How to Access all Blocked Websites on Android in Assamese

How to Open Blocked Websites on Android in assamese

How to Open Blocked Websites on Android in Assamese

ইন্টাৰনেটৰ কোনো সীমা নাই।  যদি কোনো চাইট ISP, network administrator বা filtering software, ৰ দ্বাৰা ব্লক কৰা হয়, ইন্টাৰনেটত সেয়া থাকি যায়। মাত্ৰ খুলিবলৈ আপুনি অন্য পদ্ধতি অৱলম্বনৰ প্ৰয়োজন হয়।তেনে দুটা পদ্ধতি হল proxy sites আৰু VPN (virtual private network) apps. দুয়োটা পদ্ধতি এতিয়াৰ সময়লৈ কাৰ্যক্ষম হৈ আছে যাৰ বাবে ব্লক বেৱছাইট খোলাটো এতিয়াও কব পাৰি বায়ে হাথ কা খেল

Proxy Site সহায়ত আপুনি ব্লক চাইটবোৰ কেনেকৈ খুলিব

আপোনাৰ ফোনৰ ব্ৰাউজাৰত proxy site টো খোলক.. যদি আপুনি proxy site ৰ  URL নাজানে তেনেতে Google search engine ত proxy site বুলি লিখি search কৰক আৰু এনেদৰে আপুনি  সহজে বিচাৰি উলিয়াব পাৰিব ।এতিয়া  blocked website টো web address লিখা ঠাইত টাইপ কৰক আৰু go বা “Surf” ত ক্লিক কৰক। তলৰ ফটো চাওক।


VPN ৰ সহায়ত এন্ড্ৰইড ফোনৰ দ্বাৰা কিদৰে ব্লক ৱেবচাইট খুলিব How to Access Blocked Websites using VPN with Android Assamese method

VPN এ আপোনাৰ  privacy আৰু স্বাধীনতা অটুত ৰাখে আৰু আপোনাৰ location সলনি কৰি ব্লক চাইটবোৰ খোলাত সহায় কৰে। VPN ব্যৱহাৰ সম্পূৰ্ণ নিৰাপদ বুলি কোৱা হয়।তলত কেইটামান  VPN app দিয়া হৈছে যিবোৰ আপুনি Google play r পৰা সহজতে ডাউনলোড কৰি লব পাৰে।
  • SUPER VPN
  • Hotspot Shield VPN
  • DroidVPN
  • Falco VPN
  • SuperVPN Free VPN Client
  • TunnelBear VPN
এইবোৰ FREE VPN যিবোৰ সহজে কাৰ্যক্ষম। ইয়াত আমি SUPER VPN ৰ TUTORIAL শিকাইছো ।


১মে SUPER VPN APP টো খোলক ... ফটোত দেখুওৱা হৈছে।




এতিয়া continue ত ক্লিক কৰক ।



তাৰ পিছত ফটোৰ connect বুলি দেখিব তাত ক্লিক কৰক।





Connect হবলৈ দিয়ক ।



এতিয়া app টো মিনিমাইজ কৰি আপোনাৰ ফোনৰ ব্ৰাউজাৰ খোলক।আৰু স্বাধীনতাৰ সীমাহীন আনন্দ লওঁক।
তলৰ কমেন্ট বক্সত আপোনাৰ মতামত লিখক । কিবা অসুবিধা পালে জনাওক।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog