Valentine Day Funny Status In Assamese : Every Single Assamese Boy Must Read
Assamese Jokes Status 14 Feb | Valentine Day Meme In Assamese
১৪ ফেব্ৰুৱাৰীক সমুখত ৰাখি সদৌ অসম বৰলা সন্থাৰ হৈ যোৱা সভাৰ চুড়ান্ত সিদ্ধান্ত মৰ্মে ওপৰোক্ত দাবীসমূহ আগত ৰাখি জনগনৰ দৃষ্টি আকৰ্ষণ কৰা হল
১. ১৪ ফেব্ৰুৱাৰীৰ দিনটো ফেচবুক বন্ধ কৰিব লাগিব ।
২. ১৪ ফেব্ৰুৱাৰী বিশ্ব ভাই-ভনী দিবস হিচাপে ঘোষিত কৰাৰ বাবে আবেদন প্ৰেৰণ কৰা হব।(জাতিসংঘৰ প্রতি অনুৰোধ )
৩.সকলো আবাসিক হোটেল আৰু ফ্লেট পর্যন্ত তলা মাৰি থব লাগিব । । প্রতিটো গলিত প্ৰতিখন পাৰ্কত হোটেলৰ সমুখত সেনাবাহিনী মোতায়ন কৰিব লাগিব ।প্রয়োজনত আমাৰ যুব চিংগল কমিটিক দায়িত্ব দিব পাৰে।
৪. ১৪ ফেব্ৰুৱাৰীত দিনটো সকলো পার্ক আৰু ৰেষ্টুৰেন্ট বন্ধ ৰাখিব লাগিব।
৫. ১৪ ফেব্ৰুৱাৰী উপলক্ষে চিনেমা হ'লবোৰ বন্ধ ৰাখিব লাগিব
৬. ১৪ ফেব্ৰুৱাৰী দিনা ফুল বিক্ৰি ,বন্ধ । মেডিকেল দোকানত 30 বছৰৰ উৰ্ধতৰ সকলেহে date of birth চাৰ্টিফিকেট দেখুৱাই ঔষধ লব পাৰিব।
৭. ১৪ ফেব্ৰুৱাৰী দিনজোৰা হৰতাল ঘোষণা কৰা হব। কোনো প্ৰেমিক যুগলক গাড়ীত একেলগে চলাচল কৰিবলৈ দিয়া নহব।
৮. ১৪ ফেব্ৰুৱাৰী দিন স্কুল কলেজ, বিশ্ববিদ্যালয়,কোচিং চেন্টাৰ সম্পূৰ্ণ ক্লাছ হব। অভিভাৱক সকললৈ আহ্বান কোনো কচিং চেন্টাৰত এক্সট্ৰা ক্লাছ কৰিম বুলি সন্তান ওলাই গলে বৰলা সন্থাৰ নং 9876543210 ত খবৰ দিয়ে যেন।
৯. টিভি চেনেল বোৰত সিদিনা ভক্তিমূলক গান, ধৰ্মীয় অনুষ্ঠান প্ৰচাৰ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনোৱা হল।
১০.১৪ ফেব্ৰুৱাৰীত পাৰ্ক বা ৰেষ্টুৰেন্টত কোনো লৰা ছোৱালী একেলগে দেখিলে চিংগল কমিটিৰ পৰা সিহতক ভাই ভনীৰ শপত বাক্য পাঠ কৰাই ৰাখী বন্ধন পালন কৰা হব। লগতে এখন চেল্ফি তুলি গোটেই চচিয়েল মিডিয়াত brother&sister হেচটেগত কেম্পেইন চলোৱা হব।
Post a Comment