Static Gk Question In Assamese - সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ
Static Gk Question In Assamese - সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ
ভাৰতৰ আটাইকেইখন ৰাষ্ট্ৰীয় উদ্যান - All National parks list in Assamese
অসম Assam
Dibru-Saikhowa National Park (ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান)
Kaziranga National Park(কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান)
Manas National Park (মানাহ ৰাষ্ট্ৰীয় উদ্যান)
Orang National Park (ওৰাং ৰাষ্ট্ৰীয় উদ্যান)
Nameri National Park (নামেৰি ৰাষ্ট্ৰীয় উদ্যান)
মেঘালয় (Meghalaya)
👉Balphakram National Park (বালফাক্ৰম ৰাষ্ট্ৰীয় উদ্যান)
👉Nokrek National Park (নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান)
মধ্য প্ৰদেশ (Madhya Pradesh)
👉Bandhavgarh National Park (বান্ধৱগঢ় ৰাষ্ট্ৰীয় উদ্যান)
👉Kanha National Park (কান্হা ৰাষ্ট্ৰীয় উদ্যান)
👉Madhav National Park (মাধৱ ৰাষ্ট্ৰীয় উদ্যান)
👉Mandla Fossils National Park(মান্ড্লা ফচিলচ্ ৰাষ্ট্ৰীয় উদ্যান)
👉Van Vihar National Park (বান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Panna National Park (পান্না ৰাষ্ট্ৰীয় উদ্যান)
👉Pench National Park (পেন্চ্ ৰাষ্ট্ৰীয় উদ্যান)
👉Sanjay National Park (সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান)
👉Satpura National Park (সৎপোৰা ৰাষ্ট্ৰীয় উদ্যান)
কৰ্ণাটক (Karnataka)
👉Bandipur National Park (বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Bannerghatta National Park (বানেৰঘাট্টা ৰাষ্ট্ৰীয় উদ্যান)
👉Kudremukh National Park (কুডেৰমুখ ৰাষ্ট্ৰীয় উদ্যান)
👉Nagarhole National Park (নাগাৰহ'ল ৰাষ্ট্ৰীয় উদ্যান)
ঝাৰখণ্ড (Jharkhand)
👉Betla National Park (বেট্লা ৰাষ্ট্ৰীয় উদ্যান)
👉Hazaribagh National Park (হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান)
উৰিষ্যা (Odisha)
👉Bhitarkanika National Park (ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যান)
👉Nandankanan Zoological Park (নন্দনকানন জীৱ উদ্যান)
👉Simlipal National Park (চিম্লীপাল ৰাষ্ট্ৰীয় উদ্যান)
গুজৰাট (Gujarat)
👉Blackbuck National Park (ব্লেকবাক্ ৰাষ্ট্ৰীয় উদ্যান)
👉Gir Forest National Park (গিৰ্ ৰাষ্ট্ৰীয় উদ্যান)
👉Marine Gulf of Kutch park (মেৰিনা গোল্ফ ৰাষ্ট্ৰীয় উদ্যান)
👉Vansda National Park (ৱান্চডা ৰাষ্ট্ৰীয় উদ্যান)
পশ্চিমবংগ (West Bengal)
👉Sundarbans National Park (সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান)
👉Buxa Tiger Reserve (বোক্সা বাঘ সংৰক্ষণ উদ্যান)
👉Gorumara National Park (গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান)
👉Jaldapara National Park (জল্দাপাৰা ৰাষ্ট্ৰীয় উদ্যান)
👉Neora Valley National Park (নেউৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান)
👉Singalila National Park (সিংগালিলা ৰাষ্ট্ৰীয় উদ্যান)
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (Andaman and Nicobar Islands)
👉Campbell Bay National Park (কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যান)
👉Galathea National Park (গালাথিয়া ৰাষ্ট্ৰীয় উদ্যান)
👉Mahatma National Park (মাহাত্মা ৰাষ্ট্ৰীয় উদ্যান)
👉Middle Button National Park(মিডল্ ৱাটন্ ৰাষ্ট্ৰীয় উদ্যান)
👉Mount Harriet National Park (মাউণ্ট হাৰাইট্ ৰাষ্ট্ৰীয় উদ্যান)
👉North Button National Park (নৰ্থ ৱাটন্ ৰাষ্ট্ৰীয় উদ্যান)
👉South Button National Park (চাউথ্ ৱাটন্ ৰাষ্ট্ৰীয় উদ্যান)
👉Rani Jhansi National Park (ৰাণী ঝাঞ্চী ৰাষ্ট্ৰীয় উদ্যান)
👉Saddle Peak National Park (চিডেল্ পিক্ ৰাষ্ট্ৰীয় উদ্যান)
মহাৰাষ্ট্ৰ (Maharashtra)
👉Chandoli National Park (চানডলী ৰাষ্ট্ৰীয় উদ্যান)
👉Negaon National Park (নেগাওঁ ৰাষ্ট্ৰীয় উদ্যান)
👉Sanjay Gandhi National Park (সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান)
👉Tadoba National Park (টেডাবু ৰাষ্ট্ৰীয় উদ্যান)
👉Gugamal National Park (গোগামাল ৰাষ্ট্ৰীয় উদ্যান)
জম্মু আৰু কাশ্মীৰ (Jammu and Kashmir)
👉Dachigam National Park (ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান)
👉Hemis National Park (হেমিচ্ ৰাষ্ট্ৰীয় উদ্যান)
👉Kishtwar National Park (কিচ্ট্ ৱাৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Salim Ali National Park (চেলিম আলি ৰাষ্ট্ৰীয় উদ্যান)
ৰাজস্থান (Rajasthan)
👉Darrah National Park (ডাৰাহ্ ৰাষ্ট্ৰীয় উদ্যান)
👉Desert National Park (দিজাৰ্ট ৰাষ্ট্ৰীয় উদ্যান)
👉Keoladeo National Park (কেউলাডেউ ৰাষ্ট্ৰীয় উদ্যান)
👉Mount Abu Wildlife Sanctuary (মাউণ্ট আবু অভয়াৰণ্য)
👉Ranthambore National Park (ৰাণথাম্ব'ৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Sariska Tiger Reserve (সৰিস্কা বাঘ সংৰক্ষণ অভয়াৰণ্য)
উত্তৰ প্ৰদেশ (Uttar Pradesh)
👉Dudhwa National Park (দূ্ধ্ৱা ৰাষ্ট্ৰীয় উদ্যান)
বিহাৰ*( Bihar)
👉Valmiki National Park (বাল্মিকী ৰাষ্ট্ৰীয় উদ্যান)
কেৰেলা (Kerala)
👉Eravikulam National Park (ইৰাভিকোলাম ৰাষ্ট্ৰীয় উদ্যান)
👉Mathikettan National Park (মাথিকেটান্ ৰাষ্ট্ৰীয় উদ্যান)
👉Periyar National Park (পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Silent Valley National Park (চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান)
তামিল নাডু (Tamil Nadu)
👉Guindy National Park (গোয়িন্ডে ৰাষ্ট্ৰীয় উদ্যান)
👉Gulf of Mannar National Park (গোল্ফ অব্ মেনাৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Indira Sanctuary (ইন্দিৰা বন অৰণ্য)
👉Mudumalai National Park (মোদোমেলিয়া ৰাষ্ট্ৰীয় উদ্যান)
👉Mukurthi National Park (মূকুৰ্থি ৰাষ্ট্ৰীয় উদ্যান)
👉Palani Hills National Park (পালানী শিল ৰাষ্ট্ৰীয় উদ্যান)
পাঞ্জাব ( Punjab)
👉Harike Wetland National Park(হেৰিকা ৱেটলেণ্ড ৰাষ্ট্ৰীয় উদ্যান)
হাৰিয়ানা (Haryana)
👉Kalesar National Park (কালেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Sultanpur National Park (চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান)
হিমাচল প্ৰদেশ (Himachal Pradesh)
👉Great Himalayan National Park (গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান)
👉Pin Valley National Park (পিন্ ভেলী ৰাষ্ট্ৰীয় উদ্যান)
চত্তীছগড় (Chhattisgarh)
👉Indravati National Park (ইন্দ্ৰৱতী ৰাষ্ট্ৰীয় উদ্যান)
👉Kanger Ghati National Park (কংগীৰঘাটি ৰাষ্ট্ৰীয় উদ্যান)
উত্তৰাখণ্ড (Uttarakhand)
👉Jim Corbett National Park (জীমকৰবেট ৰাষ্ট্ৰীয় উদ্যান)
👉Nanda Devi National Park (নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান)
👉Rajaji National Park (ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান)
👉Valley of Flowers National Park (ভেলী অব্ ফ্লাৱাৰ ৰাষ্ট্ৰীয় উদ্যান)
👉Gangotri National Park (গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান)
👉Govind Wildlife Sanctuary (গোবিন্দ অভয়াৰণ্য)
মিজোৰাম Manipur
👉Keibul Lamjao National Park (কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান)
👉Sirohi National Park(চিৰহি ৰাষ্ট্ৰীয় উদ্যান)
ছিকিম ( Sikkim)
👉Khangchendzonga Park (কাঞ্চনজঙ্ঘা ৰাষ্ট্ৰীয় উদ্যান)
অৰুণাচল প্ৰদেশ Arunachal Pradesh
👉Mouling National Park (মউলিন্ ৰাষ্ট্ৰীয় উদ্যান)
👉Namdapha National Park (নামডফা ৰাষ্ট্ৰীয় উদ্যান)
মিজোৰাম (Mizoram)
Murlen National Park (মুৰলেন্ ৰাষ্ট্ৰীয় উদ্যান)
Blue Mountain National Park (নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান)
অন্ধ্ৰপ্ৰদেশ*(Andhra Pradesh )
👉Papikonda National Park(পপিকণ্ডা ৰাষ্ট্ৰীয় উদ্যান)
👉Sri Venkateswara Park(শ্ৰীভেংকটেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান)
আজিৰ এইখিনিখিনি assamese gk যুগুতালে
Chandan Hazarika ই
Post a Comment