Learn Make Money Online With Me 🔥 Click Here

Best Assamese Motivational Line For Friends : Assamese Quotes On Life

Assamese Inspirational Lines For Friends

Best Assamese Motivational Line For Friends : Assamese Quotes On Life

এজনী হট গাৰ্লফেন্ড পোৱাতেই জীৱন সম্পুৰ্ণ নহয়, জীৱনটোত এজনী পাগলী টাইপ ফ্ৰেন্ডৰো দৰকাৰ যাৰ লগত সকলো কথাই পাতিব পাৰি ৷ 

হাতত এটা এপল ৰ মোৱাইল লৈ আপুনি সুখী নহবও পাৰে ৷ সেই মোৱাইলটোৰ মুল্যও তাতকৈ বেছি যিটোৰে আপুনি কাৰোৱাৰ সতে বিশেষ কথা আলোচনা কৰিছিল ৷

প্ৰতিবাৰেই কাৰোৱাক সময়তে বাৰথডে উইচ কৰাতেই আমেজ নাই ৷ কাৰোবাৰ সেই দিনটো এবাৰ পাহৰি তেওৰ গালি খোৱাৰো আমেজ এটা থাকে ৷

জীৱনটোৰ প্ৰতি মুহুৰত বিজি থকাকেই সুখ নাই তাৰ মাজতে কিছু সময় উলিয়াই আপোনজনৰ সতে মনৰ কথা পাতি লওকচোন ৷

বন্ধ ৰুমত অকলে পিটজা খোৱাৰ আমেজত কৈ বেছি আমেজ একাপ কফি বন্ধু সকলৰ সতে আদ্দাত খোৱা

আচলতে আপোনাৰ হাতত বহুতো নাথাকিব পাৰে ৷ কিন্তু বিশ্বাস কৰক

জীৱনটো আচলতে এনেকুৱা সৰু সৰু মুহুৰতৰে ভৰপুৰ

আহকচোন জীৱনৰ প্ৰতিটো মুহুৰত উপভোগ কৰো ৷ আজিৰ দিনটোৰ বাবেই জীয়াই থাকো 

Post a Comment