-->

দৈনিক ৫ ঘন্টাকৈ পঢ়ি UPSC Civil Services examত উত্তীৰ্ণ হোৱা বাছ কণ্ডাক্টৰজন

দৈনিক ৫ ঘন্টাকৈ পঢ়ি UPSC Civil Services examত উত্তীৰ্ণ হোৱা  বাছ কণ্ডাক্টৰজন 

BMTC অৰ্থাৎ Bangalore Metropolitan Transport Corporation ৰ বাছ কণ্ডাক্টৰ  , মধু এন চি সদায় জীৱনত কিবা নতুন কৰাৰ চেষ্টা কৰিছিল। এই মানসিকতাৰে , দৈনিক ৫ ঘন্টাকৈ পঢ়ি তেওঁ UPSC exam বাবে প্ৰস্তুতি চলাই আহিছিল .এনেদৰে তেওঁ UPSC mains উত্তীৰ্ণ হল আৰু ইন্টাৰভিউৰ বাবে অপেক্ষা কৰি আছে।কিয়নো অহা 25 মাৰ্চ 2020 ত তেওঁৰ ইন্টাৰভিউ আছে .

মধু পৰিয়ালৰ ১মজন ব্যক্তি যিয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে। BMTC ৰ  বাছ কণ্ডাক্টৰ হিচাপে দৈনিক  ৮ ঘন্টা কাম কৰি ঘৰলৈ যায় তেঁও আৰু পিছত ৫ ঘন্টাকৈ অধ্যয়ন কৰে ।

Malavalli নামৰ সৰু ঠাইৰ মধুই ১৯ বছৰ বয়সতে বাছ কণ্ডাক্টৰ হিছাপে কাম কৰিছিল। এনেকৈ তেঁও  political science ত graduation আৰু   post-graduation সম্পূৰ্ণ কৰিলে .


জুন ২০১৯ ত হোৱা UPSC prelims ত যাৰ ৰিজাল্ট  অক্টোবৰত দিয়া হৈছিল তেওঁ তাত উত্তীৰ্ণ হৈছিল। UPSC prelims ৰ পিছত  Mains ৰ বাবে তেঁও বিষয়বোৰ  যেনে international relations, ethics, language, general studies লৈছিল . তেওঁ politics আৰু  international relations বিষয়টো তেঁওৰ optional subject হিচাপে লৈ প্ৰস্তুতি চলালে .  prelims তেঁও Kannada ভাষাত আৰু  Main exams ইংৰাজীত লিখি সফলতাৰে বাবে গোটেই ভাৰতীয়ক চমকিত কৰা মধুৰ বাবে  আহক আমি জনাও শুভকামনা 

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted