How to apply for anundroam borooah award 2019 easy step

How to apply  Anondoram boruah award 2019

How to apply for anundroam borooah award 2019 easy step

Anundoram Borooah Award 2019 : The Education (Secondary ) Deptt , Government of Assam অতি সোনকালে মেধাৱী ছাত্ৰ ছাত্ৰীৰ সকললৈ Anundoram Borooah Award 2019 দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বটাত ছাত্ৰ ছাত্ৰী সকলক এখনকৈ Certificate ৰ লগতে ২ বছৰৰ বাবে Internet Connectivity যুক্ত আৰু NCERT কিতাপবোৰ PDF ত আৰু তাৰ লগতে Digital Content ( 2D/ 3D Animation, Audio/ Video ) আটাইকেইটা শাখাৰ বাবে লগতে বিশেষকৈ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে Online Coaching আৰু Score Improvement System (OLCSIS) সংলগ্ন কৰিছে 

বটাৰ নাম : Anundoram Borooah Award 2019

অফিচিয়েল ৱেবছাইট : http ://arbas.assam. gov.in

ৰেজিষ্ট্ৰেছন আৰম্ভ হোৱাৰ তাৰিখ : 6/11/ 2019

অনলাইন ৰেজিষ্ট্ৰেছন কৰাৰ শেষ তাৰিখ : 25/11/ 2019
সন্ধিয়া ৫ বজা 

কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে অনন্দৰাম বৰুৱা বটাৰ বাবে আবেদন কৰিব পাৰিব? Anundoram Borooah Award 2019 Eligibility Criteria 2019 :

অসম উচ্চতৰ মাধ্যমিক পৰীক্ষা/হাই মাদ্ৰাছা /F.M. Examination আৰু Sanskrit Pali প্ৰবেশিকা পৰীক্ষা 2019 ত ষ্টাৰ নম্বৰ (৭৫%) পোৱা ছাত্ৰ ছাত্ৰী সকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব 

আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে কিদৰে এপ্লাই কৰিব 
How to Apply Anundoram Borooah Award 2019 :

যিসকলক ছাত্ৰ ছাত্ৰী যোগ্য হয় তেওঁলোকে অনলাইন যোগে অনন্দৰাম বৰুৱা এৱাৰ্ড ২০১৯ ৰ বাবে ৰেজিষ্টাৰ কৰিব লাগিব। http ://arbas.assam. gov.in.

অবেদনকাৰীসকলে তলত দিয়া ডকুমেন্ট সমুহ আপলোড কৰিব লাগিব :

উৰ্ত্তীণ হোৱা শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা Pass Certificate শিক্ষানুষ্ঠানৰ মুৰব্বীৰ attested আৰু counter signed কৰি pdf বনাই আপলোড কৰিব লাগিব .

ছাত্ৰ ছাত্ৰী জনৰ নিজক স্বাক্ষৰ থকা passport size photograph একপি JPG file formate কৰিব লগিব। 

আবেদন কৰিবলৈ তলৰ Click here ত ক্লিক কৰক ।

Apply Online Link : CLICK HERE


বিশেষ দ্ৰষ্টব্য :

ওপৰৰ step বোৰ সম্পূৰ্ণ কৰি ৰেজিষ্ট্ৰেছন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীজনে এখন acknowledgment পাব। 
সেইখন চেভ কৰি ৰাখিলে হল। 

0/Post a Comment/Comments

Previous Post Next Post