Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Whatsapp Status | Life Changing Motivational Thoughts In Assamese

জীৱনত অনুপ্রেৰণাৰ গুৰুত্ব কিমান, সেয়া আমি প্রত্যেকেই জানো।প্রত্যেক মানুহেই চায় ভিতৰি ভিতৰি অনুপ্রাণিত থাকিবলৈ । সেয়ে সকলোৰে বাবে আমি ইয়াত share কৰিছো assamese Motivational Quotes huge collection যি সকলোকে সমানভাবে অনুপ্রাণিত কৰিব ।আমি ভাবো , এই assamese motivational status বোৰ বাস্তব জীৱনত ঠিক মতে মানি চলিলে যি কোনো মানুহৰ জীৱন অনয়াসে সলনি হব |

Motivational Quote in Assamese 1

জীৱনত সুখ বিছাৰে যদি আনে কি কয় তাক ভাবিবলৈ বাদ দিয়ক।

 Assamese Motivational Quote  for success | Assamese Status

“যিমান কঠিন সংঘর্ষ , বিজয়ৰ আনন্দ সিমান মধুৰ 

Assamese Succsess Quote

আনৰ ভৰিত পৰি সফল হোৱাতকৈ ভাল নিজৰ ভৰিত থিয় হৈ কিবা কৰা।

Top Assamese Inspirational And Motivational Quote 4

একো অসম্ভৱ নহয় যিয়ে ভাবিব পাৰে , তেও কৰিব পাৰে ।

Motivational Quote for single 5

যেতিয়া আনক বুজাটো কঠিন হৈ পৰে, নিজক বুজিবলৈ ধৰক।

Assamese Motivational Quote after breakup 6

“Give Up কৰা মানে এয়া নহয় যে আপুনি খুব দুর্বল প্রকৃতিৰ, আপুনি বহুত শক্তিশালী আৰু  বুদ্ধিমান যিয়ে পৰিস্হিতি সৈতে অগ্ৰসৰ হব চায় ”

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment