10 Most Romantic Assamese Love Story Collection | Assamese Love Story
10 Most Romantic Assamese Love Story Collection | Assamese Love Story
ল'ৰা এজনে ছোৱালী এজনীৰ লগতকথা পাতিবলৈ চেষ্টা কৰে কিন্তুঅহংকাৰী ছোৱালীজনীয়ে ল'ৰাটোৰ অনুভূতিক বুজিবলৈ ইচ্ছা নকৰে ৷ এদিন ছোৱালীজনীয়ে ল'ৰাটোকসকলোৰে আগত বেয়াকৈ অপমান কৰিলে ৷ লৰাটোৱে বহুত দুখ পালে ৷ সি তাইৰ জীৱনৰপৰা চিৰকালৰ বাবে আঁতৰি গ'ল৷
কেইমাহমানৰ পিছত ছোৱালীজনীয়ে উপলব্ধি কৰিলে তাই ল'ৰাটোক আচলতে ভাল পাই পেলাইছে। তাই ল'ৰাটোৰ ওচৰলৈ গৈ ক্ষমা খুজিলে আৰু ক'লে-'তোমাৰ হৃদয়ৰ কোনোবা এটা চুকত মোৰ বাবে ঠাই অক'ণ ওলাবনে?'ল'ৰা- 'ইমান অপমানৰ পিছত কোনোবা গাধই হে তাৰ হৃদয়ত তোমাৰ দৰে ছোৱালীক স্থানদিব!' কথাটো শুনি ছোৱালীজনীয়ে নিজৰ আৱেগ ধৰি ৰাখিবনোৱাৰিলে আৰু দুগালেদি বৈ আহিল চকুলো...ল'ৰাটোৱে ছোৱালীজনীক বুকুৰমাজত সাৱটি লৈ ক'লে- 'আৰু ময়েইসেই গাধ...!'
সঁচা ভালপোৱাই এৱাৰ যেতিয়া বকুত স্হান লাভ কৰে, কোনোপধ্যেই ইয়াক আতৰ কৰাটো সহজ নহয় ? আনকি আমিও বহুক্ষেত্ৰত এই লৰাজনৰ দৰেই হৈ পৰো ৷
ঠিকেই কৈছোনে ? আপোনাৰ অনুভৱ জনাওকচোন ৷
Assamese Love Caption No 2
আপুনি তেওঁক সঁচাকৈয়ে ভাল পায় ৷ যদিহে
- দিনটোৰ ব্যস্ততা, অৱসাদৰ মুহুৰততো তেওঁৰ বাবে সময় উলিয়ায় তেওঁৰ খবৰ লয় ৷
- তেওৰ মাতসাৰে আপোনাৰ মনলৈ আনি দিয়ে নতুন উদ্যম ৷ আপোনাৰ ওঁঠত হাঁহি আনি দিয়ে ৷
- আপুনি তেওঁৰ ফটোখন বহুবাৰ চাই থাকে ৷
- তেওঁ কোৱা কথাবোৰ ভাল লাগে আপোনাৰ ৷
- তেওঁ মন মাৰি থাকিলে যিমানেই সুখী নহওক কিয় আপুনিও তেওৰ সমভাগী হয় ৷
- যথাসময়ত তেওঁৰ পৰা একো মেছেজ বা ফোন নাহিলে আপুনি পাগলৰ দৰে হৈ পৰে ৷
- তেও যদি আপোনাৰ আগত কান্দে আপোনাৰো চকুলো নিগৰে ৷
- তেওঁ হাঁহি থকাটো বিচাৰে সেয়ে আপোনাৰ কিচুমান দুখ লুকায় ৷ তেওঁৰ আগত নিজকে সুখী দেখাবলৈ চেষ্টা কৰে
কথাবোৰ পঢি আপোনাৰ তেওঁলৈ মনত পৰিব লৈছে ৷
এতিয়া হয়তো আপুনি তেওঁক মেছেজ কৰিব অথবা ফোন কৰিব অথবা শুই শুই ভাবিবলৈ লব তেওঁৰ কথাবোৰ ৷
মোৰ কিবা আধৰুৱা হ'ল নেকি? জনাওকচোন ৷
স্বপ্ননীল আকাশ
Join the conversation