Best Assamese Motivational Line For Friends : Assamese Quotes On Life
Best Assamese Motivational Line For Friends : Assamese Quotes On Life
এজনী হট গাৰ্লফেন্ড পোৱাতেই জীৱন সম্পুৰ্ণ নহয়, জীৱনটোত এজনী পাগলী টাইপ ফ্ৰেন্ডৰো দৰকাৰ যাৰ লগত সকলো কথাই পাতিব পাৰি ৷
হাতত এটা এপল ৰ মোৱাইল লৈ আপুনি সুখী নহবও পাৰে ৷ সেই মোৱাইলটোৰ মুল্যও তাতকৈ বেছি যিটোৰে আপুনি কাৰোৱাৰ সতে বিশেষ কথা আলোচনা কৰিছিল ৷
প্ৰতিবাৰেই কাৰোৱাক সময়তে বাৰথডে উইচ কৰাতেই আমেজ নাই ৷ কাৰোবাৰ সেই দিনটো এবাৰ পাহৰি তেওৰ গালি খোৱাৰো আমেজ এটা থাকে ৷
জীৱনটোৰ প্ৰতি মুহুৰত বিজি থকাকেই সুখ নাই তাৰ মাজতে কিছু সময় উলিয়াই আপোনজনৰ সতে মনৰ কথা পাতি লওকচোন ৷
বন্ধ ৰুমত অকলে পিটজা খোৱাৰ আমেজত কৈ বেছি আমেজ একাপ কফি বন্ধু সকলৰ সতে আদ্দাত খোৱা
আচলতে আপোনাৰ হাতত বহুতো নাথাকিব পাৰে ৷ কিন্তু বিশ্বাস কৰক
জীৱনটো আচলতে এনেকুৱা সৰু সৰু মুহুৰতৰে ভৰপুৰ
আহকচোন জীৱনৰ প্ৰতিটো মুহুৰত উপভোগ কৰো ৷ আজিৰ দিনটোৰ বাবেই জীয়াই থাকো
Join the conversation