Top 20 Mahatma Gandhi Assamese Quote Image | Assamese Status Download

Top 20 Mahatma Gandhi Assamese Quote Image | Assamese Status Download

Mahatma Gandhi Assamese Quote Image | Assamese Status Download

Mahatma Gandhi Assamese Photo Quote

আমি যদি পৰিৱৰ্তন বিচাৰো তেন্তে আমি নিজেই পৰিৱৰ্তন হ’ব লাগিব।

Quotes of Mahatma Gandhi Assamese

Best Mahatma gandhi assamese quote

Mahatma gandhi in assam| Best quote in assamese

 প্ৰেমহীন জীৱন শলিতা নোহোৱা চাকিৰ দৰে। 

best mahatma gandhi quote | Quote in assamese

top quote of  mahatma gandhi | Quote assamese language

পশু জীৱন বচোৱাৰ অৰ্থ হৈছে মানৱ জাতিক সেৱা কৰা। 

Assamese Mahatma gandhi photo





শিক্ষাৰ ঘাই শিপাডাল আৰু গা- গছডাল বৰ তিতা। ইয়াৰ ফল কিন্তু বৰ মিঠা।


দেহৰ কাৰণে যেনেদৰে খাদ্যৰ প্ৰয়োজন, তেনেদৰে প্ৰাৰ্থনাত আত্মাৰ প্ৰয়োজন।

১) যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ।

২)মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি ।

৩)খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু। 

৪) সত্যৰ সদায় জয় ।

৫) মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই । 

৬) যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই। 

৭) শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে ।

৮) নভবা-নিচিন্তাকৈ কেতিয়াও প্ৰতিশ্ৰুতি নিদিবা। কাৰণ এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত জীৱন দি
হ’লেও তাক ৰক্ষা কৰিব লাগে। 

৯) মোৰ শ, শ, হাজাৰ, হাজাৰ লোক ধ্বংস হৈ যাওঁক, তথাপি সত্যৰ জয় হওঁক।

১০) প্ৰকৃত প্ৰেম সাগৰৰ দৰে সীমাহীন।এই প্ৰেম উঠা-নমা কৰি আটাইবোৰ সীমা আৰু সীমান্ত অতিক্ৰম কৰি সমগ্ৰ জগতকে আগুৰি ধৰে। 

১১) আমিয়েই আমাৰ ভাগ্যৰ গৰাকী। 

১২) দুৰ্বলীয়ে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। একমাত্ৰ শক্তিমন্তৰ পক্ষেহে ক্ষমা কৰাটো সম্ভৱ। 

১৩) শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনেই শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত।

১৬) জিভাৰ লোভ দমন কৰি ৰাখিব পাৰিলে মনটো সংযত কৰি ৰখা বেছি সহজ।