How To Add A Webpage On Your Mobile Screen -Assamese Tech Tips

How to add webpage on your home sccreen with mobile

How To Add A Webpage On Your Mobile Screen -Assamese Tech Tips

আপুনি প্ৰথমে গুগল ক্ৰম Google chrome ব্ৰাউজাৰ খোলক। যদিহে আপোনাৰ ফোনত গুগল ক্ৰম ব্ৰাউজাৰ নাই তেনে play storeৰ পৰা ডাউনলোড কৰি লব পাৰে। Google chrome ব্ৰাউজাৰৰ অনেক সুবিধা আছে যিবোৰ বাকী ব্ৰাউজাৰ যেনে uc browser , Assamese opera mini আদিবোৰত উপলব্ধ নহয়। অন্য এটা পোষ্টত এই বিষয়ে কম।

1 Google chrome খোলাৰ পিছত ১মে www.jonakaxom.in লিখক আৰু আমাৰ বেৱপেজটো খোলক। তলৰ photo খন চাওক


2 ফটোত দেখুওৱা ধৰণে ইয়াত ক্লিক কৰক


3 এতিয়া এনেকৈ add to home screen ত ক্লিক কৰক ।



 পেজখনৰ নাম আহিব। এতিয়া ফটোত দেখুওৱা দৰে add ত ক্লিক কৰক।


হৈ গল। এতিয়া আপোনাৰ ফোনৰ app বোৰৰ ঠাইত ফটোত দেখুওৱা ধৰণে আহিব।

(বিঃদ্ৰঃ আপোনাৰ ফোনত থকা এপবোৰৰ দৰে এইটোৱে আপোনাৰ অলপো space নাখায়। কিয়নো এইটো appৰ ঠাইত থাকিলেও app  নহয়। আৰু ইয়াৰ size অতি বেছি 100 kb মানহে  হব। )

আপোনাৰ এতিয়া ব্যৱহাৰ কৰি থকা ব্ৰাউজাৰত এই সুবিধাটো আছেনে চাওকচোন।