Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese GK Question Answer 2022 for Gov Exam | Latest Assam Gk 2022

Assamese General Knowledge Question Answer for Gov Exam Gk In Assamese 2021, Assam Gk Q ans, Latest Assam Gk
GK iN Assamese | Latest Assam GK | Gov Exam Gk In Assamese

Assamese GK Question Answer 2022 for Gov Exam | Latest Assam Gk 2022

নদীৰ পাৰত গঢ় লৈ উঠা বিশ্বৰ কেইখনমান  চহৰ Assamese General Knowledge

  • ফ্ৰান্চৰ ৰাজধানী পেৰিচ অৱস্থিত → সীন নদীৰ পাৰত।
  • শ্ৰীলংকাৰ ৰাজধানী কলম্বো অৱস্থিত →কালানী নদীৰ পাৰত।
  • ইটালিৰ ৰাজধানী ৰোম অৱস্থিত →টাইবাৰ নদীৰ পাৰত।
  • ভাৰতৰ কানপুৰ অৱস্থিত →কাবুল নদীৰ পাৰত।
  • ভাৰতৰ লক্ষ্মৌ অৱস্থিত → গোমতী নদীৰ পাৰত।
  • ভাৰতৰ শ্ৰীনগৰ অৱস্থিত → ঝিলম নদীৰ পাৰত।
  • ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ অৱস্থিত →গঙ্গা আৰু যমুনাৰ নদীৰ পাৰত।
  • ভাৰতৰ উত্তৰ প্ৰদেশ অঙ্গৰাজ্যৰ ৰাজধানী আগ্ৰা অৱস্থিত → যমুনা নদীৰ পাৰত।
  • ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত → যমুনা নদীৰ নদীৰ পাৰত।
  • ভাৰতৰ কলকাতা অৱস্থিত → হুগলী নদীৰ নদীৰ পাৰত।
  • ভাৰতৰ পূৰ্বাঞ্চলীয় ৰাজ্য বিহাৰৰ ৰাজধানী পাটনা অৱস্থিত → গঙ্গা নদীৰ পাৰত।
  • ভাৰতৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ গুৱাহাটী অৱস্থিত → ব্ৰহ্মপুত্ৰ নদীৰ পাৰত।
  • ইংলেণ্ডৰ ৰাজধানী লণ্ডন অৱস্থিত → টেমচ্ নদীৰ পাৰত।
  • মিচৰৰ ৰাজধানী কাইৰো অৱস্থিত→নীল নদীৰ পাৰত।
  • নেদাৰল্যান্ডৰ ৰাজধানী অ্যামচ্টাৰডাম অৱস্থিত→আমচ্টেল নদীৰ পাৰত।
  • অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা অৱস্থিত →দানিউব নদীৰ পাৰত।
  • জাৰ্মানিৰ হামবুৰ্গ প্ৰদেশ অৱস্থিত → এলবে আৰু আলচ্টাৰ নদীৰ পাৰত।
  • ৰাচিয়াৰ ৰাজধানী মচ্কো অৱস্থিত → মচ্কোভা নদীৰ পাৰত।
  • কানাডাৰ ৰাজধানী অটোয়া অৱস্থিত →চেন্ট লৰেন্চ নদীৰ পাৰত।
  • তুৰচ্কৰ ৰাজধানী আঙ্কাৰা অৱস্থিত → কিজিল নদীৰ পাৰত।
  • পোল্যান্ডৰ ৰাজধানী ওয়াৰশ অৱস্থিত →ভিশ্চুলা নদীৰ পাৰত।
  • যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন অৱস্থিত →পোটোম্যাক নদীৰ পাৰত।
  • চুদানৰ ৰাজধানী খাৰ্তুম অৱস্থিত →ব্লু নীল আৰু হোয়াইট নীল নদীৰ পাৰত।
  • আয়াৰল্যান্ডৰ ৰাজধানী ডাবলিন অৱস্থিত → লিফে নদীৰ পাৰত।
  • ভাৰতৰ ৰাজধানী দিল্লী অৱস্থিত → যমুনা নদীৰ পাৰত।
  • চেক প্ৰজাতন্ত্ৰৰ ৰাজধানী প্ৰাগ অৱস্থিত → বিটাভ নদীৰ পাৰত।
  • জাৰ্মানীৰ ৰাজধানী বাৰ্লিন অৱস্থিত → চ্প্ৰি নদীৰ পাৰত।
  • হাঙ্গেৰীৰ ৰাজধানী বুদাপেচ্ট অৱস্থিত → দানিউব নদীৰ পাৰত।
  •  আৰ্জেন্টিনাৰ ৰাজধানী বুয়েনচ আয়াৰচ অৱস্থিত →প্লাটা নদীৰ পাৰত।'
  • থাইল্যান্ডৰ ৰাজধানী বেংকক অৱস্থিত → মিনাম নদীৰ পাৰত।
  • যুগোশ্লেভিয়াৰ ৰাজধানী বেলগ্ৰেড অৱস্থিত → দানিউব নদীৰ পাৰত।
  • চ্পেইনৰ ৰাজধানী মাদ্ৰিদ অৱস্থিত →মানজানেৰে নদীৰ পাৰত।
  • পৰ্তুগালৰ ৰাজধানী লিচবন অৱস্থিত →টেগাচ নদীৰ পাৰত।
  • জাপানৰ ৰাজধানী টুৰ্কী অৱস্থিত→ আৰাকাৰ্ডয়া নদীৰ পাৰত।
  • চীনৰ ৰাজধানী বেইজিং অৱস্থিত → হোয়াংহো নদীৰ পাৰত।
  • ইৰাকৰ ৰাজধানী বাগদাদ অৱস্থিত → টাইগ্ৰিচ নদীৰ পাৰত।
  • সৰ্ববৃহৎ আন্তৰ্জাতিক সংস্থা জাতিসংঘ অৱস্থিত → ইচ্ট নদীৰ পাৰত।
  • লিভাৰপুল ( ইংলেণ্ড) অৱস্থিত → মাৰ্চি নদীৰ পাৰত।
  • কানাডাৰ মন্ট্ৰিল প্ৰদেশ অৱস্থিত → চেন্ট লৰেন্চ নদীৰ পাৰত।
  • পাকিস্তানৰ কৰাচি প্ৰদেশ অৱস্থিত → সিন্ধু নদীৰ পাৰত।
  • পাকিস্তানৰ লাহোৰ অৱস্থিত → ৰাভী নদীৰ পাৰত৷
  • ইন্দোনেচিয়াৰ জাম্বি প্ৰদেশ অৱস্থিত → বাটাং হাৰি নদীৰ পাৰত।
  • অষ্ট্ৰেলিয়াৰ চিডনী চহৰ অৱস্থিত → মাৰে ডালিং নদীৰ  পাৰত।
  • চীনৰ চাংহাই প্ৰদেশ অৱস্থিত → ইয়াং চি কিয়াং নদীৰ পাৰত।
  • চীনৰ হংকং প্ৰদেশ অৱস্থিত →ক্যান্টন নদীৰ পাৰত।
  • জাৰ্মানীৰ বন প্ৰদেশ অৱস্থিত → ৰাইন নদীৰ পাৰত।
  • ইংল্যান্ডৰ ব্ৰিচ্টল অৱস্থিত →এডন নদীৰ পাৰত।
  • যুক্তৰাষ্ট্ৰৰ নিউইয়ৰ্ক চহৰ অৱস্থিত → হাডচন নদীৰ পাৰত।
  • যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়া চহৰ অৱস্থিত → ডিলাওয়াৰি নদীৰ পাৰত।
  • চীনৰ পিকিং/বেইজিং অবস্থিত →হোয়াংহো নদীৰ পাৰত।
  • চিৰিয়াৰ ৰাক্কা চহৰ অৱস্থিত →ইউফ্ৰেটিচ নদীৰ পাৰত।
  • ম্যানমাৰৰ আকিয়াব অৱস্থিত → ইৰাবতী নদীৰ পাৰত।
  • মিচৰৰ আলেকজান্ডিয়া অৱস্থিত → নীল নদীৰ পাৰত।
  • ম্যানমাৰৰ ইয়াঙ্গুন অৱস্থিত → ইৰাবতী নদীৰ পাৰত।
  • জাৰ্মানীৰ ডানজিক অৱস্থিত → ভিচ্টুলা নদীৰ পাৰত।
  • কানাডাৰ কুইবেক অৱস্থিত → চেন্ট লৰেন্চ নদীৰ পাৰত।
  • চীনৰ ক্যান্টন অৱস্থিত→ চাং কিং নদীৰ পাৰত৷
  • বাংলাদেশৰ ৰাজধানী ঢাকা অৱস্থিত → বুড়িগঙ্গাৰ নদীৰ পাৰত।
  • বাংলাদেশৰ বানিজ্যিক ৰাজধানী চট্টগ্ৰাম অৱস্থিত→কৰ্ণফুলী নদীৰ পাৰত।

যুগুতালে সাগৰিকা গোস্বামী
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment