব

5. আপুনি Rs. 101 টকাৰ বনাচ পাব

6. এতিয়াৰ সময়ত Bonus 101 টকা, আগতে 81 টকা আছিল আৰু হয়তো আগন্তুক দিনত বেছি হব

7. এনেকৈ আপুনি মোবাইলেৰে ঘৰত থাকিয়েই টকা ঘটি থাকিব পাৰে।

4 Google Pay For Business

Google Pay ক আপুনি মই কোৱাৰ দৰে বিজনেছৰ বাবে লৈ  Referral ৰ দ্বাৰা 1000 টকালৈ পাব পাৰে। আপুনি তাৰ বাবে চিনাকি কোনোবা দোকানী বা বিজনেচ সৈতে জৰিত মানুহক Google Pay ৰ বিষয়ে কওক। যদি তেওঁ  Daily Transaction  ৰ বাবে  Google Pay Use কৰে  তেতিয়া আপুনি Referral Bonus পাব যি 50 টকাৰ পৰা  1000 টকালৈকে হব পাৰে। ইয়াৰ বাবে আপুনি  Offers লৈ গৈ তাত থকা Bring Your Favourite Shop onto Google Pay ত ক্লিক কৰি তাৰ link ত  Invite কৰিব লাগিব |যেতিয়াই সেই link ত গৈ Google Pay কৰিব আৰু ব্যৱহাৰ কৰিব আপুনি তাৰ পৰাও লাভবান হব।

5 কিমান উপাৰ্জন কৰিব পাৰিব

এই প্ৰশ্নৰ উত্তৰটো App Referral Program ৰ দ্বাৰা সম্ভৱ। যিজনে বেছি মানুহক লিংক দি ডাউনলোড কৰায় তেও সিমানেই বেছি উপাৰ্জন পাব।মই নিজে  Referral ৰ জৰিয়তে লগতে Reward ৰ দ্বাৰা 600 টকা পাইছো ।

Example –1 জনক Referral কৰাৰ পিছত যেতিয়া তেঁও Payment কৰিব , আপুনি 101 টকা পাব | অৰ্থাৎ

1 জনক Referral = Rs 101
10 জনক Referral = Rs 1010
1000 জনক Referral = Rs 1,01,000

লগতে আপোনাক জনাও যে Google Pay ত বহুত Offers আৰু  Cashback পাই থাকে। যদি আপুনি Payments কৰে  Scratch Card আপুনি পাব পাৰে যত নেকি 1000 টকালৈ কেচবেক পাব পাৰে

6 Refer & Earn কৰক 

এতিয়া আপোনাক কম আপুনি কেনেকৈ google pay app Refer কৰি , Money Earn কৰিব পাৰে। ইয়াৰ বাবে আপুনি বহুকেইটা পদ্ধতি লব পাৰে যেনে
  • WhatsApp Group ত send কৰক
  • Telegram Channel & Group দিয়ক
  • Facebook Page আৰু
  • Other Social Media ব্যৱহাৰ কৰিব পাৰে
Summery 

এনেদৰে আপুনি বহু টকা উপাৰ্জন কৰিব পাৰে। এই পোষ্টটোৰ সৈতে জড়িত যদি কিবা প্ৰশ্ন আছে আপুনি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক।