বেদৰ মন্ত্ৰৰে দম্পতি যদিও নহলো আমি কাহানিও assamese whatsapp status | assamese whatsapp status post


বেদৰ মন্ত্ৰৰে দম্পতি যদিও নহলো আমি কাহানিও assamese whatsapp status | assamese whatsapp status post

assamese heart broken status 

প্ৰেম-ভালপোৱাত দুখ থাকে, বিষন্নতা থাকে, অপ্ৰাপ্তিৰ বেদনা থাকে... । কিন্তু সকলোবোৰৰ উৰ্ধত থাকে কাৰোবাৰ হৃদয় জয় কৰাৰ সন্তুষ্টি । 'আমাৰ বিয়া নহ'ল কি হ'ল, তেওঁৰ ভালপোৱাতো মই পালো' - এই উপলব্ধিয়ে ইমান বেদনাৰ মাজতো অন্তৰখন ভৰাই ৰাখে । এয়াই প্ৰেম-ভালপোৱা ।বিচ্ছেদৰ বহু বছৰ পাছতো এজনে আনজনৰ অজ্ঞাতে বিনিময় কৰে গভীৰ হুমুনিয়াহ । ভূপেন হাজৰিকাইয়ো তেওঁৰ গীতত কৈছে - "বেদৰ মন্ত্ৰৰে দম্পতী যদিও নহ'লো আমি কাহানিও, একেটি পাত্ৰতে জীৱন মদিৰা পান কৰোঁ আমি তথাপি ।"
-ৰাজকমল

Also Read  short assamese whatsapp status , new assamese whatsapp status video download , assamese status image assamese whatsapp status video 

0/Post a Comment/Comments

Previous Post Next Post