-->

Top 5 Reasons Why Assamese Mother Fight With Her Daughter In Law

Why Assamese Married Woman Fight With Their Mother এইবোৰ কাৰণত হয় শাহু বোৱাৰীৰ কাজিয়া
Assamese Bowari| Assamese Bhabi Fight Wtih Sasu Maa

Top 5 Reasons Why Assamese Mother Fight With Her Daughter In Law শাহু বোৱাৰীৰ কাজিয়া


ঘৰ এখনত বোৱাৰীক লক্ষীৰ স্থান দিয়া হয় ৷ কিন্তু আজিকালি শাহুৱেকে বোৱাৰীকৰ কাজিয়াই সেয়া সলনি কৰি দিছে৷ আহকচোন জানো  Hahu Bowarir Majot Kio Hoi Kajia

লৰাটোক লৈ হয় কাজিয়া
বহু ক্ষেত্ৰত শাহু বোৱাৰীৰ কাজিয়াৰ কাৰণ লৰাটোক লৈ হয়৷ মাকে ভাবে বিয়াৰ পিছত লৰাটো সলনি হৈ গল আৰু এতিয়া সি পত্নী আৰু 
ঘৰৰ কথাহে ভাবে৷সেই ভাবি শাহুৱেকে বোৱাৰীক কথা শুনাবলৈ আৰম্ভ কৰে আৰু লৰাটোক বোৱাৰীকৰ বিৰুদ্ধে লগায় ৷ এনে পৰিস্তিতিত বোৱাৰীএ নিজৰ গিৰিয়েকক বুজাব লাগে যে তেও কথাবোৰ বুজা উচিত ৷

ঘৰৰ কাম কৰাক লৈ 

আজিৰ সময়ত ৮০% ছোৱালীয়ে কাম কৰে আৰু বিয়াৰ পিছতো কাম কৰি নিজকে ব্যস্ত ৰাখিব খোজে ৷বিয়াৰ পিছত ১মে তাত কোনো প্ৰভাব নপৰে ৷ কিন্তু যদি অফিচ যোৱা সময়ত বা ঘৰ গৈ পাকঘৰত শাহুৱেকক সহায় নকৰে তেতিয়াতো কাজিয়া হোৱা স্বাভাবিক ৷সময় থাকোতেই এয়া থিক কৰা ভাল৷

প্ৰায়ে মাকৰ ঘৰলৈ যোৱা 

শাহুৱেকে নিজৰ বোৱাৰীক যিমানেই মৰম নকৰক,নিজৰ বোৱাৰীয়ে বাৰে বাৰে মাকৰ ঘৰলৈ যোৱাটো কেতিয়াও পচন্দ নকৰে৷ যদিওবা শাহুৱেকে নিজৰ বোৱাৰীক চিধা চিধিকৈ একো নকলেও তেওৰ কথাত সেয়া বুজি পোৱা যায় ৷

আনৰ সৈতে তুলনা কৰা 

কাম কৰা মহিলাসকলে প্ৰায়ে অফিচত নিজৰ শাহুৱেকক আনৰ সৈতে তুলনা কৰে৷তেওলোকে ভাবে ঘৰত সন্মান নিদিয়ে আৰু সেই বিৰক্তি ঘৰৰ সদস্যৰ ওপৰত বাহিৰ কৰে 

You may like these posts

Comments

  1. Unknown
    ভাল লাগিল
  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted