মহিলাসকলে পুৰুষৰ কি পচন্দ কৰে আপুনি জানিলে আচৰিত হব
Assamese Girl Choice, What Girl Love
মহিলাসকলে পুৰুষৰ কি পচন্দ কৰে আপুনি জানিলে আচৰিত হব
নিজক আনৰ আগত আকৰ্ষণীয় কৰিবলৈ আমি সকলোৱে বিচাৰো। যিকোনো পুৰুষে বিছাৰে এজনী ছোৱালীৰ আগত নিজক তুলি ধৰিবলৈ। বহু সময়ত দেখা যায় এজনী ছোৱালীৰ মুখামুখি হলে লৰাবোৰে বহুতে নিজৰ চুলিখিনি অথবা চাৰ্টৰ কালাৰটো ঠিক কৰে । কিন্তু সচা অৰ্থত ছোৱালীয়ে লৰাৰ কি কি পচন্দ কৰে সেয়া হয়তো বহুতো ল'ৰাই নাজানে।
ইয়াক লৈ গৱেষণা কৰিছিল ইউনির্ভাচিটি কলেজ অফ লন্ডনৰ এদল বিজ্ঞানীয়ে । গবেষণাৰ পৰা জনা গল নাৰীৰ বাবে পুৰুষৰ সকলোতকৈ আকৰ্ষনীয় বস্তুটো হ' ল সুন্দৰ কন্ঠস্বৰ।
পুৰুষৰ কণ্ঠস্বৰ নাৰীৰ মনত গভীৰ আলোড়ন সৃষ্টি কৰে । কেবল কণ্ঠস্বৰৰ মাধ্যমত পুৰুষৰ দেহৰ গঠন, উচ্চতা, চৰিত্ৰ আন্দাজ কৰাৰ চেষ্টা কৰে নাৰীসকলে । গৱেষক সকলে জানিবলৈ দিয়া মতে,শব্দেৰ কম্পন আৰু কণ্ঠস্বৰৰ উঠানমাই হল মূল বিষয়। এজন পুৰুষে কি কৈছে, কি ভাবত কৈছে সেয়া এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নহয়। গহীন কণ্ঠস্বৰত নাৰী বেছি আকৰ্ষিত হয় । গবেষণাৰ বাবে ১০ জনী নাৰীক ৰেকর্ড কৰা পুৰুষকণ্ঠ শুনোৱা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত সিহতৰ মন্তব্যও ৰেকৰ্ড কৰা হয় । দেখা গৈছে , প্রত্যেক নাৰী পুৰুষৰ কণ্ঠস্বৰ শুনি তেওঁৰ চেহেৰা, শাৰিৰীক বাসনা লগতে তেওক দেখিবলৈ কেনে হব তাকো মনত অংকণ কৰাৰ চেষ্টা কৰিছিল। সিহতৰ উত্তৰৰ পৰা গবেষকসকলে আৰু বেছ কিছু প্রৱণতা লক্ষ কৰিছে । যেনে, কোনো পুৰুষৰ কণ্ঠস্বৰ গহীন হলে লগতে কণ্ঠস্বৰ কম কপিলে মহিলাই তাক বেছি পছন্দ কৰে।
তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু সিহতকো পঢ়িবলৈ দিয়ক
Join the conversation