-->

10 Most Romantic Assamese Love Story Collection | Assamese Love Story

Love story in Assamese language, Most romantic assamese love story, assamese love story for bf gf , axomiya premor golpo
Love story in Assamese language | axomiya premor golpo

10 Most Romantic Assamese Love Story Collection | Assamese Love Story

ল'ৰা এজনে ছোৱালী এজনীৰ লগতকথা পাতিবলৈ চেষ্টা কৰে কিন্তুঅহংকাৰী ছোৱালীজনীয়ে ল'ৰাটোৰ অনুভূতিক বুজিবলৈ ইচ্ছা নকৰে ৷ এদিন ছোৱালীজনীয়ে ল'ৰাটোকসকলোৰে আগত বেয়াকৈ অপমান কৰিলে ৷ লৰাটোৱে বহুত দুখ পালে ৷ সি তাইৰ জীৱনৰপৰা চিৰকালৰ বাবে আঁতৰি গ'ল৷ 


কেইমাহমানৰ পিছত ছোৱালীজনীয়ে উপলব্ধি কৰিলে তাই ল'ৰাটোক আচলতে ভাল পাই পেলাইছে। তাই ল'ৰাটোৰ ওচৰলৈ গৈ ক্ষমা খুজিলে আৰু ক'লে-'তোমাৰ হৃদয়ৰ কোনোবা এটা চুকত মোৰ বাবে ঠাই অক'ণ ওলাবনে?'ল'ৰা- 'ইমান অপমানৰ পিছত কোনোবা গাধই হে তাৰ হৃদয়ত তোমাৰ দৰে ছোৱালীক স্থানদিব!' কথাটো শুনি ছোৱালীজনীয়ে নিজৰ আৱেগ ধৰি ৰাখিবনোৱাৰিলে আৰু দুগালেদি বৈ আহিল চকুলো...ল'ৰাটোৱে ছোৱালীজনীক বুকুৰমাজত সাৱটি লৈ ক'লে- 'আৰু ময়েইসেই গাধ...!' 

সঁচা ভালপোৱাই এৱাৰ যেতিয়া বকুত স্হান লাভ কৰে, কোনোপধ্যেই ইয়াক আতৰ কৰাটো সহজ নহয় ? আনকি আমিও বহুক্ষেত্ৰত এই লৰাজনৰ দৰেই হৈ পৰো ৷ 
ঠিকেই কৈছোনে ? আপোনাৰ অনুভৱ জনাওকচোন ৷ 

( সংগৃহীত গল্প )

Assamese Love Caption No 2

আপুনি তেওঁক সঁচাকৈয়ে ভাল পায় ৷ 
যদিহে 
  • দিনটোৰ ব্যস্ততা, অৱসাদৰ মুহুৰততো তেওঁৰ বাবে সময় উলিয়ায় তেওঁৰ খবৰ লয় ৷ 
  • তেওৰ মাতসাৰে আপোনাৰ মনলৈ আনি দিয়ে নতুন উদ্যম ৷ আপোনাৰ ওঁঠত হাঁহি আনি দিয়ে ৷ 
  • আপুনি তেওঁৰ ফটোখন বহুবাৰ চাই থাকে ৷ 
  • তেওঁ কোৱা কথাবোৰ ভাল লাগে আপোনাৰ ৷
  • তেওঁ মন মাৰি থাকিলে যিমানেই সুখী নহওক কিয় আপুনিও তেওৰ সমভাগী হয় ৷
  • যথাসময়ত তেওঁৰ পৰা একো মেছেজ বা ফোন নাহিলে আপুনি পাগলৰ দৰে হৈ পৰে ৷
  • তেও যদি আপোনাৰ আগত কান্দে আপোনাৰো চকুলো নিগৰে ৷
  • তেওঁ হাঁহি থকাটো বিচাৰে সেয়ে আপোনাৰ কিচুমান দুখ লুকায় ৷ তেওঁৰ আগত নিজকে সুখী দেখাবলৈ চেষ্টা কৰে 

কথাবোৰ পঢি আপোনাৰ তেওঁলৈ মনত পৰিব লৈছে ৷
এতিয়া হয়তো আপুনি তেওঁক মেছেজ কৰিব অথবা ফোন কৰিব অথবা শুই শুই ভাবিবলৈ লব তেওঁৰ কথাবোৰ ৷
মোৰ কিবা আধৰুৱা হ'ল নেকি?
জনাওকচোন ৷

শ্বেয়াৰ কৰক যদিহে আপুনি তেওঁক সচাঁকৈয়ে ভাল পায় ৷

স্বপ্ননীল আকাশ

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted