EPUB ফাইল Assamese Tech Tips For Android User

EPUB ফাইল Assamese Tech Tips For Android User

EPUB ফাইল আপোনাৰ এন্ড্ৰইড ফোনত কেনেদৰে খুলিব।

প্ৰায়ে আমি কেতিয়াবা কিছুমান ই-বুক ডাউনলোড কৰিবলৈ যাঁওতে pdf ৰ সলনি অন্য extension যেনে EPUB ত ডাউনলোড হয়। আপোনাৰ ফোনত INSTALL হৈ থকা ADOBE READER বা অন্য OFFICE APP ত  EPUB বোৰ খোল নাখায়। তাৰ বাবে নতুন epub Reader APP ৰ প্ৰয়োজন হয়।
তলত ফটোত এনেকুৱা এটি ভাল epub reader APP দেখুওৱা হৈছে যত আপুনি EPUB ফাইলবোৰ খুলিব পাৰিব।

১ মে আপুনি আপোনাৰ ফোনৰ Play store খোলক আৰু লিখক Lithium Epub Reader আপোনাৰ ফোনত ইনষ্টল কৰি লওঁক।



২ এতিয়া app টো খোলক। app টোৱে আপোনাৰ ফোনত ডাউনলোড হোৱা আটাইবোৰ epub ফাইল দেখুৱাব। 



৩ যেতিয়ালৈ আপোনাৰ ফোনত App টো install হৈ থাকে আপুনি সকলো epub ফাইল সহজে পঢ়িবলৈ পাৰিব।


লিখনিটো যদি সহায়ক বুলি ভাবে তলৰ ফেচবুকত/হোৱাটচএপ লগতে আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক।