-->

Treatment For Heart Blockage In Assamese Acharya Pankaj Pathak Tips

Ayurvedic tips in Assamese | Pankaj Pathak tips Assamese

Treatment For Heart Blockage In Assamese Acharya Pankaj Pathak Tips

যিসকলৰ হাৰ্ট ব্লকেজ হৈছে , তেওঁলোকে এতিয়া angioplasty কৰি 5 লাখ টকা খৰচ কৰাৰ দৰকাৰ নাই .

Angioplasty কৰিলে এপাত spring লগাই দিয়ে , যাক stent বুলি কয় । এই spring ডাল আমেৰিকাৰ পৰা আহে । এইডাল বনোৱাৰ খৰচ 50 টকাৰ ভিতৰত হয় ।। এই spring ডাল সিহঁতে ভাৰতত 2.5 লাখ টকাত বিক্ৰী কৰে ।

তাৰ ওপৰত লগোৱা খৰচ , ঔষধ , ডক্টৰৰ খৰচ আদি মিলাই প্ৰায় 5 লাখ খৰচ হয় ।

Aangioplasty কৰাৰ পাছতো success নহয় । কাৰণ ডক্টৰে ব্লকেজ হে খুলি দিয়ে , ব্লকেজ হোৱাৰ কাৰণটো বন্ধ কৰিব নোৱাৰে ।। তাৰ বাবে 1-2 বছৰ পাছত আকৌ stent ৰ দুইফালে ব্লক হৈ যায় ।।

ইয়াৰ পাছত তেওঁলোকে আপোনাক ভগৱানৰ ওপৰত এৰি দিব ।।

ভগৱানে কিন্তু আপোনাক ঠিক কৰিব কেতিয়াও নাহে ।

কাৰণ ভগৱানে নিজেই গীতাত কৈছে .

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥

অৰ্থাৎ

যেতিয়াই যেতিয়াই ধৰ্মৰ ওপৰত অত্যাচাৰ হয় ।।
যেতিয়াই যেতিয়াই অধৰ্মৰ উত্থান হয় ,
তেতিয়াই মই আহিম ।।
সাধু সন্যাসিক ৰক্ষা কৰা আৰু ধৰ্ম সংস্থাপনৰ বাবে
মই যুগে যুগে জন্ম লম ।।।।

এতিয়া কথা হল যে ভগৱানে নিজেই কৈছে , তেওঁ হেনো সাধু সন্ন্যাসী ৰক্ষাৰ বাবে আৰু ধৰ্ম সংস্থাপনৰ বাবেহে আহিব , গতিকে আপুনি তেওঁক বাট চাব নোৱাৰে ।

আৰু হয়তো আপুনি সাধু সন্যাসিও নহয় ।

গতিকে নিজৰ ডক্টৰ নিজেই হওক আৰু আয়ুৰ্বেদৰ ব্যৱহাৰ কৰক ।

দৈনিক 1 গিলাচ জাতি লাওঁৰ জুইচ বনাই খাওক আৰু 3 মাহত ব্লকেজ খুলি দিয়ক ।

তিনি মাহত জাতি লাওঁৰ খৰচ খুব বেছি 1000 টকা যাব ।

ইয়াৰ উপৰিও

  • 1. High BP normal হব ।
  • 2. কলেষ্টৰেল normal হব ।
  • 3. তেজ পৰিষ্কাৰ হব ।
  • 4. তেজৰ অম্ল নোহোৱা কৰিব ।
  • 5. পেট পৰিষ্কাৰ কৰিব ।
  • 6. পেচাবৰ জ্বলা পুৰা নোহোৱা হব ।
  • 7. Constipation নোহোৱা হব ।

বাকলি নোগুচোৱা কৰি জুইচ উলিয়াই ৰাতিপুৱা খালি পেটত খাব । 3 মাহ দৈনিক খাওক ।

যদি ৰাতি 2 বজাৰ পৰা 5 বজাৰ ভিতৰত বুকু পিঠি বিন্ধি ধৰিছে , তেন্তে 1-2 বছৰ পাছত হাৰ্ট এটেক হব ধৰিব ।

নিমখ বন্ধ কৰিব আৰু ৰিফাইন তেল নাখাব 

-Pankaj Pathak

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted