দৈনিক ৫ ঘন্টাকৈ পঢ়ি UPSC Civil Services examত উত্তীৰ্ণ হোৱা বাছ কণ্ডাক্টৰজন
দৈনিক ৫ ঘন্টাকৈ পঢ়ি UPSC Civil Services examত উত্তীৰ্ণ হোৱা বাছ কণ্ডাক্টৰজন
BMTC অৰ্থাৎ Bangalore Metropolitan Transport Corporation ৰ বাছ কণ্ডাক্টৰ , মধু এন চি সদায় জীৱনত কিবা নতুন কৰাৰ চেষ্টা কৰিছিল। এই মানসিকতাৰে , দৈনিক ৫ ঘন্টাকৈ পঢ়ি তেওঁ UPSC exam বাবে প্ৰস্তুতি চলাই আহিছিল .এনেদৰে তেওঁ UPSC mains উত্তীৰ্ণ হল আৰু ইন্টাৰভিউৰ বাবে অপেক্ষা কৰি আছে।কিয়নো অহা 25 মাৰ্চ 2020 ত তেওঁৰ ইন্টাৰভিউ আছে .
মধু পৰিয়ালৰ ১মজন ব্যক্তি যিয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে। BMTC ৰ বাছ কণ্ডাক্টৰ হিচাপে দৈনিক ৮ ঘন্টা কাম কৰি ঘৰলৈ যায় তেঁও আৰু পিছত ৫ ঘন্টাকৈ অধ্যয়ন কৰে ।
Malavalli নামৰ সৰু ঠাইৰ মধুই ১৯ বছৰ বয়সতে বাছ কণ্ডাক্টৰ হিছাপে কাম কৰিছিল। এনেকৈ তেঁও political science ত graduation আৰু post-graduation সম্পূৰ্ণ কৰিলে .
জুন ২০১৯ ত হোৱা UPSC prelims ত যাৰ ৰিজাল্ট অক্টোবৰত দিয়া হৈছিল তেওঁ তাত উত্তীৰ্ণ হৈছিল। UPSC prelims ৰ পিছত Mains ৰ বাবে তেঁও বিষয়বোৰ যেনে international relations, ethics, language, general studies লৈছিল . তেওঁ politics আৰু international relations বিষয়টো তেঁওৰ optional subject হিচাপে লৈ প্ৰস্তুতি চলালে . prelims তেঁও Kannada ভাষাত আৰু Main exams ইংৰাজীত লিখি সফলতাৰে বাবে গোটেই ভাৰতীয়ক চমকিত কৰা মধুৰ বাবে আহক আমি জনাও শুভকামনা
Join the conversation