Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

All Chief Minister of Assam List | অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

All Chief Minister of Assam List- Axomor mukhyomontrir list

All Chief Minister of Assam List | অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

  1.  গোপীনাথ বৰদলৈ -কাৰ্যকাল-১১ ফেব্ৰুৱাৰী ১৯৪৬ ৰ পৰা ৬ আগষ্ট ১৯৫০ 
  2. বিষ্ণুৰাম মেধি -(হাজো সমষ্টিৰ বিধায়ক)- কাৰ্যকাল- ৯ আগষ্ট ১৯৫০ ৰ পৰা ২৭ ডিচেম্বৰ ১৯৫৭ 
  3. বিমলা প্ৰসাদ চলিহা -(সোণাৰী সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-২৮ ডিচেম্বৰ ১৯৫৭ ৰ পৰা ৬ নৱেম্বৰ ১৯৭০ 
  4. মহেন্দ্ৰ মোহন চৌধুৰী -(পূব গুৱাহাটী সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-১১ নৱেম্বৰ ১৯৭০ ৰ পৰা ৩০ জানুৱাৰী ১৯৭২ 
  5. শৰৎচন্দ্ৰ সিংহ -(পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-৩১ জানুৱাৰী ১৯৭২ ৰ পৰা ১২ মাৰ্চ ১৯৭৮ 
  6. গোলাপ বৰবৰা -(তিনিচুকীয়া সমষ্টিৰ বিধায়ক)-কাৰ্যকাল- ১২ মাৰ্চ ১৯৭৮ ৰ পৰা ৪ চেপ্তেম্বৰ ১৯৭৯ 
  7. যোগেন্দ্ৰনাথ হাজৰিকা -(দুলীয়াজান সমষ্টিৰ বিধায়ক)-কাৰ্যকাল - ৯ চেপ্তেম্বৰ ১৯৭৯ ৰ পৰা ১১ ডিচেম্বৰ ১৯৭৯ 
  8. চৈয়দা আনোৱাৰা টাইমূৰ -(দলগাওঁ সমষ্টিৰ বিধায়িকা)-কাৰ্যকাল-৬ ডিচেম্বৰ ১৯৮০ ৰ‌ পৰা ৩০ জুন ১৯৮১)
  9. কেশৱ চন্দ্ৰ গগৈ -(ডিব্ৰুগড় সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-১৩ জানুৱাৰী ১৯৮২ ৰ পৰা ১৯ মাৰ্চ ১৯৮২ 
  10. হিতেশ্বৰ শইকীয়া -(নাজিৰা সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৭ ফেব্ৰুৱাৰী ১৯৮৩ ৰ পৰা ২৩ ডিচেম্বৰ ১৯৮৫ 
  11. প্ৰফুল্ল কুমাৰ মহন্ত -(নগাঁও সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৪ ডিচেম্বৰ ১৯৮৫ ৰ পৰা ২৮ নৱেম্বৰ ১৯৯০ 
  12. হিতেশ্বৰ শইকীয়া -(দ্বিতীয় বাৰ, নাজিৰা সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-৩০ জুন ১৯৯১ ৰ পৰা   ২২ এপ্ৰিল ১৯৯৬ 
  13. ভূমিধৰ বৰ্মন -(বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২২ এপ্ৰিল ১৯৯৬ ৰ পৰা ১৪ মে' ১৯৯৬ 
  14. প্ৰফুল্ল কুমাৰ মহন্ত -(দ্বিতীয় বাৰ,বঢ়মপুৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-১৫ মে' ১৯৯৬ ৰ পৰা ১৭ মে' ২০০১ 
  15. তৰুণ গগৈ -(তিতাবৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল- ১৭ মে' ২০০১ ৰ পৰা ২৪ মে' ২০১৬ 
  16. সৰ্বানন্দ সোণোৱাল -(মাজুলী সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৪ মে' ২০১৬ ৰ পৰা বৰ্তমান সময়লৈকে 

অসমত ৰাষ্ট্ৰপতি শাসন

  1. ৰাষ্ট্ৰপতি শাসন -১২ ডিচেম্বৰ ১৯৭৯ ৰ পৰা ৫ ডিচেম্বৰ ১৯৮০
  2. ৰাষ্ট্ৰপতি শাসন -৩০ জুন ১৯৮১ ৰ পৰা ১৩ জানুৱাৰী ১৯৮২ 
  3. ৰাষ্ট্ৰপতি শাসন -২৮ নৱেম্বৰ ১৯৯০ ৰ পৰা ৩০ জুন ১৯৯১ 
যুগুতালে
Chandan Hazarika ই
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment