Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Why Assamese Girls Attracted To Men Older Than Their Age

Assamese Marriage article | Assamese Girls Fact

Why Assamese Girls Attracted To Men Older Than Their Age ছোৱালীসকলে বয়স্ক মানুহক কিয় পচন্দ কৰে জানেনে?

যিটো পৰিমানৰ পৰিপক্বতা(maturity) বয়স্ক পুৰুষৰ ক্ষেত্ৰত দেখা পোৱা যায় কম বয়সীয়া পুৰুষৰ ওচৰত তেনেকুৱা সচৰাচৰ দেখা পোৱা নাযায় । আকৰ্ষনো এটাই সম্ভবতঃ সকলোৰে কাৰন ডাঙৰ হোৱা বাবে।

বয়স্ক পুৰুষ মানেই জীৱনতো পৰিপূৰ্ণ। আয় নিশ্চিত আৰু লগতে ভবিষ্যতো।

বয়স্ক পুৰুষৰ ব্যক্তিত্বই বহু কম বয়সীয়া মহিলাক আকৰ্ষিত কৰে।

অভিজ্ঞতাৰ পৰা বয়স্ক পুৰুষসকল প্ৰেমিক হিচাপে হৈ পৰে একেবাৰে ভিন্ন ধৰনৰ । প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ ধাৰনা একেবাৰে বেলেগ, আৰু অধিক বাস্তব সন্মত। ফলস্বৰূপে সম্পৰ্ক টিকি থাকে বাস্তবিকতাৰ ভিত্তিতেই।

গভীৰ বুজাপৰা আৰু শাৰীৰিকতাৰ পৰিবৰ্তে সম্পৰ্কত মনৰ ভালপোৱাই বেছি অগ্ৰাধিকাৰ পায় ।

সম্পৰ্ক প্ৰাপ্তি অৰ্থাৎ বিবাহৰ পাছত বিচ্ছেদৰ সম্ভাবনা অত্যন্ত কম আৰু সেই সম্পৰ্ক চিৰস্থায়ী হয়।
যি ব্যক্তিত্ব অভিজ্ঞতা তেওঁৰ ওচৰত থাকে আন বেলেগৰ ওচৰত তেওঁৰ তুলনা নহয়। প্ৰয়োজনৰ সময়ত কি উপদেশ দিব লাগে তাৰ বাবে তেওঁলোক অভিজ্ঞতা প্ৰসূত। বিপদে আপদে সু-পৰামৰ্শৰ অভাৱ অনুভৱ কৰিব লগা নহয় ।

বয়স বেছি মানে অভিজ্ঞতাও বেছি। অৰ্থাৎ কথা-বতৰা প্ৰেম শৰীৰ সংসাৰ আদি গণ্ডীৰ পৰা আঁতৰি বিভিন্ন দিশত বিস্তাৰিত হয় বিভিন্ন ধৰনৰ কথা পতা হয় আৰু সকলো বিষয়তে সুচিন্তাৰ প্ৰকাশ হয় ।

আৱেগৰ ক্ষেত্ৰতো বয়স্ক পুৰুষ বহু বেছি পৈণত। সেইবাবে সম্পৰ্ক স্থায়িত্ব অনেকগুণেই বেছি।

বয়স বেছি হলেও, তৰুণী ভাৰ্যা পালে বয়স্ক পুৰুষৰ মাজত এটি শিশুসুলভ আচৰন প্ৰকাশ পায়¸ যিটো বেছিভাগ মহিলাৰে প্ৰিয় পচন্দৰ কাৰণ হয়।

-অপু জৌতিস্মৃতা

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment