Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Chanakya Best Quotes In Assamese আচাৰ্য চাণক্যৰ নীতি

Chanakya best Quotes In Assamese  আচাৰ্য চাণক্যৰ কেইটামান সৰ্বশ্ৰেষ্ঠ নীতি

Chanakya Best Quotes In Assamese আচাৰ্য চাণক্যৰ নীতি

Assamese Motivational Quotes


মূৰ্খ মানুহৰ লগত যুক্তি তৰ্ক নকৰাই ভাল। কাৰণ তেনেকুৱা কৰা মানে আমি নিজেই নিজৰ সময় নষ্ট কৰা।

ভগৱান মূৰ্তিত বাস নকৰে আচলতে আমাৰ অনুভুতিয়ে আমাৰ ইশ্বৰ আৰু আমাৰ আত্মাই হৈছে মন্দিৰ 

Asomiya Caption | Assamese Status for motivation by chanakya

ভাগ্যই তেওঁক হে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়।

Assamese Quotes In Motivational

মানুহে নিজেই নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখক আমন্ত্ৰণ কৰে ।

chanakya quotes In Assamese

যিয়ে তুমি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা ।

Complete Chanakya Neeti In Assamese

Complete Chanakya Neeti In Assamese New

৪ হাৰ মানি লোৱাটোৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া আপোন মানুহৰ লগত হয় আৰু জয়ৰ প্ৰয়োজন তেতিয়া হয় কাজিয়া যেতিয়া নিজৰ লগত হয় ।

Assamese Chanakya Caption | Niti In Assamese



কেতিয়াও কাৰো আগত নিজৰ ৰহস্য প্ৰকাশ নকৰিবা
যদি তুমি নিজেই নিজৰ ৰহস্য লুকুৱাই ৰাখিব নোৱাৰা আনে কিয় ইয়াক লুকুৱাই ৰাখিব ।
এই ধাৰণাই আমাক ধ্বংস কৰে ।


assamese caption for fb By chanakya

যিকোনো এটা কাম কৰিব যোৱাৰ আগতে তিনিটা প্ৰশ্ন নিজকে কৰি লোৱা ভাল
- মই এইটো কিয় কৰিব গৈ আছো?
- ইয়াৰ ফলাফল কি হ'ব?
- মই সফল হ'ব পাৰিমনে।

assamese life status By chanakya

assamese Motivational caption for instagram

অসমীয়া status About chanakya

assamese life status By chanakya



সফল হবলৈ ভাল বন্ধু আৰু বহুত বেছি সফল হবলৈ ভাল শত্ৰুৰ প্ৰয়োজন ।

Best Inspirational Lines By Chanakya In Assamese

Best Inspirational Lines By Chanakya In Assamese

Best Inspirational Lines By Chanakya In Assamese

প্ৰতিটো সম্পৰ্কৰ আৰত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে।
এনেকুৱা কোনো সম্পৰ্ক নাই য'ত স্বাৰ্থ জড়িত নাই।
অপ্ৰিয় হ লেও ই সত্য।

Best Motivational Lines By Chanakya In Assamese

যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে
তেওঁ হে প্ৰকৃত পুৰুষ।

Niti In Assamese Chanakya Quotes

দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিবা। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰপ কৰা বন্ধ নকৰে।

Assamese Chanakya status | Assamese Status for motivation

পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে
জাৰৰ দিনত যিটো সূৰুযৰ অপেক্ষা কৰা হয়
গৰমৰ দিনত সেইটো সুৰুযকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়া বুজিব যেতিয়া আপোনাৰ প্ৰয়োজন হব ।

যুগুতালে- Tripti Deka
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment