মন যায় Mon Jaai Most Romantic Poem Assamese Sms For Whatsapp

মন যায় Mon Jaai Most Romantic Poem Assamese Sms For Whatsapp


ভালপোৱাৰ গল্প, কবিতা, ৰোমান্তিক ফিল্ম চাই যিমান ভাল লাগে তাতোকৈয়ো ভাল লাগে যেতিয়া জীৱনটোৱেই মধুৰ হৈ পৰিব খোজে তোমাৰ উপস্হিতিত …তোমাৰ দুৱাহুৰ মাজৰ সময়খিনি, কহুৱা কোমল হাঁহিটি, তোমাৰ মুখত ভালপাও নামৰ শব্দটো, কিচু মৰম, কিচু অভিমান,আশা আকাংক্ষা, ৰঙীন সপোনবোৰ …এই সকলোবোৰে মোক পলকতে সুখী কৰি তোলে ♥জানানে কেতিয়াবা চিঞৰি দিবলৈ মন যায় সকলোৱেই শুনাকৈ…
জপিয়াই থাকিবলৈ মন যায় তোমাৰ কথাবোৰৰ দৰে, কবলৈ মন যায় হাজাৰ বাৰ
বহুত বহুত বহুত ভালপাও তোমাক…

-স্বপ্ননীল আকাশ

0/Post a Comment/Comments

Previous Post Next Post