Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Every assamese should know কাক কি বুলি জানো

Assamese poets sodmonam |Every assamese should know

Every assamese should know কাক কি বুলি জানো

  • ১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
  • ২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী
  • ৩) অভিনয়াচার্য : ব্রজনাথ শর্মা
  • ৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
  • ৫) অসম গৌৰৱ : হেম বৰুৱা
  • ৬)।উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
  • ৭) কথা শিল্পী : আব্দুল মালিক
  • ৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
  • ৯) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
  • ১০) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
  • ১১) খৰিকা জাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
  • ১২) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
  • ১৩) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
  • ১৪) জননায়ক : দেৱেশ্বৰ শর্মা
  • ১৫) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
  • ১৬) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
  • ১৭) দেশভক্ত: তৰুণৰাম ফুকন
  • ১৮) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
  • ১৯) নটসূর্য : ফণী শর্মা
  • ২০) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
  • ২১) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
  • ২২) পথাৰৰ কবি : ৰাম গগৈ
  • ২৩) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
  • ২৪) প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য
  • ২৫) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
  • ২৬) ফুলনিৰ কবি : পদ্মধৰ চলিহা
  • ২৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
  • ২৮) বনকোঁৱৰ : আনন্দিৰাম দাস
  • ২৯) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
  • ৩০) বাগ্মীবৰ : নীলমণি ফুকন
  • ৩১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
  • ৩২) বিহগী কবি : ৰঘুনাথ চৌধাৰী
  • ৩৩) বীৰবালা : কনকলতা
  • ৩৪) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
  • ৩৫) মৰমী কবি : দুর্গেশ্বৰ শর্মা
  • ৩৬) লুইত কোঁৱৰ : ৰুদ্র বৰুৱা
  • ৩৭) লোকনায়ক : অমিয় কুমাৰ দাস
  • ৩৮) লোকপ্রাণ : মতিৰাম বৰা
  • ৩৯) লোকপ্রিয় : গোপীনাথ বৰদলৈ
  • ৪০) লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা
  • ৪১) লৌহ মানৱ : বিষ্ণুৰাম মেধি
  • ৪২) শেৱালি কবি : ৰত্নকান্ত বৰকাকতী
  • ৪৩) শোণিত কোঁৱৰ : গজেন বৰুৱা
  • ৪৪) সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা
  • ৪৫) সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা
  • ৪৬) সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা
  • ৪৭) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
  • ৪৮) সৰস্বতী : নির্মলপ্রভা বৰদলৈ
  • ৪৯) ৰসাল কবি : দণ্ডিনাথ কলিতা
  • ৫০) ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment