Learn Make Money Online With Me 🔥 Click Here

কিহবাৰ ৰাগীত বাঢ়ি যায়


কিহবাৰ ৰাগীত বাঢ়ি যায়
সীমাহীন শব্দৰ মায়াজাল

মোৰ অজানা প্ৰেয়সীৰ দৰে
পাক লাগে ভাৱনাৰ শাৰি শাৰি



কোনে জানে...
কাৰ শব্দৰ মায়াজালে
কাৰ বুকুত কঁপনি তোলে




#দেৱজিৎ নাথ

Post a Comment