Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

20 Assamese Emotional Caption For Facebook And Instagram

20 Assamese Emotional Caption For Facebook And Instagram

20 Assamese Emotional Caption For Facebook And Instagram

assamese lonely quotes | assamese love quotes photo

আচলতে লাইফৰ কিছুমান মুহুুৰ্ত ফিল্মী হোৱা  উচিত ৷ এই যেনেদৰে কাৰোবাক খুব মিচ কৰিছো আৰু সিটোমুৰত তেও লগে লগে গম পালে ৷ মুখেৰে কবলৈ প্ৰয়োজন নহল ৷ আচলতে  এনে নহয় বাবে পেইনফুল , মিচ কৰিছো আৰু কবলৈও মন যোৱা নাই ৷

assamese sad quote image | assamese quotes in assamese language

এই জগতত ২৪ ঘন্টাই কোনো ব্যস্ত নাথাকে, সেয়া নিৰ্ভৰ কৰে আপুনি তেওঁৰ প্ৰাধান্যৰ তালিকাত কোন স্থানত আছে।

niribili assamese status | Sad Assmaese Status

জীৱনৰ সকলোবোৰ বস্ত এদিন শেষ হৈ গলেও কষ্টৰ শেষ কেতিয়াও নহয়।

Assamese Jokes Caption | meme in Assamese

ইতিহাস সাক্ষী আছে। আজিলৈকে কোনো লৰাই চেলুনত চুলি কাটি আহি মাক দেউতাকক সুখী কৰিব পৰা নাই।


দেউতা সেইজনেই যিজনে নিজ কন্যাক আন এঘৰলৈ উলিয়াই দিওতহে দেখুৱাই কান্দে।


স্মৃতিবোৰতো জ্বলাই কাহানিবাই শেষ কৰি দিছিলা, মাথো মইহে জ্বলি যোৱা স্মৃতিৰ ছাই খিনিকো সাৱটি ৰাখিছিলো।

assamese inspirational quote | assamese love quote image


প্ৰথমে নিজক ভালপোৱা, নিজক ভালপোৱা মানুহে বেলেগক কষ্ট দিবলৈ নোৱাৰে।



বেইমান তুমি নহয়। বেইমান হল মোৰ মন যিয়ে তোমাৰ পৰা অৱহেলা পাব বুলি জানিও তোমাক মনত পেলায়।

assamese heartbreaking quotes| assamese happy quotes


তেওৰ হাততেই ধৰা উচিত যিজনে পৰিস্থিতি যিয়েই নহওঁক কিয় তোমাৰ হাতখন কেতিয়াওঁ এৰি নিদিয়ে।


ভালে থাকিবা, বহু অসমাপ্ত প্ৰেমৰ শেষ কথা।



ক্ৰোধৰ পৰা ভ্ৰম উৎপন্ন হয়। ভ্ৰমে মন ব্যগ্ৰ কৰি তোলে। যেতিয়া মন ব্যগ্ৰ হয় তেতিয়া যুক্তি তৰল হয়। যুক্তি তৰল হলে মানুহৰ পতন হয়। -- শ্ৰী মদ্ভাগৱত গীতা

assamese quote love | assamese life quote

পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হল মানুহৰ মন। আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ "ভালপোৱা" 

love quotes in assamese | assamese quote image


assamese great man quotes | assamese quotes hd


assamese love quotes video download
assamese love quotes video download


assamese quotes in love | assamese quotes in life




assamese love quotes pic | assamese love quotes status

assamese love quotes pictures | assamese love quotes sad


assamese quotes download | 2020 Assamese quote

assamese quotes on nature | assamese quotes on death

assamese crush quotes
assamese crush quotes

assamese quote | assamese quotes | assamese quotes for facebook

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog