How to apply for anundroam borooah award 2019 easy step
How to apply for anundroam borooah award 2019 easy step
Anundoram Borooah Award 2019 : The Education (Secondary ) Deptt , Government of Assam অতি সোনকালে মেধাৱী ছাত্ৰ ছাত্ৰীৰ সকললৈ Anundoram Borooah Award 2019 দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বটাত ছাত্ৰ ছাত্ৰী সকলক এখনকৈ Certificate ৰ লগতে ২ বছৰৰ বাবে Internet Connectivity যুক্ত আৰু NCERT কিতাপবোৰ PDF ত আৰু তাৰ লগতে Digital Content ( 2D/ 3D Animation, Audio/ Video ) আটাইকেইটা শাখাৰ বাবে লগতে বিশেষকৈ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে Online Coaching আৰু Score Improvement System (OLCSIS) সংলগ্ন কৰিছে
বটাৰ নাম : Anundoram Borooah Award 2019
অফিচিয়েল ৱেবছাইট : http ://arbas.assam. gov.in
ৰেজিষ্ট্ৰেছন আৰম্ভ হোৱাৰ তাৰিখ : 6/11/ 2019
অনলাইন ৰেজিষ্ট্ৰেছন কৰাৰ শেষ তাৰিখ : 25/11/ 2019
সন্ধিয়া ৫ বজা
কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে অনন্দৰাম বৰুৱা বটাৰ বাবে আবেদন কৰিব পাৰিব? Anundoram Borooah Award 2019 Eligibility Criteria 2019 :
অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা/হাই মাদ্ৰাছা /F.M. Examination আৰু Sanskrit Pali প্ৰবেশিকা পৰীক্ষা 2019 ত ষ্টাৰ নম্বৰ (৭৫%) পোৱা ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব
আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে কিদৰে এপ্লাই কৰিব
How to Apply Anundoram Borooah Award 2019 :
যিসকলক ছাত্ৰ ছাত্ৰী যোগ্য হয় তেওঁলোকে অনলাইন যোগে অনন্দৰাম বৰুৱা এৱাৰ্ড ২০১৯ ৰ বাবে ৰেজিষ্টাৰ কৰিব লাগিব। http ://arbas.assam. gov.in.
অবেদনকাৰীসকলে তলত দিয়া ডকুমেন্ট সমুহ আপলোড কৰিব লাগিব :
উৰ্ত্তীণ হোৱা শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা Pass Certificate শিক্ষানুষ্ঠানৰ মুৰব্বীৰ attested আৰু counter signed কৰি pdf বনাই আপলোড কৰিব লাগিব .
ছাত্ৰ ছাত্ৰী জনৰ নিজক স্বাক্ষৰ থকা passport size photograph একপি JPG file formate কৰিব লগিব।
আবেদন কৰিবলৈ তলৰ Click here ত ক্লিক কৰক ।
Apply Online Link : CLICK HERE
বিশেষ দ্ৰষ্টব্য :
ওপৰৰ step বোৰ সম্পূৰ্ণ কৰি ৰেজিষ্ট্ৰেছন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীজনে এখন acknowledgment পাব।
সেইখন চেভ কৰি ৰাখিলে হল।
Post a Comment