Love Story Assamese: Best Premor Assamese Golpo : ফ্ৰেণ্ড ৰিকুয়েষ্ট
assamese golpo
love story assamese
story assamese
new assamese story
assamese short story
ফ্ৰেণ্ড ৰিকুয়েষ্ট:Assamese Premor Kahini |Assamese Story For Single Boy
Assamese Golpo | Love Story Assamese
এজনী ছোৱালীৰ Facebook ত এজন লৰাৰ ফ্ৰেণ্ড ৰিকুয়েষ্ট আহিছিল। ছোৱালীজনীয়ে লৰাটোৰ ফটো দেখিয়ে ফ্ৰেণ্ড ৰিকুয়েষ্ট cancel কৰিছিল। কিয়নো লৰাটোৰ ফটোখন ছোৱালীজনীৰ পচন্দ হোৱা নাছিল। কিন্ত লৰাটোৱে বাৰে বাৰে ছোৱালীজনীলৈ ফ্ৰেণ্ড ৰিকুয়েষ্ট পঠাই থাকিল আৰু ছোৱালীজনীয়ে বাৰে বাৰে তাৰ request cancel কৰি থাকিল। এদিন ছোৱালীজনীয়ে খংত তাক add কৰি ললে। লৰাটোক add কৰা পাছত লৰাটোৱে ছোৱালীজনীক সদায় পুৱা গধূলি good morning, good evening, good nt, কি খৱৰ এনেদৰে সময়ে সময়ে তাইক msg কৰিৱলৈ ললে। ছোৱালীজনীয়ে সদায় ignore কৰি গল। এনেদৰেই বহু দিন গল। লাহে লাহে ছোৱালীজনীয়ে তাৰ মেছেজৰ উত্তৰ কৰিৱলৈ ধৰিলে আৰু এনেদৰেই দুয়ো ভাল বন্ধু হৈ পৰিল। সি ship ত job কৰে। বন্ধত এবাৰ সি ঘৰলৈ আহিছিল। যোৱাৰ আগতে ছোৱালীজনীলৈ ফোন কৰিলে আৰু কলে যে, সি তাইক বহু ভাল পায় কিন্ত ছোৱালীজনীয়ে তাৰ কথা শুনি চুপ হৈ গল আৰু কলে যে মই তোমাক মাথোঁ like হে কৰো। তোমাক কেতিয়াওঁ ভালপোৱাৰ কথা ভৱা নাই মই। যদি কেতিয়াবা তোমাক ভাল পেৱাৰ ভাৱ জাগ্ৰত হয় অথবা তুমি যোৱাৰ পাছত তোমাক মই মিছ কৰো তেন্তে তোমাক জনাম। সম্পূণ একমাহ পাৰ হল কিন্ত তাৰ কোনো ধৰণৰ cll, msg নাহিল। ছোৱালীজনীৰ তালৈ মনত পৰিব ধৰিলে। তাৰ প্ৰতিটো কথা, তাৰ মেছেজ আৰু তাইৰ প্ৰতি থকা তাৰ সকলো ধৰণৰ চিন্তা ভাৱনাই তাইক বহু আমনি কৰিব ধৰিলে। এইদৰেই দিন পাৰ হৈ যাবলৈ ধৰিলে। তাৰ মেছেজ, তাৰ এটা ফোনৰকাৰণে তাই অপেক্ষা কৰিবলৈ ধৰিলে কিন্ত তাৰ কোনো খৱৰ নাপালে। তাৰ মোবাইল নম্বৰ চুইছ অফ আহিৱলৈ ধৰিলে, ফেচবুকত মেছেজ কৰি তাই পাগলৰ দৰে হৈ গল কিন্ত তাৰ কোনো ধৰণৰ reply নাহিল। অধিৰভাবে তাই তাৰ বাবে অপেক্ষা কৰৰিবলৈ ধৰিলে আৰু মনতে তাই থিৰাং কৰি ললে যে এইবাৰ তাৰ ফোন মেচেজ আহিলেই তাক ভাল পাওঁ বুলি কব। এনেদৰে ভাবি থাকোঁতেই এদিন অসমৰ বাহিৰৰ পৰা এটা ফোন আহা দেখি তাই বুজি পালে যে এই ফোন নিশ্চয় তাৰ। ফোনটো উঠাওতেই সিফালৰ পৰা এটা লৰা কণ্ঠই তাইক সুধিলে আপুনি বাৰু হিয়া নেকি? মই ৰাজৰ বন্ধু এজনে কৈ আছিলো ship ৰ চিৰিত শ্লিপ হৈ সি বহু আঘাত পাইছিল আৰু আজি ৩ দিনৰ আগতেই তাৰ মৃত্যু হৈছে। সি আপোনাক নিজতকৈয়ো ভালপাইছিল কিন্ত এতিয়া সেইবোৰ কৈ কি লাভ আপুনিটো তাক কেতিয়াওঁ ভালেই পোৱা নাছিল। সি সদায় আপুনাৰ কথা কৈ আছিল আঘাত প্ৰাপ্ত দিন কেইতাটো মাথোঁ আপোনাৰ নামকেই লৈ আছিল আৰু কৈছিল তাই জীৱনত এদিন হলেওঁ মোক মিছ কৰিব মই জানো তাই মোক বহু ভাল পায়, অ বহু ভাল পায়। আপুনি সদায় সুখত থাকিব, তাক এটা বেয়া সপোন বুলি পাহৰাই পেলাব। এইটোৱেই তাৰ শেষ ইচ্ছা আছিল।
কথাবোৰ শুনি ছোৱালীজনীয়ে একো কব নোৱাৰিলে মাথোঁ দুচকুৰে বৈ আহা চকুলো টুকিলে। সেইকাৰণে বন্ধুবৰ্গ ভালপোৱা মানুহজনক মনৰ কথা কৱলৈ তিলমাত্ৰাওঁ দেৰি নকৰিবা। কাৰণ কোন কেতিয়া হেৰাই যায় কব নোৱাৰি কিয়নো জীৱন দুদিনীয়া।
Jeet Joti Kashyap
গল্পটো কেনে লাগিল তলৰ কমেণ্ট বক্সত কমেণ্ট কৰকচোন। লগতে বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু লিখনিটো সকলোকে পঢ়াৰ সুবিধা দিয়ক।
Post a Comment