Things That Are More Important Than Love In A Relationship | Story In Assamese Language
Things That Are More Important Than Love In A Relationship | Story In Assamese Language
Things That Are More Important Than Love In A Relationship | Story In Assamese Language
Which Is More Important Love Or Responsibility | Story In Assamese Language ভালপোৱা নে দায়িত্ব
তোমাৰ জ্বৰ হলে কোনোৱে যদি টেবুলত হাজাৰ টকাৰ নোট থৈ গুচি যায় তেতিয়াহলে সেয়া হল দায়িত্ব । কিন্তু তেওঁ যদি নিজে আহি কপালত হাত থৈ জ্বৰ চায় সেয়া ভালপোৱা।
তোমাৰ জন্মদিনত কোনোৱে যদি তেঁওৰ পিঅৰ হাতত দামী গিফ্ট পঠিয়াই দিয়ে সেয়া দায়িত্ব। কিন্তু তেঁও যদি নিজেই এটি গোলাপ কিনি আনি তোমাৰ খোপাত গুঁজি দিয়ে তেতিয়া সেয়া হল ভালপোৱা !
দায়িত্বৰ ভিতৰত ভালপোৱা নাথাকিবও পাৰে । কিন্তু ভালপোৱাত অবশ্যেই দায়িত্ব থাকে !
মাত্ৰ দায়িত্বক জীবন সঙ্গী হিচাপে বাচি ললে সুখী হব পাৰে । কিন্তু সকলো সুখত আনন্দ নাথাকে । কিন্তু সকলো আনন্দৰ মাজতে সুখ থাকে।
ক্লান্ত হৈ ঘৰ উভতি আহি যদি তুমি দেখা, তোমাৰ বাবে টেবুলত খোৱা বস্তু সজাই থোৱা আছে। সেয়া একপ্ৰকাৰ দায়িত্ব। কিন্তু তেওঁ যদি নিজে কাষত বহি তোমাৰ কাঁহীত ভাত আগবঢ়াই দি নিজেও ইমান দেৰি পিছত খাবলৈ লৈছে সেয়া ভালপোৱা ।
তোমাৰ বিষন্ন চিন্তিত মুখ দেখি যদি কোনোৱে জানিব নোখোজে 'সকলো ঠিকেই আছেনে ?' তেন্তে তোমাৰ গোটেই দিনৰ পৰিশ্রম, টকা , সকলোবোৰেই অর্থহীন!
জানানে সকলো সময় এচিৰ ঠাণ্ডা বতাহত প্রশান্তি নাহে। প্রিয় মানুহজনৰ বিছনীৰ বতাহতো কিমান যে প্ৰশান্তি , ভালপোৱাৰ মিশ্ৰিত হৈ থাকে!
মই কোৱা নাই টকাৰ প্রয়োজন নাই । এই গিফট, হাজাৰ টকাৰ নোট সকলোৱে প্রয়োজন । কিন্তু তাৰ লগতে যিটো সকলোতকৈ বেছি প্রয়োজন সেয়া হৈছে প্রিয় মানুহজনক সময় দিয়া , তেওঁক বুজা ! কাষত বহা , অলপ মনৰ কথা শুনা!
আমি প্রেম বুলি কলে বিয়াৰ আগৰ এটা সম্পর্কক বুজো । অথচ প্রেম কৰাৰ প্রয়োজন বিয়াৰ পিছতহে
নহয়নে বাৰু।
(শ্বেয়াৰ কৰক আৰু লিখনিটো সকলোকে পঢ়াৰ সুবিধা দিয়ক)