আন্ধাৰতে থাকক। পুৱা হলেই মই খোজ দিম shayari photo love story whatsapp status love dialogue

আন্ধাৰতে থাকক। পুৱা হলেই মই খোজ দিম shayari photo love story whatsapp status love dialogue

shayari photo love story whatsapp status love dialogue

মোৰ পকাধান বৰণীয়া বুকুৰ আকাশত তুমি সজীৱ নক্ষত্ৰ |
চকুৰ জোনাকত তোমাৰ প্ৰতিচ্ছবি কানত গুণ গুণ কণ্ঠস্বৰ |
হৃদয়ৰ পৰা হৃদয়লৈ সহৃদয়তাৰ আমোলমোল সুৰভি |
দেখিচানে আকাশ চোৱাৰ বাসনাত ধুমুহা বতাহে তলাব
নোৱাৰা গছবোৰ ? আন্ধাৰে টানি নিয়া সময় বোৰ
আন্ধাৰতে থাকক দিয়া | পুৱতি নিশাতেই উঠি খোঁজ দিম
নতুন দিগন্তৰ সপোনৰ পথত
-rajib ojah 

0/Post a Comment/Comments

Previous Post Next Post