Real Paranormal Incident In Assam - The Story Of Chirag Film

Real Paranormal Incident In Assam - The Story Of Chirag Film

২০১৪ চনৰ কথা, সৌৰভ বৈশ্য আৰু তেওঁৰ বন্ধুকেইজনে আৰম্ভ কৰিছে উচ্ছাভিলাসী প্ৰজেক্ট চিৰাগ, একচন thriller film৷ইতিমধ্যে আধা শ্বট সম্পূৰ্ণ হৈছে আৰু  teaser কপ্লিট . ২০১৬ চন ৷ কিন্তু হঠাৎ সকলো সলনি হৈ পৰিল। ফিল্মখন নাহিল । লগতে জীয়াই নাথাকিল তাত থকা সকলোকেইজন

২০১৬ চনৰ নৱেম্বৰ মাহ৷ ফিল্ম খনৰ Last schedule বাবে নতুন (New Crew member) সদস্য লৈ লোকেচন বিচাৰি মায়ঙ যোৱা হল৷  মায়ঙৰ পৰা ২০  km.দুৰৰ গাওঁ কল্পনাপুৰলৈ৷

আচৰিত ধৰণে তাত যোৱা চাৰিওজন উভতি নাহিল৷ বহু কেইদিন পিছত পুলিচে সিহতে ব্যবহাৰ কৰা Handicam, DSLR আৰু Laptops উদ্ধাৰ কৰিলে যত ৬ ঘন্টাৰ video footage.আছিল ৷

The Story Behind The  Chirag Project - কাহিনীৰ আঁৰৰ কাহিনী Assamese Horror Incident Real Footage




চিৰাগ সম্পূর্ণ কিয় নহ’ল ? তাৰ আঁৰৰ কাহিনী । Director Sourav Baishya​ ৰ কথা

“এটি সপোন, যিটো সপোনে আমাক টোপনি মাৰিব দিয়া নাছিল । মোৰ বয়স তেতিয়া ২১, আমি গোটেই মেম্বাৰ কেইজন প্রাই একে বয়সৰ আছিলো । নিজৰ জমা কৰা টকা লগতে দেউতাই দিয়া কিছু টকাৰে সপোন এটিক পূৰণ কৰিবৰ বাবে আমি আগ বাঢ়ি ২০১৪’ত আৰম্ভ কৰিছিলো চিৰাগ নামৰ চলচিত্র খনৰ কাম । Shooting শেষ নহওতেই ২০১৫ ৰ ফেব্রুৱাৰি মাহত প্রথম টিজাৰ টো release কৰিছিলো । কিন্তু কিছুমান personal আৰু financial problem ৰ বাবে আমি ফিল্ম খনৰ shooting শেষ কৰিব নোৱাৰিলো যাৰ ফলত ফিল্ম খনৰ লগত জড়িত থকা সকলো মেম্বাৰেই বিভিন্ন ধৰণৰ প্রশ্নৰ সন্মুখিন হ’ব লগা হৈছিল । কেতিয়া Release হ’ব চিৰাগ ? Shooting শেষ নে ? কিমান বাকী ? Etc etc..


বহুতো অসুবিধাৰ সন্মুখিন হৈ, সকলো বাধা নেওচি অৱশেষত প্রাই বছৰৰ মূৰত ২০১৬ চনৰ নৱেম্বৰ মাহত ফিল্ম খনৰ Last schedule বাবে নতুন (New Crew member) সদস্য লৈ লোকেচন বিচাৰি যাও মায়ঙলৈ কিন্তু মোৰ আইতাৰ এটা Accident বাবে মই যাব নোৱাৰিলো , কিন্তু মোৰ বাকি জন Crew মেম্বাৰক তালৈ পঠাও যিহেতুকে বহুত gape পৰি গৈছে ফিল্ম খনৰ, সেয়ে মই আৰু পলম কৰিব বিচৰা নাছিলো আৰু যিহেতুকে মই যাব নোৱাৰিলো সেয়ে কৌশিক নাথ যিজন Assistant Director আছিলে তাক গোটেই Location বোৰ Shoot কৰি আনিব কৈছিলো

কিন্তু লোকেচন বিচাৰি গৈ মোৰ সেই জন Crew মেম্বাৰ আৰু উভতি নাহিল মায়ঙৰ পৰা প্রাই ২০ কিঃমিঃ মান দুৰত কল্পনাপুৰ নামৰ ঠাইত সিহঁত সন্ধানহীন হয় সিহঁতৰ লগত যিবোৰ শিহৰণ কাৰি ঘটনা ঘটিছিল মই সেয়া মুখেৰে ব্যক্ত কৰিব নোৱাৰিম বহুত চেষ্টা কৰাৰ পিচত সিহঁতৰ কোনো ধৰণৰ সন্ধান আমি নাপালো আৰু কিছুদিন পিছত পলুচে সিহঁতৰ লগত থকা Handicam, DSLR, Laptop আদি সংগ্রহ কৰিবলৈ সক্ষম হয় প্রাই ঘণ্টাৰ Found footage কিছুমান এনেকুৱা ধৰণৰ শিহৰণকাৰী দৃশ্য আছে যিবোৰ বিশ্বাস কৰিবলৈ টান আচলতে সিহঁতৰ লগত কি ঘটিছিল সেইদিনা ? সিহত কিয় উভতি নাহিল ? সেই গোটেই বোৰ প্রশ্নৰ উত্তৰ আছে সেই ঘন্টাৰ Found footage চাৰি জন Crew member ফেমেলিৰ পৰা আমি Permission পোৱাৰ পিছত আমি ভাবিছো এই Footage বোৰ আপোনালকৰ ওচৰত as a Film মুকলি কৰি দিম বহুতো কাৰণত আমি এইবোৰ কথা Publish কৰিব পৰা নাছিলো আৰু Footage বোৰ আমাৰ হাতত আহি পৰা নাছিলে এতিয়া আমাক জনাওক আপোনালকে , আমি কি কৰা উচিত চিৰাগৰ কাহিনীৰ আঁৰৰ কাহিনী যদি আপোনিও জানিব বিচাৰিছে তেন্তে আমাক জনাওক আমি দেখুৱাম আপোনালকক সেই দৃশ্য বোৰ ।“

1/Post a Comment/Comments

Post a Comment

Previous Post Next Post