Treatment For Heart Blockage In Assamese Acharya Pankaj Pathak Tips
Treatment For Heart Blockage In Assamese Acharya Pankaj Pathak Tips
যিসকলৰ হাৰ্ট ব্লকেজ হৈছে , তেওঁলোকে এতিয়া angioplasty কৰি 5 লাখ টকা খৰচ কৰাৰ দৰকাৰ নাই .
Angioplasty কৰিলে এপাত spring লগাই দিয়ে , যাক stent বুলি কয় । এই spring ডাল আমেৰিকাৰ পৰা আহে । এইডাল বনোৱাৰ খৰচ 50 টকাৰ ভিতৰত হয় ।। এই spring ডাল সিহঁতে ভাৰতত 2.5 লাখ টকাত বিক্ৰী কৰে ।
তাৰ ওপৰত লগোৱা খৰচ , ঔষধ , ডক্টৰৰ খৰচ আদি মিলাই প্ৰায় 5 লাখ খৰচ হয় ।
Aangioplasty কৰাৰ পাছতো success নহয় । কাৰণ ডক্টৰে ব্লকেজ হে খুলি দিয়ে , ব্লকেজ হোৱাৰ কাৰণটো বন্ধ কৰিব নোৱাৰে ।। তাৰ বাবে 1-2 বছৰ পাছত আকৌ stent ৰ দুইফালে ব্লক হৈ যায় ।।
ইয়াৰ পাছত তেওঁলোকে আপোনাক ভগৱানৰ ওপৰত এৰি দিব ।।
ভগৱানে কিন্তু আপোনাক ঠিক কৰিব কেতিয়াও নাহে ।
কাৰণ ভগৱানে নিজেই গীতাত কৈছে .
অৰ্থাৎ
এতিয়া কথা হল যে ভগৱানে নিজেই কৈছে , তেওঁ হেনো সাধু সন্ন্যাসী ৰক্ষাৰ বাবে আৰু ধৰ্ম সংস্থাপনৰ বাবেহে আহিব , গতিকে আপুনি তেওঁক বাট চাব নোৱাৰে ।
আৰু হয়তো আপুনি সাধু সন্যাসিও নহয় ।
গতিকে নিজৰ ডক্টৰ নিজেই হওক আৰু আয়ুৰ্বেদৰ ব্যৱহাৰ কৰক ।
দৈনিক 1 গিলাচ জাতি লাওঁৰ জুইচ বনাই খাওক আৰু 3 মাহত ব্লকেজ খুলি দিয়ক ।
তিনি মাহত জাতি লাওঁৰ খৰচ খুব বেছি 1000 টকা যাব ।
ইয়াৰ উপৰিও
- 1. High BP normal হব ।
- 2. কলেষ্টৰেল normal হব ।
- 3. তেজ পৰিষ্কাৰ হব ।
- 4. তেজৰ অম্ল নোহোৱা কৰিব ।
- 5. পেট পৰিষ্কাৰ কৰিব ।
- 6. পেচাবৰ জ্বলা পুৰা নোহোৱা হব ।
- 7. Constipation নোহোৱা হব ।
বাকলি নোগুচোৱা কৰি জুইচ উলিয়াই ৰাতিপুৱা খালি পেটত খাব । 3 মাহ দৈনিক খাওক ।
যদি ৰাতি 2 বজাৰ পৰা 5 বজাৰ ভিতৰত বুকু পিঠি বিন্ধি ধৰিছে , তেন্তে 1-2 বছৰ পাছত হাৰ্ট এটেক হব ধৰিব ।
নিমখ বন্ধ কৰিব আৰু ৰিফাইন তেল নাখাব
-Pankaj Pathak
Join the conversation