কিদৰে সলনি হৈ গল ৰাণু মণ্ডল

Ranu mundal makeup image collection

কিদৰে সলনি হৈ গল ৰাণু মণ্ডল

ৰানাঘাট ষ্টেচনৰ ৰানু মণ্ডল। মলিয়ন কাপোৰ, ৰুক্ষ মুৰৰ চুলি। কিন্তু কন্ঠত যেন সুৰৰ যাদু। ষ্টেচনত বহি দিনে ৰাতি আপোন মনে গান গাই থাকে ৰাণু মণ্ডল ।

সেই গান এদিন social media ত আপলোড কৰিলে এজন যুবকে। সেই  ৰাতি social media sensation  হৈ  যায় ৰাণু ।

বলিউড, ৰিয়েলিটি শ্বোৰ পৰা  পূজাৰ theme song , সর্বত্রে অবাধ বিচৰণ এই ৰাণুৰ । কিদৰে সলনি হৈ গল সেই ষ্টেচনৰ সৰু ঠাইখিনিৰ পৰা ওলাই অহা ৰাণু মণ্ডল। 

বহুদিন আগতেই মুম্বাই আহি পাইছিল ৰাণু মণ্ডল। কানপুৰৰ সন্ধা মেকওভাৰ পার্লাৰত  হয় ৰাণু মণ্ডলৰ মেকওভাৰ। মেকওভাৰৰ পিছত ৰানু মণ্ডলৰ চেহেৰাই সলনি হৈ যায় ।

ইয়াৰ মাজতে ৰাণু মণ্ডলৰ মেকওভাৰৰ ছবিৰে ভৰি পৰিছে ছচিয়েল মিডিয়া । পার্লাৰৰ বিউটিছিয়ানৰ  সৈতে মেকওভাৰৰ মুহূৰ্তৰ ৰানু মণ্ডল এতিয়া সকলোৰে মোবাইলত ।