মই তোমাৰ অনুৰাগী moi tumar onuragi assamese love story status assamese story books


মই তোমাৰ অনুৰাগী moi tumar onuragi assamese love story status assamese story books

নিজকে চম্ভালিব পৰা নাই সি ? কান্দোন বিলাকে বুকুত তাৰ আবৰি ধৰিছে 'ইশ্বান্তৰ ' তাই নাপালেও সি তাই তাইক আপোন মনে ভাল পাই ! নতুন বছৰৰ শুভেচ্ছা দিৱ সি তাইক আজি তিনিদিন হ'ল ! কোনো সঁহাৰি নাই এতিয়ালৈ তাইৰ পৰা ! সীমাহিন আশাত সি দিছিল তাৰ মৰমৰ মেছেজটো কিন্তু তাই চাগে খুলিৱ আমিনী বোধ কৰিছিল এয়া তাৰ কামোৰৰ মেছেজ ! এক চাইদত পেলাই থৈছিল চাগে মোক ঘৃণা কৰাৰ দৰে সেই শুভ বাৰ্তা টোকো ! আকৌ এবাৰ সি তাইৰ প্ৰফাইলটো চেক কৰিলে ! হয় তাই ৰ সেউজীয়া লাইটো তাইৰ নামৰ আগত এতিয়াও উজ্জল হৈ আছে ! সকলো বন্ধু বান্ধবী তাক নতুন বছৰৰ শুভেচ্ছা জনালে কিন্তু সি ভাল পোৱা পিয়াংসীৰ সঁহাৰি নাপাই সি দুখত চকুৰ পৰা জলজলীয়া পানী নিগৰি আহি তাৰ হাতত পৰিছিল ! যাচি দিছিল এবুকু মৰম পিয়াংসীক ! কস্ট কৰি লৈ খাই ভাল পাই
বহুতেই সজতেই পাইছে তাই সেয়ে চাগে অবহেলা ! আনকি সোনৰো মূল্য নাই ! তাই সোণৰ লগত মৰমৰ তুলনা কৰিছে হয়টো ! মৰম মৰমেই সোণ সোনেই ! মৰম টকা পইছাৰে কিনিৱ নাপাই ! কিন্তু সোণ তো পাই ! এই বিলাক ভাবি সি একান্ত মনে শুই পৰিছে নিদ্ৰা দেবীৰ কোলাত ! অভিজিতে আহি মাত লগালে তাক ! আৰে তই শুই আছ যে! ? গ্ৰালফ্ৰডক লাট মাৰ বল পাৰ্টি আছে ! মাল খাবি চব ঠিক হৈ যাৱ ! বিকৃত হাঁহি মাৰি ইশান্তে কৈছিল মদেও মৰম পাহৰাই ?? আৰে তই খাই চা তাৰ পিচত কবি ! একমত হৈছিল সি একমাত্ৰ পিয়ংসীক পাহৰিবৰ বাবে ! কোনোদিন মদৰ সুবাস নোপোৱা ইশান্তে ধোক ধোক কৈ এটা হাফ খাই পেলালে লগতে কিং চাইজ চিগাৰেট.. ধোৱা হৈ উৰি গ'ল পিয়াংসীৰ মৰম কিছুসময়ৰ বাবে ! মদৰ নিচাত ভাত খাব নাজানিলে ভাত খাম বুলি ভাবিও ভাতৰ পাতত পানী হে ধালিলে! পেটত আৰম্ভ হল ভুমিকম্প চাইলেন বমি ওলাই আহিল তাৰ মুখেৰে লগতে পচা পচা ভাতৰ গোন্ধ ! বিচনাত কোনে আনি থলে সি গমেই নাপালে ! মৰম কেনেকুবা বস্তু এবাৰভাবি চাওক !

নিশা 2:34 হ'ল লাহে লাহে তাৰ নিচা ফাটি আহিল ! আকৌ মনত পৰিল তাৰ পিয়াংসীলৈ ! তাই জানো তেতিয়া ঘোৰ নিদ্ৰাত ! আকৌ এটা মেচেজ দিছিল সি তাইক ! মৰমৰ পিংয়াসী নতুন বছৰৰ আকৌ ওলগ জনালো ! নাজানো তুমি গ্ৰহন কৰা নে নাই ? কিন্তু মই তোমাক হৃদয়ৰ পৰা দিছোঁ !তোমাক মই সদায় মিচ কৰো ! তোমাৰ মৰমৰ মাত এশাৰি পালেও মই জীয়াই থকাৰ প্ৰেৰনা পাওঁ !তোমাৰ বেয়া মইকনোদিন চিন্তা নকৰো ! তোমাৰ সদায় মংগল কামানা কৰা মই

ও এজন আছিলোঁ ! তুমি মোক অবহেলা নকৰিবা মই তোমাৰ অনুৰাগী

-ইশান্ত গোস্বামী.

assamese story telling assamese love story status assamese story books assamese new story assamese folk stories assamese fairy story assamese hadhu

0/Post a Comment/Comments

Previous Post Next Post