Assamese Story For Couple | Most Emotional Assamese Story
Assamese quote, assamese sotry, sad Assamese quote, emotional Assamese Love story, jonak axom, Emotional Assamese story
ৰং নাম্বাৰ Assamese Story For Relationship Couple | Most Emotional Assamese Story
যদি হঠাৎ মাজৰাতি কোনো এটা ৰং নাম্বাৰৰ পৰা ফোন আহে আৰু আপুনি সেয়া ৰিচিভ কৰিলেই শুনিবলৈ পায়... উচুপি উচুপি সিটোমুৰৰ চিনাকী এটি কন্ঠই কান্দিছে আৰু শুনাইছে কিছু অভিমানৰ খং ভৰা কথা, "হাৰামী মোক কষ্ট দি তই শুই আছা, চাই লম তোক। কাৰো হবলৈ নিদিওঁ।
অথবা, যদি হঠাৎ কোনো এদিন ব্যস্ততাৰ মাজত ৰাষ্টাত দেখা পালে। ঘপহকৈ তেঁও আপোনাৰ কাষলৈ আহি কলে, বহুত লেবেল হৈছে ন তোৰ। মোক এৰি ইমানকৈ ঘুৰি ফুৰিবলৈ ধৰিছ। মোক কষ্ট দিবি আৰু নিজে টলৌ টলৌ কে ইফাল সিফাল।..হঠাৎ কিবা ভাবি তেও সলনি হৈ গল আপোনাক সাবটি কান্দিবলৈ ধৰি কলে "কি হৈছেনো তোমাৰ। কিয় ইমান কষ্ট দি আছা মোক কোৱা? " !!..
থিক সেই মুহুৰ্তত আপোনাৰ তীখাৰ হৃদয়ো গলি গলি পানী হৈ যাব। আত্মহাৰা হব। হয়তো চকুলৈ চকুলো আহিব। হয়তো নিজকে বহুত স্পেচিয়েল লাগিব।...... হুম। কল্পনাক লৈ কৈছো মই। হয়তো কেতিয়াবা আপুনিও ভাবে সকলো কল্পনা বাস্তব হৈ যাওঁক। ঘুৰি আহক হেৰুৱাই যোৱা মানুহবোৰ। আচলতে এই সপোন এই অশ্ৰুৰ যে শেষেই হব নোখোজে।
ইংৰাজীত ঘৃণাদায়ক এটি শব্দ " Breakup" ৰ মাজতে শেষ এই সম্পৰ্কবোৰ। কেইটা অলীক কল্পনা কিছুমান জীয়া বাস্তৱৰ মাজত যেন এনেকৈ ঘুৰি ফুৰে হাজাৰখন মৃত হৃদয়। এবাৰলৈ ভুলবোৰ ভাল কৰি উভতি আহক হেৰাই যোৱা মানুহবোৰ। বাচি থাকক আমাৰ ভালপোৱা আৰু কিছু ৰঙীন স্বপ্ন।
-ভাবানুবাদ
-শ্বেয়াৰ কৰিব পাৰে