Life Quotes In Assamese Language |Assamese Quote About life
Friday, March 19, 2021
Life Quotes In Assamese Language | Assamese Quote About life
প্ৰিয় বন্ধুসকল কেনে আছে। আহকচোন আজি আমি কেইটামান জীৱন বিষয়ক QUOTE আপোনালৈ আগবঢ়াও। এই Life Quote Assamese বোৰ Jonakaxom নামৰ Popular Facebook Assamese Page পেজত পোষ্ট কৰা হৈছে। প্ৰায়ে আমি আমাৰ জীৱনত ঘটি যোৱা বিভিন্ন ধৰণৰ অভিজ্ঞতা সুখ দুখৰ সমাহাৰেৰে মিশ্ৰিত নানান কথাবোৰ ইয়াৰ জৰিয়তে ডাঙি ধৰো। আপুনি যদি আমাৰ এই ২ লাখ পঢ়ুৱৈ সমৃদ্ধ popular Assamese website টোত আপোনাৰ লিখাও post কৰিব খোজে মেছেজ কৰিবচোন। আহক এতিয়া আমি Assamese Quote কেইটালৈ আহো
![]() |
life quotes in Assamese language
|
Also Read Assamese Shayari Image | Some Assamese Romantic Love And Sad Shayari Collection
ভুলবােৰেই মনত ভ্ৰমৰ উৎপত্তি কৰে .. এবাৰ ট্ৰেইনত টিকেটবিহীন যাত্ৰা কৰি চাওক, ডবাটোত উঠা বাদাম বেপাৰীজনকো টিটি যেন লাগিব
মানুহবােৰাে কি আচৰিত!! যাক ভাল পায় তেওঁৰ বেয়াখিনি নেদেখে যাক ঘৃণা কৰে তেওঁৰ ভালখিনি নেদেখে
![]() |
Assamese quote about lifeএজন বিশেষ ব্যক্তিয়ে কৈছিল, |